কৰমা কে ৰাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰমা কে ৰাতি
পৰিচালক জয়ন্ত নাথ
প্ৰযোজক ধ্ৰুৱজ্যোতি ফুকন
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
আইমী বৰুৱা
ৰিম্পী দাস
সংগীত পৰিচালক জয়ন্ত নাথ
মুক্তি
১২ জুলাই ২০১৩
দৈৰ্ঘ্য
১৩০ মিনিট
দেশ  ভাৰত
ভাষাসমূহ অসমীয়া, ছাদ্ৰী

কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Bihu attraction: social message on celluloid Karma ke rati a film on tea community is packed with action and romance". Telegraphindia. https://www.telegraphindia.com/states/north-east/bihu-attraction-social-message-on-celluloid-karma-ke-rati-a-film-on-tea-community-is-packed-with-action-and-romance/cid/326096। আহৰণ কৰা হৈছে: ২২ মে' ২০১৯. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

কৰমা কে ৰাতি