সংক্ৰান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰন্থৰ পৰিচয়[সম্পাদনা কৰক]

সংক্ৰান্তি এখন ত্ৰিভাষিক (অসমীয়া ভাষা, বঙালী ভাষা আৰু ইংৰাজী ভাষা) গ্ৰন্থ৷ গ্ৰন্থখনৰ সংকলক আৰু সম্পাদক দেৱেন দেৱান৷ আছাম ছচিঅ’-লিটাৰেৰী ক্লাবে (Assam Socio-Literary Club) প্ৰকাশ কৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল জানুৱাৰী ২০১৯ ত৷ গ্ৰন্থখনত অসমীয়া ভাষাৰ ৬৮ টা, বাংলা ভাষাৰ ২৯টা আৰু ইংৰাজী ভাষাত ১৪টা প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে৷ শেষৰফালে এ.এছ.এল ক্লাবৰ পৰিচয়, লেখক সকলৰ পৰিচয় আৰু অন্যান্য কিছু প্ৰাসংগিক তথ্য সন্নিৱিষ্ট কৰিছে৷ সংক্ৰান্তিৰ মূল বিষয়বস্তু হ’ল অসমীয়া ছাত্ৰৰ সাহিত্য সভা, অসম আৰু কলিকতাৰ সাহিত্য-সমাজ-সংস্কৃতিৰ সম্পৰ্কৰ ইতিহাস অধ্যয়ন৷ গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ৪৭৯৷[1]

অসমীয়া প্ৰবন্ধসমূহ আৰু লেখকসকল[সম্পাদনা কৰক]

  1. ডেৰশ বছৰত উপনীত এ.এছ.এল ক্লাব আৰু কিছু প্ৰাসংগিক চৰ্চা——— সম্পাদকীয় নিবন্ধ
  2. ’’’চিন্তা-কোষ’’’ৰ চিন্তা——— অম্বিকানাথ বৰা
  3. কলিকতা নগৰৰ বিৱৰণ——— আনন্দৰাম ঢেকিয়াল ফুকন
  4. কলিকতাৰ সুখিয়াতি———— কিনাৰাম সত্ৰীয়া
  5. জোনাকী (আলোচনী) যুগ———— বেণুধৰ শৰ্মা
  6. কলিকতালৈ মোহ————যজ্ঞেশ্বৰ শৰ্মা
  7. কলিকতাত অসমীয়া ভাষা-সাহিত্যচৰ্চাঃ স্মৃতি-ৰোমন্থন———— ৰঘুনাথ দেৱচৌধুৰী
  8. এ এছ এল ক্লাবৰ সোঁৱৰণ——— লক্ষেশ্বৰ শৰ্মা
  9. অ ভা উ সাৰ পৰা এ এছ এল ক্লাবলৈ——— মুনীন বৰকটকী
  10. কলিকতাৰ এ এছ এল ক্লাব———— পাৰ্বতী নাথ শৰ্মা
  11. বহুকথা ক’বলৈ মন যায়————ভূপেন হাজৰিকা
  12. আমাৰ দিনৰএ এছ এল ক্লাব——— নৰেশ ৰাজখোৱা
  13. এ এছ এল ক্লাব আৰু কিছু সৰু-বৰ কথা——— গুৰুপদ চৌধুৰী
  14. চল্লিশৰ দশকত কলিকতাত পাঁচ বছৰ——— বিনয় কুমাৰ তামোলী
  15. এ এছ এল ক্লাব আৰু মোৰ শৈশৱ——— দেৱযানী চলিহা
  16. এ এছ এল ক্লাবৰ বিষয়ে দুআষাৰ——— হেম শৰ্মা
  17. মই দেখা চল্লিশ দশকৰ কলিকতা———— বলীন্দ্ৰ নাথ শৰ্মা
  18. সত্তৰ-আশী দশকৰ এ এছ এল ক্লাবৰ কাৰ্যাৱলীত এভূমুকি——— নেকিব আহমেদ
  19. এ এছ এল ক্লাবৰ জয়ন্তী——— চন্দ্ৰপ্ৰসাদ শইকীয়া
  20. কলিকতাত সাহিত্যৰথী বেজবৰুৱাৰ মূৰ্তি প্ৰতিষ্ঠাৰ কথা——— চন্দ্ৰপ্ৰসাদ শইকীয়া
  21. অ ভা উ সা সভাৰ পৰা এ এছ এল ক্লাবলৈ——— গৌতম প্ৰসাদ বৰুৱা
  22. কলিকতাৰ এ এছ এল ক্লাবৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠান——— প্ৰফুল্ল কুমাৰ মহন্ত
  23. একা্‌ত অনুভৱত কলিকতা আৰু এ এছ এল ক্লাবৰ সান্নিধ্য——— অনুৰাধা শৰ্মা পূজাৰী
  24. এ এছ এল ক্লাবৰ সৈতে মোৰ দিনবোৰ——— অম্লান বৰুৱা
  25. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ পৰা অসম সাহিত্য সভালৈ——— উপেন্দ্ৰ বৰকটকী
  26. অসমীয়া ভাষা উন্নতি সাধিনী সভাঃ এটি সমীক্ষা——— যতীন্দ্ৰনাথ গোস্বামী
  27. কলিকতাত অসমীয়া ভাষা-সাহিত্যৰ এছোৱা——— যোগেন্দ্ৰ নাৰায়ণ ভূঞা
  28. অ ভা উ সা সভাৰ পিতৃস্বৰূপ হেমচন্দ্ৰ গোস্বামী——— ফণী তালুকদাৰ
  29. অসম সাহিত্য সভা আৰু এ এছ এল ক্লাব কলিকতাৰ দ্বাৰা আয়োজিত অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু জোনাকী আলোচনীৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠান ——— প্ৰফুল্ল কুমাৰ মহন্ত
  30. অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু ’’জোনাকী’’ৰ শতবাৰ্ষিকী অনুষ্ঠান ———কীৰ্তিনাথ হাজৰিকা
  31. ’’’জোনাকী’’’ৰ পৰা জোনৰ দেশলৈ———— ফণী তালুকদাৰ
  32. ’’’সংক্ৰান্তি ’’’আৰু অন্যান্য ——— শংকৰ প্ৰসাদ কাকতী বৰা
  33. কলিকতীয়া ’জোনাক’ ৰজেউতি এটি পশ্চাদ অৱলোকন ——— মলয়া খাওন্দ
  34. ’’’জোনাকী’’’ ৰ পৰা ’’’ৰামধেনু’’’ লৈ ——— শৈলেন ভৰালী
  35. ’’’ জোনাকী’’’ৰ পৰা এ এছ এল ক্লাবৰ ’’’সংক্ৰান্তি’’’লৈ ——— ৰাম গোস্বামী
  36. ’’’জোনাকী’’’ৰ সহচৰী ’’’বিজুলী’’’——— সত্যেন্দ্ৰনাথ শৰ্মা
  37. জোনাকী যুগ আৰু লক্ষ্মীনাথ বেজবৰুৱা——— সুনীল পৱন বৰুৱা
  38. অসমীয়া সমবাদ-পত্ৰ প্ৰকাশত কলিকতাৰ ডুখৰীয়া ছবি——— প্ৰসন্ন কুমাৰ ফুকন
  39. যোৱা শতিকাৰ কবিতাৰ সমীক্ষণঃ ’’’জোনাকী ’’’যুগ ——— দিলীপ বৰুৱা
  40. ঊনৈছ শতিকাৰ নৱজাগৰণৰ পটভূমিত অসমৰ স্ত্ৰীশিক্ষাৰ সম্প্ৰসাৰণত কলিকতাৰ দান ——— প্ৰীতি বৰুৱা
  41. ঊনৈছ শতিকাৰ অসমীয়া বিদ্বৎ সমাজৰ বাংলা ভাষা-সাহিত্যচৰ্চা ——— প্ৰসূন বৰ্মন
  42. অসমীয়া চলচ্চিত্ৰ আৰু কলিকতা ——— গিৰিশ চৌধুৰী
  43. স্মৃতি বিষাদৰ মাজেদি কলিকতালৈ প্ৰেমাঞ্জলি ——— নিৰুপমা বৰগোহাঞি
  44. কলিকতা ৩০০ ——— নৱকান্ত বৰুৱা
  45. কলিকতা ——— শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী)
  46. পুৰিণ কলিকতাত অসমীয়া পৰিয়াল ——— নৱকান্ত বৰুৱা
  47. অসমীয়া বাঙালিৰ বৈবাহিক সম্পৰ্কঃ তেওঁলোকৰ উত্তৰসূৰীসকলৰ কিছু কথা ——— কুমুদেশ্বৰ হাজৰিকা
  48. ঐতিহাসিক পটভূমিত অসমীয়া আৰু বাঙালিৰ সম্পৰ্কঃ এটি ৰূপৰেখা ——— নগেন শইকীয়া
  49. অসমীয়া আৰু বাঙালিৰ সম্পৰ্কঃ এক ঐতিহাসিক বিহঙ্গম-দৃষ্টি ——— বীৰেন্দ্ৰনাথ দত্ত
  50. অগ্ৰগামী অসমীয়া বাৰু বাঙালীৰ মিলন ——— মেদিনী চৌধুৰী
  51. বংগৰ নৱজাগৰণ আৰু অসম ——— যোগেন্দ্ৰ নাৰায়ণ ভূঞা
  52. কৃষ্টি সংযোগ ——— সূৰ্যকুমাৰ ভূঞা
  53. সাম্প্ৰতিক কলিকতাত অসমীয়া ভাষা-সাহিত্যচৰ্চা —— দেৱেন দেৱান
  54. অসমীয়া গ্ৰন্থাদি মুদ্ৰণত কলিকতাৰ ভূমিকা আৰু কিছু আনুষঙ্গিক কথা ——— দেৱেন দেৱান
  55. সংবাদ-পত্ৰত’’’ সংক্ৰান্তি’’’– সংগৃহীত কিছু টুকুৰা খবৰ ———
  56. সংগৃহীত কেইখনমান চমু প্ৰতিবেদনত সাম্প্ৰতিক এ এছ এল ক্লাব ———
  57. এ এছ এল কল্াবৰ পূৰ্বাপৰ সভাপতি আৰু সাধাৰণ সম্পাদক সকলঃ এক অৱলোকন ———
  58. সাম্প্ৰতিক কলিকতাবাসী কেইগৰাকীমান গুণী অসমীয়া ব্যক্তিত্ব ———
  59. কলিকতাত সাম্প্ৰতিক শিল্পকলাৰ ক্ষেত্ৰত কেইগৰাকীমান অসম সন্তান ——— শশীন্দ্ৰ কুমাৰ অধিকাৰী[2]

শ্ৰদ্ধাৰ্ঘ্য[সম্পাদনা কৰক]

  1. বেজবৰুৱা মানুহজন ————নীলমণি ফুকন (জ্যেষ্ঠ)
  2. ভোলানাথ বৰুৱা ——— সৰ্বেশ্বৰ শৰ্মা কটকী
  3. সদাগৰ ভোলানাথ বৰুৱা আৰু তেওঁৰ শেষ ইচ্ছা-পত্ৰ ——— চিদানন্দ বৰুৱা
  4. মাধৱচন্দ্ৰ বেজবৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয় ——— হৰেন্দ্ৰনাথ কলিতা
  5. অসমৰ সংস্কৃতিৰ এক গৌৰোৱোজ্জ্বল অধ্যায়ঃ হেমাঙ্গ বিশ্বাস ——— পৰমানন্দ মজুমদাৰ
  6. অসমীয়া মহিলা সংস্থা আৰু ’ঘৰুৱা’——— অনুৰাধা শৰ্মা পূজাৰী
  7. কলিকতাস্থ ভাৰতৰ জাতীয় গ্ৰন্থাগাৰ আৰু অসমীয়া গ্ৰন্থ তথা প্ৰকাশক ——— কৰুণা কান্ত ডেকা
  8. কলিকতীয়া অসমীয়াৰ মিলন কেন্দ্ৰঃ ৮, ৰাছেল ষ্ট্ৰীট ——— দেৱেন দেৱান
  9. কিছু আলোকচিত্ৰত এ এছ এল ক্লাব —————[3]

বাংলা প্ৰবন্ধ আৰু লেখকসকল[সম্পাদনা কৰক]

  1. বৈষ্ণৱ ও শাক্তভূমি অসম ——— শংকু মহাৰাজ
  2. অসমে বাংলাৰ নৱজাগৃতিৰ প্ৰভাৱ ——— অমলেন্দু গুহ
  3. ঊনবিংশ শতাব্দীৰ প্ৰাৰম্ভে অসমিয়া নৱযুগেৰ ওপৰ বাঙালি-প্ৰভাৱ——— হীৰেন গোহাঁই
  4. উনিশ শতকে অসম আৰ বংগদেশেৰ মধ্যে সাংস্কৃতিক সংযোগঃ বংকিমচন্দ্ৰ

এবং ৰজনীকান্ত বৰদলৈ —— অজিৎ বৰুৱা (অজিৎ বৰুৱা)

  1. উনিশ শতকে অসমিয়া বাঙালি সাংস্কৃতিক সম্পৰ্কঃ একটি ঐতিহাসিক দৃষ্টিপাত ——— অমলেন্দু গুহ
  2. ঊনবিংশ শতাব্দীতে সংস্কৃত চৰ্চাৰ মাধ্যমে অসম ও বংগেৰ মধ্যে যোগসূত্ৰ স্থাপন ——— সত্যৰঞ্জন বন্দোপাধ্যায়
  3. ঊনবিংশ শতাব্দীতে বাংলা-অসম সাংস্কৃতিক-সাহিত্যিক সম্পৰ্ক ——— অৰুণ কুমাৰ মুখোপাধ্যায়
  4. অসমিয়া, বাংলা দুই ভাষাৰ বন্ধন ——— পবিত্ৰ সৰকাৰ
  5. অসমিয়া সাহিত্যেৰ ’’’জোনাকী যুগ’’’ ও ’’’সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ’’’——— হেমাঙ্গ বিশ্বাস
  6. ’’’ জোনাকী’’’ৰ শতবৰ্ষ ——— গৌৰকিশোৰ ঘোষ
  7. অসমিয়া সাহিত্যে জোনাকী যুগ ——— শঙ্কৰপ্ৰসাদ কাকতী বৰা
  8. কলকাতা ও আধুনিক অসমীয়া সাহিত্য ——— লক্ষ্মী মুখোপাধ্যায়
  9. ভাৰতপন্থী লক্ষ্মীনাথ ——— ক্ষিতীশ ৰায়
  10. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা জন্ম-শতবাৰ্ষিকী ——— অন্নদাশঙ্কৰ ৰায়
  11. ঠাকুৰ পৰিবাৰ ও অসম ——— শোভন সোম
  12. অসম আৰু বঙ্গেৰ সেতুবন্ধনে বৌ-ঝি ——— দেৱেন দেওয়ান
  13. ৰবীন্দ্ৰনাথ ও লক্ষ্মীনাথঃ সম্পৰ্কেৰ পুনৰ্বিচাৰ——— উষাৰঞ্জন ভট্টাচাৰ্য
  14. অসম ও বাংলাৰ সাংস্কৃতিক সম্পৰ্ক ——— লক্ষ্মী মুখোপাধ্যায়
  15. একটি নদী, একটি ৰাজ্য ও একটি লোকগীতি ———হেমাঙ্গ বিশ্বাস
  16. ব্ৰহ্মপুত্ৰ ——— শিশিৰকুমাৰ দাশ
  17. বাংলা ভাষায় শঙ্কৰদেৱ ও উমেশচন্দ্ৰ দেৱ ——— মন্দিৰা দাশ
  18. ’’’আসামবন্ধু’’’ স্যাৰ আশুতোষ মুখোপাধ্যায় ——— প্ৰশান্ত চক্ৰৱৰ্তী
  19. শত শতং জীৱতু ’অসম’ ——— গোপাল হালদাৰ
  20. ’অসম’ তোমাকে আমি ভালোবাসি ——— দেবব্ৰত মুখোপাধ্যায়
  21. বাল্যেৰ ক্ৰীড়াভূমি ——— কণা বসু মিশ্ৰ
  22. ইতিহাসেৰ পটভূমিকায় অসমেৰ নাৰী ——— বীণা মিশ্ৰ
  23. প্ৰান্ত থেকে প্ৰান্তৰ ——— দেবেশ ৰায়
  24. দৰ্পণে নিজেৰ মুখ ——— আশিস সান্যাল
  25. অসমিয়া-বাঙালিঃ সম্পৰ্কেৰ পালাবদল ——— মাণিক দাস[4]

ইংৰাজী প্ৰবন্ধ আৰু লেখকসকল[সম্পাদনা কৰক]

  1. Literary and Cultural Relations between Assam and Bengal during 19th and 20th Centuries ——— Bhaben Barua
  2. Relation between Assam and Bengal before Independence ——— Satis Chandra Kakati
  3. Assam-Bengal Ties: Role of Anundoram Barooah: ——— Biman Kar
  4. Assamese Students in 19th century Calcutta——— Nagen Saikia
  5. Calcutta And Assamese Literature ——— Hiren Gohain
  6. ’’Jonaki’’ and Asamiya Bhasa Unnati Sadhini Sabha ——— Lakshminath bezbaroa
  7. ’’Jonaki’’: Organ a Literary Movement ——— Nagen Saikia
  8. Assamese Literature In the Jonaki Era ——— Sailen Bharali
  9. ’’Jonaki’’: A Venture to Remember ——— Nisith Ranjan Roy
  10. Lakshminath bezbaroa (1864-1938) ——— Rathin Mitra
  11. Calcutta, My Calcutta ——— Bhupen hazarika
  12. The Bond Runs Deep ——— Ranjita Biswas
  13. Assam Socio-Literary Club down the Ages——— Barada Charan Sarma
  14. Assam Socio-Literary Club and Assamese Women ——— Rekha Chaliha Basu[5]

অন্যান্য[সম্পাদনা কৰক]

  1. Looking Back At ASL Club
  2. লেখক পৰিচিতি
  3. Contributors
  4. প্ৰাসংগিক তথ্য[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. দেৱেন দেৱান, ed (২০১৯). সংক্ৰান্তি. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪. 
  2. সংক্ৰান্তি. ২০১৯. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪. 
  3. দেৱেন দেৱান, ed (২০১৯). সংক্ৰান্তি. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪. 
  4. দেৱেন দেৱান, ed (২০১৯). সংক্ৰান্তি. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪. 
  5. দেৱেন দেৱান, ed (২০১৯). সংক্ৰান্তি. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪. 
  6. দেৱেন দেৱান, ed (২০১৯). সংক্ৰান্তি. ISBN ৯৭৮-৯৩-৮৫২৩০-৭১-৪.