সদস্য:Psneog/যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
স্থাপিত ১৮৮৩
ধৰণ বিদ্যালয়
স্থান যোৰহাট, অসম, ভাৰত ভাৰত

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰা। ই যোৰহাটৰ সোণাৰু পথত মূখ্য প'ষ্ট অফিচৰ ওচৰতে অৱস্থিত।