চেৰেছ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| চেৰেছ |
|||||||
|---|---|---|---|---|---|---|---|
হাবল মহাকাশ দূৰবীণযোগে প্ৰাপ্ত চেৰেছ গ্ৰহৰ চিত্ৰ |
|||||||
| আৱিষ্কাৰ[1] | |||||||
| আৱিষ্কাৰক: | Giuseppe Piazzi | ||||||
| আবিষ্কাৰৰ তাৰিখ: | 1 January 1801 | ||||||
| এমপিসি পদমৰ্য্যদা: | 1 Ceres | ||||||
| বিকল্প নামসমূহ: | A899 OF; 1943 XB | ||||||
| ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰেণী: | dwarf planet main belt |
||||||
| কক্ষীয় বৈশিষ্ট্যসমূহ[2] | |||||||
| ইপক June 18, 2009 (JD 2455000.5) |
|||||||
| অপসূৰ দূৰত্ব: | 446669320km(446,669,320km) | ||||||
| অনুসূৰ দূৰত্ব: | 380995855km(380,995,855km) | ||||||
| অর্ধ-মুখ্য অক্ষ: | 413832587km(413,832,587km) | ||||||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | 0.07934 | ||||||
| কক্ষীয় পৰ্য্যায়: | 4.60 yr 1680.5 d |
||||||
| গড় কক্ষীয় দ্ৰুতি: | 17.882 km/s | ||||||
| গড় ব্যত্যয়: | 27.448° | ||||||
| নতি: | 10.585° to Ecliptic 9.20° to Invariable plane[3] |
||||||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | 80.399° | ||||||
| অনুসূৰ কোণ: | 72.825° | ||||||
| ভৌত বৈশিষ্ট্যসমূহ | |||||||
| বিষুৱীয় ব্যাসাৰ্ধ্য: | 487.3 ± 1.8 km | ||||||
| মেৰু ব্যাসাৰ্ধ্য: | 454.7 ± 1.6 km | ||||||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | 2,850,000 sq km | ||||||
| ভৰ: | 9.43 ± 0.07×১০20 kg 0.00015 Earths 0.0128 Moons |
||||||
| গড় ঘনত্ব: | 2.077 ± 0.036 g/cm3 | ||||||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | 0.27 m/s2 0.028 g[4] |
||||||
| মুক্তি বেগ: | 0.51 km/s[4] | ||||||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল: | 0.3781 d 9.074170 h[5] |
||||||
| এক্সিয়েল টিল্ট: | about 3° | ||||||
| উত্তর মেৰুৰ বিষুবাংশ: | 19 h 24 min 291° |
||||||
| বিষুবলম্ব: | 59° | ||||||
| প্রতিফলন অনুপাত: | 0.090 ± 0.0033 (V-band geometric) | ||||||
| পৃষ্ঠৰ তাপমাত্ৰা: Kelvin |
|
||||||
| Spectral type: | C | ||||||
| আপাত মান: | 6.7 to 9.32 | ||||||
| পৰম মান: | 3.36 ± 0.02 | ||||||
| কৌণিক আকাৰ: | 0.84"[6] to 0.33"[4] | ||||||
| বিশেষণসমূহ: | Cererian /sɨˈrɪəri.ən/[7] | ||||||
চেৰেছ সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল [8]। চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
৯৫০ কিলোমিটাৰ ব্যাসৰ অধিকাৰী চেৰেছ গ্ৰহাণুপুঞ্জৰ সবাতোকৈ ডাঙৰ জ্যোতিষ্ক। গ্ৰহাণুপুঞ্জৰ সকলো গ্ৰহাণুৰ মুঠ ভৰৰ প্ৰায় এক-তৃতীয়াংশ ভৰ চেৰেছতেই আছে। সাম্প্ৰতিক পৰ্যবেক্ষনসমূহৰ পৰা জনা যায়, চেৰেছৰ পৃষ্ঠ সম্ভৱত পানী, বৰফ আৰু পানীত দ্ৰৱীভূত বিভিন্ন খনিজ পদাৰ্থৰ মিশ্ৰনৰ পৰা তৈয়াৰ হৈছে।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Schmadel, Lutz (2003). Dictionary of minor planet names (5th ed.). Germany: Springer. পৃষ্ঠা. 15. ISBN 978-3-540-00238-3. http://books.google.com/?id=KWrB1jPCa8AC&pg=PA15.
- ↑ Yeomans, Donald K. (July 5, 2007). "1 Ceres". JPL Small-Body Database Browser. Archived from the original on 2011-10-05. http://ssd.jpl.nasa.gov/sbdb.cgi?sstr=Ceres. Retrieved 2009-04-10.—The listed values were rounded at the magnitude of uncertainty (1-sigma).
- ↑ "The MeanPlane (Invariable plane) of the Solar System passing through the barycenter". 2009-04-03. Archived from the original on 2009-05-14. http://home.comcast.net/~kpheider/MeanPlane.gif. Retrieved 2009-04-10. (produced with Solex 10 written by Aldo Vitagliano; see also Invariable plane)
- ↑ 4.0 4.1 4.2 Calculated based on the known parameters
- ↑ Chamberlain, Matthew A.; Sykes, Mark V.; Esquerdo, Gilbert A. (2007). "Ceres lightcurve analysis – Period determination". Icarus 188 (2): 451–456. doi:10.1016/j.icarus.2006.11.025.
- ↑ Ceres Angular Size @ Feb 2009 Opposition: 974 km diam. / (1.58319 AU * 149 597 870 km) * 206265 = 0.84"
- ↑ Simpson, D. P. (1979). Cassell's Latin Dictionary (5th ed.). London: Cassell Ltd. পৃষ্ঠা. 883. ISBN 978-0-304-52257-6.
- ↑ Piazzi, Giuseppe (1801) (in Italian). Risultati delle osservazioni della nuova Stella scoperta il dì 1 gennajo all'Osservatorio Reale di Palermo. Palermo.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- Movie of one Ceres rotation (processed Hubble images)
- How Gauss determined the orbit of Ceres from keplersdiscovery.com
- A simulation of the orbit of Ceres
- An up-to-date summary of knowledge about Ceres, plus an Earth-Ceres size comparison (the Planetary Society)
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||