উৎসৱ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
উৎসৱ হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান৷ ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি৷
[সম্পাদনা কৰক] ভাৰতৰ প্ৰচলিত প্ৰধান উৎসৱসমূহ
[সম্পাদনা কৰক] ধৰ্মীয় উৎসৱ
- শিৱৰাত্ৰি
- দুৰ্গা পূজা
- সৰস্বতী পূজা
- বিশ্বকৰ্মা পূজা
- লক্ষ্মী পূজা
- ফাকুৱা
- ৰাস পূৰ্ণিমা
- ঈদ
- বুদ্ধ পূৰ্ণিমা
[সম্পাদনা কৰক] সামাজিক উৎসৱ
সামাজিক উৎসৱসমূহ সাধাৰণতে বিভিন্ন সমাজৰ মাজত কোনো এটা নিৰ্দিষ্ট দিনত উদযাপন কৰা হয়৷