ভাৰতীয় মান সময়

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
চুবুৰীয়া দেশৰ সৈতে ভাৰতীয় মান সময়ৰ সম্পৰ্ক

ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিচৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময়‎‎ ব্যৱহাৰ কৰিছিল।

ভাৰতৰ মান সময় গ্ৰিনিচৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিছাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে।


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত