চেন্নাই

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

চেন্নাই দক্ষিণ ভাৰতৰ এখন নগৰ। চেন্নাই সাগৰৰ পাৰত অৱস্থিত। সমুদ্ৰতীৰ আৰু মন্দিৰৰ বাবে ই বিখ্যাত। মেৰিনা বীচ্ আৰু গোল্ডন বীচ্ ইয়াৰ দুখন বিখ্যাত বীচ্।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত