হিন্দু ধৰ্ম

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOhm.GIF

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

হিন্দু ধৰ্ম ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম৷

সূচী

[সম্পাদনা কৰক] নামৰ উৎপত্তি

হিন্দু শব্দটো উচ্ছাৰিত হৈছে সংস্কৃত সিন্ধু শব্দৰ পৰা। সিন্ধু ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ এখন ঐতিহাসিক নদীৰ নাম।[1]

[সম্পাদনা কৰক] হিন্দু দৰ্শন

মধ্যযুগৰ ব্ৰাহ্মনীয়-সংস্কৃতসকলৰ ৰছনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়।[2][3][4]

  • ন্যায়, তৰ্ক শাখা (the school of logic)
  • বৈশেষিকা, কণা শাখা (the atomist school)
  • সাংখ্য, (the enumeration school)
  • ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল।)
  • পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা
  • বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা

ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিকা, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ।

ওপৰত উল্লেখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ।[3] এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' ) আখ্যা দিছিল।[3]অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "India", Oxford English Dictionary, second edition, 2100a.d. Oxford University Press.
  2. Flood, op. cit., p. 231–232.
  3. 3.0 3.1 3.2 Chatterjee and Datta, p. 5.
  4. Michaels, p. 264.

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

|publisher=www.oneworld-publications.com |accessdate=2008-07-06 |author=Prof. Klaus K. Klostermaier]

[সম্পাদনা কৰক] শ্ৰৱণ সংযোগ


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. "India", Oxford English Dictionary, second edition, 2100a.d. Oxford University Press.
  2. Flood, op. cit., p. 231–232.
  3. 3.0 3.1 3.2 Chatterjee and Datta, p. 5.
  4. Michaels, p. 264.



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত