মুম্বাই
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| মুম্বাই
मुंबई |
|
| — মহানগৰ — | |
|
|
|
|
|
|
| স্থানাঙ্ক | 18°58′30″N 72°49′33″E / 18.975°N 72.82583°E |
| দেশ | |
| ৰাজ্য | Maharashtra |
| জিলা | Mumbai City Mumbai Suburban |
| Municipal commissioner | Subodh Kumar |
| Mayor | Shraddha Jadhav (SS) |
| জনসংখ্যা |
12[1][2] (1st) (2011[update]) |
| সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰীনউইছ মান সময়+০৫:৩০) |
| মাটিকালি • উচ্চতা |
>603 km2 (233 sq mi) • 14 m (46 ft) |
| ৱেবছাইট | www.mcgm.gov.in |
মুম্বাই বা মুম্বায় (পুৰ্বে বম্বে) ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ২৭ লাখ মানুহৰ বাসস্থান। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতৰ ৰিজাৰ্ভ বেংক আৰু বম্বে স্টক এক্সচেন্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই নগৰত অৱস্থিত। তদুপৰি ভাৰতৰ বোলছবি উদ্যোগ ইয়াতেই অৱস্থিত।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Cities having population 1 lakh and above". censusindia. The Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf. Retrieved 17 October 2011.
- ↑ "Ranking of districts of Maharashtra by population size 2011". CensusIndia.gov.in. http://www.censusindia.gov.in/2011-prov-results/data_files/maharastra/stmt-1.xls. Retrieved 25 April 2011.
- ↑ "Urban Agglomerations/Cities having population 1 lakh and above". Censusindia. The Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf. Retrieved 17 October 2011.