শিৱৰাত্ৰি
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| শিৱৰাত্ৰি | |
|---|---|
শিৱ লিঙ্গ |
|
| পালন কৰে | হিন্দু সম্প্ৰদায় |
| প্রকাৰ | Hindu |
| তাৰিখ | ফেব্ৰুৱাৰী/মাৰ্চ |
| 2011ৰ তাৰিখ | ২-৩ মাৰ্চ |
| মানিবলগা ধাৰ্মিক কাৰ্য্য | উপবাস, শিৱ লিঙ্গৰ পূজা |
শিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ ৷ মাঘ-ফাগুন মাহৰ কৃষ্ণ পক্ষত এই উৎসৱ আয়োজন কৰা হয় ৷