ৰুক্মিণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুক্মিণী
সৌভাগ্য

কৃষ্ণ আৰু ৰুক্মিণী, চৰকাৰী সংগ্ৰহালয়, চেন্নাই
দেৱনাগৰী रूक्मिणी, रूकमणी
সম্পৰ্ক লক্ষ্মীৰ ৰূপ
নিবাস দ্বাৰকা
বৈকুণ্ঠ
সঙ্গী শ্ৰীকৃষ্ণ
সহোদৰ ৰুক্মি
সন্তান প্ৰদ্যুন্ম
চাৰুদেষ্ণা
সুদেষ্ণা
চাৰুদেহ
সুচাৰু
চাৰুগুপ্ত
ভদ্ৰচাৰু
চাৰুচন্দ্ৰ
বিচাৰু
চাৰু
চাৰুমতী

ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক ৰুক্মিৰ বন্ধু আৰু চেদীৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ থিৰ কৰিছিল। এই কথাত অসন্মত হৈ ৰুক্মিণীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ গোপনে কৃষ্ণলৈ অনুৰোধ পঠিয়ায়। এই অনুৰোধত কৃষ্ণই তেওঁক হৰণ কৰি আনিছিল। ৰুক্মিণীক ধন আৰু সৌভাগ্যৰ দেৱী লক্ষ্মীৰ অৱতাৰ বুলিও গণ্য কৰা হয়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]