সৰস্বতী পূজা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
সৰস্বতী পূজা
সৰস্বতী পূজা
অন্য নাম শ্ৰীপঞ্চমী, বসন্ত পঞ্চমী
পালন কৰে হিন্দু সম্প্ৰদায়
প্রকাৰ সৰস্বতীৰ আৰাধনা
আৰম্ভ হয় মাঘ মাহৰ শুক্লা পঞ্চমী
তাৰিখ জানুৱাৰী/ফেব্ৰুৱাৰী
মানিবলগা ধাৰ্মিক কাৰ্য্য পূজা, সাংস্কৃতিক অনুষ্ঠান

সৰস্বতী পূজা জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনা কৰিবৰ কাৰণে অনুষ্ঠিত কৰা এটা ধৰ্মীয় উৎসৱ৷ প্ৰতি বছৰে বসন্ত পঞ্চমীত এই পূজা অনুষ্ঠিত কৰা হয়৷


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত