শ্ৰেণী:ইণ্টাৰনেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা ৷ ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, ব্যৱসায় সংক্ৰান্তীয় দিশসমূহ ৱায়াৰলেচ বা কেব'লৰ মাধ্যমেৰে আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে ৷ ইণ্টাৰনেটে ইলেক্ট্ৰ'নিক মেইল, অনলাইন চ্যাট, ফাইল স্থানান্তৰ বা ফাইল ভাগ-বতৰা, অনলাইন খেল আৰু অন্যান্য তথ্য World Wide Web (WWW)-অৰ মাধ্যমেৰে যোগান ধৰে ৷ সাধাৰণতে ইণ্টাৰনেট আৰু World Wide Web (WWW) একেলগে ব্যৱহাৰ হয় যদিও দুয়োটা একে নহয় ৷ ইণ্টাৰনেট হৈছে গ্ল'বেল যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয় ৷ ইণ্টাৰনেটে হাইপাৰলিংক আৰু URL-অৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডেটা কঢ়িয়াই আনে ৷

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 5টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 5 টা উপশ্ৰেণী আছে।