প্লুটো
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| প্লুটো |
||||
|---|---|---|---|---|
কম্পিউটাৰত উত্পন্ন, হাৱল মহাকাশ দূৰবীনযোগে পোৱা প্লুটোৰ এখন আলোকচিত্ৰ[lower-alpha 1] |
||||
| আৱিষ্কাৰ | ||||
| আৱিষ্কাৰক: | ক্লাইড ডব্লিউ টমবাউ | |||
| আবিষ্কাৰৰ তাৰিখ: | ১৮, ফেব্ৰুৱাৰী, ১৯৩০ | |||
| এমপিসি পদমৰ্য্যদা: | ১৩৪৩৪০ প্লুটো | |||
| ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰেণী: | বাওনা গ্ৰহ | |||
| কক্ষীয় বৈশিষ্ট্যসমূহ | ||||
| ইপক জে২০০০ | ||||
| অপসূৰ দূৰত্ব: | ৭,৩৭৫,৯২৭,৯৩১ কিমি (৪৯.৩০৫ ০৩২ ৮৭ এইউ) ৪,৫৮৩,২০০,১২৩ মাইল |
|||
| অনুসূৰ দূৰত্ব: | ৪,৪৩৬,৮২৪,৬১৩ কিমি (২৯.৬৫৮ ৩৪০ ৬৭ এইউ) ২,৭৫৬,৯২১,৬১১ মাইল |
|||
| অর্ধ-মুখ্য অক্ষ: | ৫,৯০৬,৩৭৬,২৭২ কিমি (৩৯.৪৮১ ৬৮৬ ৭৭ এইউ) ৩,৬৭০,০৬০,৮৬৫ মাইল |
|||
| কক্ষীয় পৰিধি: | ৩৬.৫৩০ টেট্ৰামিটাৰ ২৪৪.১৮৬ এইউ |
|||
| কক্ষীয় উৎকেন্দ্ৰিকতা: | ০.২৪৮ ৮০৭ ৬৬ | |||
| নাক্ষত্ৰিক পৰ্য্যায়: | ৯০,৬১৩.৩০৫৫ দিন (২৪৮.০৯ জুলীয় বৰ্ষ) |
|||
| যুতিকাল: | ৩৬৬.৭৩ দিন | |||
| গড় কক্ষীয় দ্ৰুতি: | ৪.৬৬৬ কিমি/ছে | |||
| সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: | ৬.১১২ কিমি/ছে | |||
| সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: | ৩.৬৭৬ কিমি/ছে | |||
| নতি: | ১৭.১৪১ ৭৫° (সূৰ্যৰ বিষুবৰ সৈতে ১১.৮৮°) |
|||
| উদ্বিন্দুৰ দ্ৰাঘিমা: | ১১০.৩০৩ ৪৭° | |||
| অনুসূৰ কোণ: | ১১৩.৭৬৩ ২৯° | |||
| উপগ্ৰহসমূহ: | ৩ | |||
| ভৌত বৈশিষ্ট্যসমূহ | ||||
| গড় ব্যাসাৰ্ধ্য: | ১১৯৫ কিমি [1] (পৃথিৱীৰ ১৯% বা ৭৪২.৫ মাইল) |
|||
| পৃষ্ঠতলৰ ক্ষেত্ৰফল: | ১.৭৯৫×১০৭ বৰ্গকিমি (পৃথিৱীৰ ০.০৩৩ গুণ) |
|||
| আয়তন: | ৭.১৫×১০৯ ঘনকিমি (পৃথিৱীৰ ০.০০৬৬ গুণ) |
|||
| ভৰ: | (১.৩০৫±০.০০৭)×১০২২ কেজি [2] (পৃথিৱীৰ ০.০০২১ গুণ) |
|||
| গড় ঘনত্ব: | ২.০৩±০.০৬ গ্ৰাম/ছেমি³ [3] | |||
| বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: | ০.৫৮ মি/ছে² (জি-এৰ ০.০৫৯ গুণ) |
|||
| মুক্তি বেগ: | ১.২ কিমি/ছে ০.৭৪ মাইল/ছে |
|||
| নাক্ষত্ৰিক ঘূৰ্ণনকাল: | −৬.৩৮৭২৩০ দিন (৬ দি ৯ ঘ ১৭ মি ৩৬ ছে) |
|||
| বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: | ৪৭.১৮ কিমি/ঘ (বিষুব বিন্দুত) | |||
| এক্সিয়েল টিল্ট: | ১১৯.৫৯১ ± ০.০১৪° (কক্ষপথৰ সৈতে)[1][2] | |||
| উত্তর মেৰুৰ বিষুবাংশ: | ১৩৩.০৪৬ ± ০.০১৪°[3] | |||
| বিষুবলম্ব: | -৬.১৪৫ ± ০.০১৪°[3] | |||
| প্রতিফলন অনুপাত: | ০.৪৯–০.৬৬ (৩৫% পৰিবৰ্তন হ’ব পাৰে) [4] [5] | |||
| পৃষ্ঠৰ তাপমাত্ৰা: |
|
|||
| বিশেষণসমূহ: | প্লুটোনীয় | |||
| বায়ুমণ্ডল | ||||
| পৃষ্ঠৰ চাপ: | ০.৩০ পাস্কেল (গ্ৰীষ্মকালত সৰ্বোচ্চ) | |||
| গাঠনিক উপাদান: | নাইট্ৰজেন, মিথেন | |||
প্লুটো গ্ৰহ ১৯৩০ খৃষ্টাব্দৰ ২৩ জানুৱাৰীত বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে এই গ্ৰহটোক আৱিষ্কাৰ কৰিছিল। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ইয়াৰ সময় লাগে [পৃথিৱীৰ তুলনাত] ২৪৮ বছৰ। সূৰ্য ৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ। কক্ষপথত প্লুটোৰ গতি মাত্ৰ ৪.৭ কিলোমিটাৰ। ইয়াৰ ব্যাস প্ৰায় ৩০০০ কিলোমিটাৰ। ইয়াৰ তিনিটা উপগ্ৰহ আছে। প্লুটোত প্ৰচুৰ পৰিমাণে মিথেন গেছ আছে। কিছুসংখ্যক বিজ্ঞানীয়ে মতপোষন কৰে যে প্লুটো গ্ৰহটো এসময়ত নেপচুনৰ এটা উপগ্ৰহ আছিল।
[সম্পাদনা কৰক] উপগ্ৰহ
প্লুটো'ৰ তিনিটা প্ৰাকৃতিক উপগ্ৰহ আছে:-
- চেৰণ, যিটো ১৯৭৮ খৃষ্টাব্দত জ্যোতিৰ্বিজ্ঞানী জেমছ ডব্লিউ ক্ৰিস্টিয়ে প্ৰথম চিনাক্ত কৰে|
- নিক্স, ২০০৫ খৃষ্টাব্দত আৱিষ্কৃত হয়।
- হাইড্ৰা, ২০০৫ খৃষ্টাব্দত আৱিষ্কৃত হয়।
| প্লুটো আৰু চেৰণৰ লগত পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ তুলনা | |||||
|---|---|---|---|---|---|
| নাম |
ব্যাস (km) |
ভৰ (kg) |
কক্ষপথৰ ব্যাসাৰ্ধ (কিমি) | আবৰ্তন কাল (দিন) | |
| প্লুটো | ploo'-toe /ˈpluːtɔʊ/ |
2306 (65% Luna) |
13×1021 (18% Luna) |
2390 (0.6% Luna) |
6.3872 (25% Luna) |
| চেৰণ | shair'-ən /ˈʃɛərən/ |
1205 (35% Luna) |
1.5×1021 (2% Luna) |
19,570 (5% Luna) |
|
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ M. W. Buie, W. M. Grundy, E. F. Young, L. A. Young, S. A. Stern (২০০৬). "Orbits and photometry of Pluto's satellites: Charon, S/২০০৫ P১, and S/২০০৫ P২". Astronomical Journal ১৩২: ২৯০. সাঁচ:Arxiv. http://adsabs.harvard.edu/cgi-bin/nph-bib_query?bibcode=২০০৬AJ....১৩২..২৯০B&db_key=AST&data_type=HTML&format=&high=৪৪৪b৬৬a৪৭d২৭৭২৭.
- ↑ Based on the orientation of Charon's orbit, which is assumed the same as Pluto's spin axis due to the mutual tidal locking.
- ↑ Cite error: Invalid
<ref>tag; no text was provided for refs namedBuie.E0.A7.A6.E0.A7.AC
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- Pluto Profile at NASA's Solar System Exploration site
- NASA Pluto factsheet
- Website of the observatory that discovered Pluto
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||
Cite error: <ref> tags exist for a group named "lower-alpha", but no corresponding <references group="lower-alpha"/> tag was found