চন্দ্ৰ ভাৰতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰ ভাৰতী
জন্ম ১৫২৫
বৰপেটা
মৃত্যু ১৫৭৮ (বয়স ৫২–৫৩)
পেচা কবি
ভাষা অসমীয়া ভাষা
আত্মীয়-স্বজন ভট্টদেৱ (পুত্ৰ)

চন্দ্ৰ ভাৰতী (১৫২৫-১৫৭৮) ষোড়শ শতিকাৰ অসমৰ এগৰাকী কবি, সাহিত্যিক আৰু সংস্কৃত ব্যাকৰণত পাণ্ডিত্য থকা ব্যক্তি৷[1] তেওঁ তেতিয়াৰ কামৰূপৰ বৰপেটা অঞ্চলৰ লোক। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন ৰাজদুৱাৰৰ পাহাৰৰ ওপৰত থকা শিলৰ ফলকত এই পাহাৰটো চন্দ্ৰ ভাৰতীৰ বাসস্থান বুলি দাবী কৰা হৈছে।[2]

পৰিয়াল[সম্পাদনা কৰক]

তেওঁৰ পত্নীৰ নাম আছিল তাৰা দেৱী। তেওঁলোকৰ পুত্ৰ ভট্টদেৱক "অসমীয়া গদ্যৰ পিতৃ" বুলি জনা যায়।[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Dalal, Roshen (2014). Hinduism: An Alphabetical Guide. Penguin UK. 
  2. Barua, Dāsa, Harendranath, Yogeśa (1992). Reflections on Assam, 1944-1983: a collection of writings. Harendranath Barua Memorial Society. পৃষ্ঠা. 75. 
  3. Datta, Amaresh (1987). Encyclopaedia of Indian Literature. Sahitya Akademi. পৃষ্ঠা. 480.