তিল
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
তিল (বৈজ্ঞানীক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ । ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায় । ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে েখিত হয় । সধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যিদও িকছু িকছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায় ।
ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ িভতৰত হয় । পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয় । গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থােক । ওপৰ িদশত ই ক্ৰমান্বেয় পাতল ৈহ ৈগ থােক আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ । ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয় । ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থােক ।