এষ্ট্ৰ'ছেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এষ্ট্ৰ'ছেট (ইংৰাজী: Astrosat) হৈছে জ্যোতিৰ্বিজ্ঞান গৱেষণাৰ বাবে নিৰ্মিত ভাৰতৰ প্ৰথমটো উপগ্ৰহ আৰু ২৮ ছেপ্টেম্বৰ তাৰিখে পি.এছ.এল.ভি. উৎক্ষেপন বাহনৰ সহায়েৰে ইযাক সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।[1][2] ১৯৯৬ চনত উপগ্ৰহ যোগে বহন কৰা ভাৰতীয় এক্স ৰে' পৰীক্ষণ (IXAE)ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৱে পৰৱৰ্ত্তী পদক্ষেপ হিচাপে ২০০৪ চনত এষ্ট্ৰ'ছেটৰ বিকাশৰ অনুমোদন জনায়।[3]

উদ্দেশ্য[সম্পাদনা কৰক]

বহন ক্ষমতা[সম্পাদনা কৰক]

স্থল সমৰ্থন[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰী সন্থা সমূহ[সম্পাদনা কৰক]

এষ্ট্ৰ'ছেট প্ৰকল্পটো বহুতো গৱেষণা সন্থাৰ এক যৌথ প্ৰচেষ্টাৰ ফল। সেই সমূহ হৈছে -

  • ভাৰতীয় মহাকাশ গৱেষণা সন্থা (ইছৰো)
  • টাটা মূলভূত গৱেষণা প্ৰতিষ্ঠান, মুম্বাই
  • ভাৰতীয় তৰাভৌতোকী প্ৰতিষ্ঠান, বাঙ্গালুৰু
  • ৰমন গৱেষণা প্ৰতিষ্ঠান, বাঙ্গালুৰু
  • আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু তৰাভৌতোকী কেন্দ্ৰ, পুণে
  • ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, মুম্বাই
  • এছ.এন. বচু ৰাষ্ট্ৰীয় মৌলিক বিজ্ঞান কেন্দ্ৰ, কলকাতা
  • কানাডীয় মহাকাশ অভিকৰণ
  • লেইচেষ্টাৰ বিশ্ববিদ্যালয়[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]