সদস্য বাৰ্তা:মাধৱ দাস

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসাৰ কথা[সম্পাদনা কৰক]

ভকতিবিহীন পণ্ডিতৰ কথাত সাৰ নাথাকে, তেনে পণ্ডিতৰ কথা নুশুনাই ভাল ৷ গুৰু নিন্দা মহা অপৰাধ, তেনেলোকক ঈশ্বৰে কেতিয়াও মাপ নকৰে ৷ যিজনে গুৰুক নিন্দা কৰে, সেই জনে ঈশ্বৰকে নিন্দা কৰে আৰু ঈশ্বৰৰ পৰা আতৰি যায় ৷ সূৰ্যই সকলোকে পোহৰ দিয়ে, কিন্তু পোহৰ কেৱল পৃথিৱীতহে প্ৰকাশিত হয় ৷ ঠিক একেদৰে ঈশ্বৰ সকলোৱে অন্তৰত আছে, কিন্তু সকলোৱে বিশ্বাস নকৰে ৷ কাৰণ সকলোৱে অন্তৰত ভকতি নাথাকে আৰু ভকতি অবিহনে ঈশ্বৰৰ বিশ্বাস নহয় ৷ ঈশ্বৰক বিশ্বাস নকৰাসকলেহে গুৰু নিন্দা কৰে ৷ তেনেলোকৰ কথাত কাণ নিদিয়াই ভাল ৷ মাধৱ দাস (talk) 17:05, 25 July 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]