ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১৬ চনত Kochadaiyaan ছবিৰ প্ৰিমিয়াৰৰ সময়ত অমিতাভ বচ্চনৰ সৈতে ৰজনীকান্ত (বাওঁফালে)

ৰজনীকান্তে ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। এই তালিকাত তেওঁ অভিনীত চলচ্চিত্ৰসমূহ তালিকাভূক্ত কৰা হৈছে।

অভিনেতা হিচাপে[সম্পাদনা কৰক]

১৯৭০ দশক[সম্পাদনা কৰক]

বছৰ চলচ্চিত্ৰ চৰিত্ৰ ভাষা
১৯৭৫ অপূৰ্ব ৰাঙ্গালাল(Apoorva Raagangal) পান্দিয়ান তামিল
১৯৭৬ কথা সঙ্গম (Katha Sangama) কন্নড়
আন্থুলেনী কথা (Anthuleni Katha) মুৰ্থী তেলেগু
মুনদ্ৰু মুদিচু (Moondru Mudichu) প্ৰসথ তামিল
বালু জেনু (Baalu Jenu) কন্নড়
1977 আভাৰগাল (Avargal) ৰামনাথ তামিল
কাভুক্কুয়িল (Kavikkuyil) মুৰুগান তামিল
ৰঘুপতি ৰাঘৱ ৰাজাৰাম(Raghupathi Raghavan Rajaram) ৰাজাৰাম তামিল
চিলাকাম্মা চিপ্পেন্দী (Chilakamma Cheppindi) কাশী তেলেগু
ভুবনা ওৰু কেল্ভী কুৰি (Bhuvana Oru Kelvi Kuri) সম্পথ তামিল
ওন্দু প্ৰেমদা কাথে (Ondu Premada Kathe) কন্নড়
১৬ ভায়াথিনিল (16 Vayathinile) পাৰত্তাই তামিল
সহোধাৰা সাভাল (Sahodarara Savaal) কন্নড়
আদু পুলি আত্তম (Aadu Puli Attam) ৰজনী তামিল
গায়িত্ৰী (Gaayathri) ৰাজাথিনাম তামিল
কুমকুম ৰক্ষী (Kumkuma Rakshe) কন্নড়
আৰুপুশপাঙ্গাল (Aarupushpangal) ৰবি তামিল
থলিৰেয়ি গাদিক (Tholireyi Gadic) (হিন্দী) তামিল
আমে কথা (Aame Katha) তেলেগু
হালাতে চামসাৰা(Galate Samsara) কন্নড়
১৯৭৮ শঙ্কৰ চালিম চাইমন(Shankar Salim Simon) চাইমন তামিল
খিলাড়ী কিট্টু (Kiladi Kittu) শ্ৰীকান্ত কন্নড়
আন্নাদাম্মুলা চাভাল (Annadammula Savaal) ৰাঙ্ঘবাবু তেলেগু
আয়িৰাম জেন্মাঙ্গল (Aayiram Jenmangal) ৰমেশ তামিল
মাথু তাপ্পাদা মাগা (Maathu Tappada Maga) চান্দ্ৰু কন্নড়
মাঙ্গুদী মিনৰ (Mangudi Minor) তামিল
  ভৈৰবী(Bairavi) মুকায়ান তামিল
ইলামাই ওঞ্জালাদুকিৰাথু (Ilamai Oonjaladukirathu) মুৰলী তামিল
সাধুৰঙ্গম (Sadhurangam) কুমাৰেচান তামিল
পাভাথিন চাম্বালাম (Paavathin Sambalam) তামিল
ভানাকাটুৰিয়া কাতালিয়া (Vanakkatukuriya Kathaliye) জনি তামিল
ভায়াসু পিলিক (Vayasu Pilic) (হিন্দী) মুৰলী তেলেগু
মুল্লুম মালাৰুম (Mullum Malarum) কালী তামিল
ইৰাইভান কদুথা ভাৰাম (Iraivan Kodutha Varam) তামিল
থাপ্পিদা থালা (Thappida Thala) দেবু কন্নড়
থাপ্পু থালাঙ্গাল (Thappu Thalangal) দেব তামিল
আভাল আপ্পাদিথান (Aval Appadithan) Advertising Boss তামিল
থাই মিথু চাথিয়াম (Thai Meethu Sathiyam) বাবু তামিল
এন কেলভিক্কু এন্না বাথিল (En Kelvikku Enna Bathil) চলোমন তামিল
জাস্টিচ গোপীনাথ (Justice Gopinath) তামিল
প্ৰিয়া (Priya) গণেশ তামিল
১৯৭৯ কাপ্পাথু ৰাজা (Kuppathu Raja) ৰাজা তেলেগু
ইদ্দাৰু আছাদুল (Iddaru Asadhyule) তেলেগু
থায়িল্লামাল নান ইল্লাই (Thaayillamal Naan Illai) ৰাজা তামিল
আলাউদ্দীন আলবুথা ভিলাক্কুম (Allauddinum Albhutha Vilakkum) কামৰুদ্দীন মালায়ালাম
নিনাইথালে ইনিক্কুম (Ninaithale Inikkum) দ্বীপক তামিল
আন্দামাইযনা অনুভবম (Andamaina Anubhavam) দিলীপ তেলেগু
আলাউদ্দীনাম অপ্ৰুথা ভিলাক্কুম (Allaudinaum Arputha Vilakkum) কামৰুদ্দীন তামিল
ধৰ্ম যুদ্ধ (Dharma Yuddam) ৰাজা তামিল
নান ভাঝাভাইপ্পেন (Naan Vazhavaippen) মাইকেল ডি’চজা তামিল
টাইগাৰ (Tiger) তেলেগু
আৰিলিৰুন্থু অৰুবাথু ভাৰাই (Aarilirunthu Arubathu Varai) সান্থনাম তামিল
আন্নাই ওৰু আলায়াম (Annai Oru Alayam) বিজয় তামিল
আম্মা এভাৰিকা আম্মা (Amma Evarikkaina Amma) বিজয় তেলেগু

১৯৮০ দশক[সম্পাদনা কৰক]

১৯৯০ দশক[সম্পাদনা কৰক]

২০০০ দশক[সম্পাদনা কৰক]

২০১০ দশক[সম্পাদনা কৰক]

কণ্ঠশিল্পী হিচাপে[সম্পাদনা কৰক]

বছৰ চলচ্চিত্ৰ গান ভাষা সঙ্গীত পৰিচালক টীকা
১৯৯৩ মান্নান (Mannan) "Adikuthu Kuliru" তামিল ইলায়্যাৰাজা
২০১৩ কোচাডাইয়ান (Kochadaiiyaan) "Ethirikal Illai" তামিল এ. আৰ. ৰহমান

কাহিনীকাৰ হিচাপে[সম্পাদনা কৰক]

  • বালী (Valli)' (১৯৯৩)
  • বাবা (Baba) (২০০২)
  • ৰানা (কাৰ্য ৰুটিনভুক্ত)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]