বুধ গ্ৰহ
| বুধ |
||||
|---|---|---|---|---|
মেৰিনা ১০ ৰ পৰা তোলা বুধগ্ৰহৰ ছবি |
||||
| কক্ষীয় বৈশিষ্ট্যসমূহ | ||||
| ইপক জে২০০০ | ||||
| অপসূৰ দূৰত্ব: | ৬৯,৮১৭,০৭৯ কিমি ০.৪৬৬ ৬৯৮ ৩৫ এইউ |
|||
| অনুসূৰ দূৰত্ব: | ৪৬,০০১,২৭২ কিমি ০.৩০৭ ৪৯৯ ৫১ এইউ |
|||
| অর্ধ-মুখ্য অক্ষ: | ৫৭,৯০৯,১৭৬ কিমি ০.৩৮৭ ০৯৮ ৯৩ এইউ |
|||
| কক্ষীয় পৰিধি: | ~৩৬০,০০০,০০০ কিমি (২.৪০৬ এইউ) |
|||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | ০.২০৫ ৬৩০ ৬৯ | |||
| নাক্ষত্ৰিক পৰ্য্যায়: | ৮৭.৯৬৯ ৩৪ দিন (০.২৪০ ৮৪৬ ৯ বছৰ) |
|||
| যুতিকাল: | ১১৫.৮৭৭৬ দিন | |||
| গড় কক্ষীয় দ্ৰুতি: | ৪৭.৩৬ কিমি/ছে | |||
| সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: | ৫৮.৯৮ কিমি/ছে | |||
| সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: | ৩৮.৮৬ কিমি/ছে | |||
| নতি: | ৭.০০৪ ৮৭° (সূৰ্যৰ বিষুবৰ সৈতে ৩.৩৮°) |
|||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | ৪৮.৩৩১ ৬৭° | |||
| অনুসূৰ কোণ: | ২৯.১২৪ ৭৮° | |||
| উপগ্ৰহসমূহ: | নাই | |||
| ভৌত বৈশিষ্ট্যসমূহ | ||||
| বিষুৱীয় ব্যাসাৰ্ধ্য: | ২৪৩৯.৭ কিমি (০.৩৮৩ পৃথিৱী) |
|||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | ৭.৫×১০৭ কিমি&sup২; (০.১৪৭ পৃথিৱী) |
|||
| আয়তন: | ৬.০৮৩×১০১০ কিমি&sup৩; (০.০৫৬ পৃথিৱী) |
|||
| ভৰ: | ৩.৩০২×১০২৩ কেজি (০.০৫৫ পৃথিৱী) |
|||
| গড় ঘনত্ব: | ৫.৪২৭ গ্ৰাম/ছেমি&sup৩; | |||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | ৩.৭০১ মি/ছে&sup২; (০.৩৭৭ g) |
|||
| মুক্তি বেগ: | ৪.৪৩৫ কিমি/ছে | |||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল: | ৫৮.৬৪৬২ day (৫৮ দিন ১৫.৫০৮৮ ঘ) | |||
| বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: | ১০.৮৯২ কিমি/ঘ (বিষুবীয় অঞ্চলত) | |||
| এক্সিয়েল টিল্ট: | ~০.০১° | |||
| উত্তর মেৰুৰ বিষুবাংশ: | ২৮১.০১° (১৮ ঘ ৪৪ মিন ২ ছে) ১ | |||
| বিষুবলম্ব: | ৬১.৪৫° | |||
| প্রতিফলন অনুপাত: | ০.১০-০.১২ | |||
| পৃষ্ঠৰ তাপমাত্ৰা: |
|
|||
| বিশেষণসমূহ: | বুধীয়, Mercurian | |||
| বায়ুমণ্ডল | ||||
| পৃষ্ঠৰ চাপ: | trace | |||
| গাঠনিক উপাদান: | ৩১.৭% পটেছিয়াম ২৪.৯% ছডিয়াম ৯.৫% পাৰমানবিক অক্সিজেন ৭.০% আৰ্গন ৫.৯% হিলিয়াম ৫.৬% আনবিক অক্সিজেন ৫.২% নাইট্ৰজেন ৩.৬% কাৰ্বন ডাই অক্সাইড ৩.৪% পানি ৩.২% হাইড্ৰজেন |
|||
বুধ (ইংৰাজী Mercury; (মাৰ্কিউৰী) সৌৰজগতৰ প্ৰথম আৰু ক্ষুদ্ৰতম গ্ৰহ। এই গ্ৰহটো সূৰ্যৰ সবাতোকৈ নিকটতম গ্ৰহ। ইয়াৰ কোনো উপগ্ৰহ নাই। বুধে নিজ মেৰুদণ্ডৰ ওপৰত এবাৰ ঘুৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়৷ এই গ্ৰহটোৱে সূৰ্যক প্ৰতি ৮৮ দিনে এবাৰকৈ প্ৰদক্ষিণ কৰে। ইয়াৰ উজ্জ্বলতাৰ আপাত মান-২.০ আৰু ৫.৫ পৰ্যন্ত হয় থাকে। কিন্তু এই গ্ৰহক পৃথিৱীৰ পৰা সহজে দেখা নাযায়, কাৰণ সুৰ্যৰ সৈতে ইয়াৰ বৃহত্তম কৌণিক পাৰ্থক্য হৈছে মাত্ৰ ২৮.৩ ডিগ্ৰী। কেৱল ৰাতিপূৱা আৰু সন্ধিয়াৰ সময়ত ক্ষীণ আলোকত ইয়াক দেখা যায়। গ্ৰহটিৰ সম্বন্ধে তুলনামূলকভাৱে অনেক কম তথ্য পোৱা গৈছে। বুধৰ দিশে অগ্ৰসৰ হোৱা এতিয়ালৈকে একমাত্ৰ মহাকাশযান হৈছে মেৰিনাৰ ১০ যিখন ১৯৭৪ - ১৯৭৫ চনত অভিযান চলাইছিল।
সূৰ্যৰ পৰা বুধৰ গড় দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ৷ বুধৰ পৃষ্ঠভাগ শিলাময়, শুকান৷ ইয়াত ঠায়ে ঠায়ে বহল সমভুমি, থিয় গৰা আৰু দ ফাঁক আদিও পোৱা যায়৷ দিনৰ ভাগত বুধৰ তাপমাত্ৰা বাঢ়ি গৈ প্ৰায় ৩৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ এইদৰে ৰাতিৰ ভাগত অতি কমি প্ৰায় -১৯৩ ডিগ্ৰী চেলছিয়াছ মান হয়৷
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||