শকুনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শকুনি
মহাভাৰতৰ চৰিত্ৰ
তথ্য
পৰিয়াল সুবল (পিতৃ),
সুদৰ্মা (মাতৃ),
গান্ধাৰী (ভনী)
দাম্পত্যসঙ্গী আৰশী
সন্তান উলূক আৰু বৃকাসুৰ

শকুনি (ইংৰাজী: Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে।[1] তেওঁ উলূক[2] আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।

বংশলতা[সম্পাদনা কৰক]

 
 
 
সুদৰ্মা (ম)
 
 
 
সুবল (পু)
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
আৰশী (ম)
 
শকুনি (পু)
 
গান্ধাৰী (ম)
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
উলূক (পু)বৃকাসুৰ (পু)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. হেমচন্দ্ৰ বৰুৱা. শকুনি (গ্ৰন্থ=হেমকোষ). হেমকোষ প্ৰকাশন (২০০৭). পৃষ্ঠা. ৯৮১. 
  2. হেমচন্দ্ৰ বৰুৱা. উলূক (গ্ৰন্থ=হেমকোষ). হেমকোষ প্ৰকাশন (২০০৭). পৃষ্ঠা. ১৭৬.