পৃথিৱী
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| পৃথিৱী |
||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
পৃথিৱীৰ বিখ্যাত "নীলা মাৰ্বল"ৰ চিত্ৰ, এপোলো ১৭ পৰা তোলা |
||||||||||
| কক্ষীয় বৈশিষ্ট্যসমূহ | ||||||||||
| ইপক জে২০০০ | ||||||||||
| অপসূৰ দূৰত্ব: | ১৫২,০৯৭,৭০১ কিমি (১.০১৫ ৭১০ ৩৩৩ ৫ এইউ) ৯৪ ৫০৯ ১৩০ মাইল |
|||||||||
| অনুসূৰ দূৰত্ব: | ১৪৭,০৯৮,০৭৪ কিমি (০.৯৮৩ ২৮৯ ৮৯১ ২ এইউ) ৯১,৪০২,৭২৫ মাইল |
|||||||||
| অৰ্ধ-মুখ্য অক্ষ: | ১৪৯,৫৯৭,৮৮৭.৫ কিমি (১.০০০ ০০০ ১১২ ৪ এইউ) ৯২,৯৫৫,০৪১ মাইল |
|||||||||
| অৰ্ধ-গৌণ অক্ষ: | ১৪৯,৫৭৫,৯৯৯.৮২৫ কিমি (০.৯৯৯ ৮৫০ ৪৮৫ ৯ এইউ) ৯২,৯৪৩,০৫২ মাইল |
|||||||||
| কক্ষীয় পৰিধি: | ৯২৪,৩৭৫,৭০০ কিমি ( ৫.১৭৯ ০৫৯ ৯০০ ৭ এইউ) |
|||||||||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | ০.০১৫ ৭১০ ২১৯ | |||||||||
| নাক্ষত্ৰিক পৰ্য্যায়: | ৩৫৫.২৫৫ ৩৫৫ দিন (১.০০০ ০১৭ ৫ বছৰ) |
|||||||||
| গড় কক্ষীয় দ্ৰুতি: | ২৯.৭৮৩ কিমি/ছে (১০৭,২১৮ কিমি/ঘ) |
|||||||||
| সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: | ৩০.২৮৭ কিমি/ছে (১০৯,০৩৩ কিমি/ঘ) |
|||||||||
| সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: | ২৯.২৯১ কিমি/ছে (১০৫,৪৪৮ কিমি/ঘ) |
|||||||||
| নতি: | ০ (সৌৰ বিষুবৰ সৈতে ৭.২৫°) |
|||||||||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | ৩৪৮.৭৩৯ ৩৫° | |||||||||
| অনুসূৰ কোণ: | ১১৪.২০৭ ৮৩° | |||||||||
| উপগ্ৰহসমূহ: | ১ (চন্দ্ৰ) | |||||||||
| ভৌত বৈশিষ্ট্যসমূহ | ||||||||||
| উপবৃত্ততা: | ০.০০৩ ৩৫২ ৯ | |||||||||
| গড় ব্যাসাৰ্ধ্য: | ৫,৩৭২.৭৯৭ কিমি | |||||||||
| বিষুৱীয় ব্যাসাৰ্ধ্য: | ৫,৩৭৮.১৩৭ কিমি | |||||||||
| মেৰু ব্যাসাৰ্ধ্য: | ৫,৩৫৫.৭৫২ কিমি | |||||||||
| এচপেক্ট ৰেশিঅ: | ০.৯৯৫ ৫৪৭ ১ | |||||||||
| বিষুৱীয় পৰিধি: | ৪০,০৭৫.০২ কিমি | |||||||||
| মধ্যৰেখাৰ পৰিধি: | ৪০,০০৭.৮৫ কিমি | |||||||||
| গড় পৰিধি: | ৪০,০৪১.৪৭ কিমি | |||||||||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | ৫১০,০৫৫,৫০০ কিমি² | |||||||||
| স্থলভাগৰ ক্ষেত্ৰফল: | ১৪৮,৯৩৯,১০০ কিমি² (২৯.২ %) | |||||||||
| জলভাগৰ: | ৩৫১,১২৫,৪০০ কিমি² (৭০.৮ %) | |||||||||
| আয়তন: | ১.০৮৩ ২০৭ ৩×10১২ কিমি³ | |||||||||
| ভৰ: | ৫.৯৭৪২×10২৪ কিলোগ্ৰাম | |||||||||
| গড় ঘনত্ব: | ৫,৫১৫.৩ কেজি/মি³ | |||||||||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | ৯.৭৮০ ১ মি/সে²]] (০.৯৯৭ ৩২ g) |
|||||||||
| মুক্তি বেগ: | ১১.১৮৫ কিমি/সে (≅৩৯,৫০০ কিমি/ঘ) | |||||||||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল: | ০.৯৯৭ ২৫৮ দিন (২৩.৯৩৪ ঘন্টা) | |||||||||
| বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: | ৪৫৫.১১ মি/সে | |||||||||
| এক্সিয়েল টিল্ট: | ২৩.৪৩৯ ২৮১° | |||||||||
| উত্তৰ মেৰুৰ বিষুবাংশ: | অসংজ্ঞায়িত° | |||||||||
| বিষুবলম্ব: | +৯০° | |||||||||
| প্ৰতিফলন অনুপাত: | ০.৩৫৭ | |||||||||
| পৃষ্ঠৰ তাপমাত্ৰা: কেলভিন ছেলছিয়াচ |
|
|||||||||
| বিশেষণসমূহ: | পাৰ্থিৱ | |||||||||
| বায়ুমণ্ডল | ||||||||||
| পৃষ্ঠৰ চাপ: | ১০১.৩ কিলোপাষ্কেল | |||||||||
| গাঠনিক উপাদান: | ৭৮.০৮% নাইট্ৰ’জেন ২০.৯৪% অক্সিজেন ০.৯৩% আৰ্গন ০.০৩৮% কাৰ্বন ডাই অক্সাইড বিৰল বাষ্প (জলবায়ুৰ সৈতে পৰিবৰ্তন হয়) |
|||||||||
ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ৷ সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়৷ সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ৷
পৃথিৱীৰ নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়৷ পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়৷ আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়৷
পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি আৰু পানী পোৱা যায়৷ এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত৷
পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়৷ তদুপৰি কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প আৰু আন আন গেছো পোৱা যায়৷
সৌৰজগতৰ আটাইবোৰ গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতে জীৱ আছে৷
চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ৷
পৃথিৱীৰ খোলাটোত থকা বিভিন্ন মৌলৰ পৰিমাণ [সম্পাদনা কৰক]
| মৌল | পৰিমাণ |
|---|---|
| ছালফাৰ | ০.০০৬ শতাংশ |
| মেংগানিজ | ০.০০৯ শতাংশ |
| কাৰ্বন | ০.০০৯ শতাংশ |
| ফছফৰাছ | ০.১২ শতাংশ |
| হাইড্ৰ’জেন | ০.১৪ শতাংশ |
| থ’ৰিয়াম | ০.৬২ শতাংশ |
| মেগনেছিয়াম | ২.০৭ শতাংশ |
| পটেছিয়াম | ২.৫৮ শতাংশ |
| ছ’ডিয়াম | ২.৪৩ শতাংশ |
| কেলছিয়াম | ৩.৬৪ শতাংশ |
| আয়ৰন | ৫.০৬ শতাংশ |
| এলুমিনিয়াম | ৮.০৭ শতাংশ |
| ছিলিকন | ২৭.৬১ শতাংশ |
| অক্সিজেন | ৪৬.৪৬ শতাংশ |
বহিঃসংযোগ [সম্পাদনা কৰক]
- উইকিমেপিয়াৰ মাধ্যমত কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰাপ্ত পৃথিৱীৰ চিত্ৰ
- USGS -ৰ ভূ-চুম্বকত্ব বিষয়ক অনুষ্ঠান
- Overview of the Seismic Structure of EarthPDF
- NASA Earth Observatory
- The size of Earth compared with other planets/stars
- Beএইউtiful Views of Planet Earth Pictures of Earth from space
- Flash Earth A Flash-based viewer for satellite and aerial imagery of the Earth
- Java ৩D Earth's Globe
- Projectshum.org's Earth fact file (for younger folk)
- Geody Earth World's search engine that supports Google Earth, NASA World Wind, Celestia, GPS, and other applications.
- Planet Earth From AOL Research & Learn: Photos, quizzes and info about Earth's climate, creatures and science.
- Earth From Space Some Photos From the Exhibit
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ বিজ্ঞান জেউতি, ড° অনুপ কুমাৰ তালুকদাৰ, ড° মোহন চন্দ্ৰ কলিতা, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||