সমললৈ যাওক

অসম বিদ্যুৎ নিয়ামক আয়োগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
(edited with ProveIt)
(কোনো পাৰ্থক্য নাই)

13:53, 12 December 2020ৰ সংস্কৰণ

অসম বিদ্যুৎ নিয়ামক আয়োগ
Assam Electricity Regulatory Commission
সংস্থাৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ অসম চৰকাৰ
মুখ্য কাৰ্যালয় গুৱাহাটী
সংস্থাৰ কাৰ্যবাহী সুভাষ চন্দ্ৰ দাস, অধ্যক্ষ [1]
মনোজ কুমাৰ ডেকা, সম্পাদক
ৱেবছাইট http://www.aerc.nic.in/

অসম বিদ্যুৎ নিয়ামক আয়োগ (ইংৰাজী: Assam Electricity Regulatory Commission, AERC) হৈছে অসম চৰকাৰৰ এটি নিয়ামক সংস্থা, যিয়ে অসমৰ বিদ্যুৎ শক্তিৰ উৎপাদন, সংবহন আৰু বিতৰণৰ লগত জড়িত কেতবোৰ নীতি প্ৰতিষ্ঠা, নিয়ন্তণ আৰু পৰিচালনা কৰে৷ বিভিন্ন স্তৰত বিদ্যুতৰ পাইকাৰী আৰু খুচুৰা নিৰিখক ধাৰ্য কৰাটো সংস্থাটোৰ মূল কৰ্তব্য৷ বিদ্যুৎ আইন, ২০০৩ৰ অধিনিয়ম ৮৬ৰ অধীনত আয়োগে তেওঁলোকৰ দায়িত্বসমূহ পালন কৰি আহিছে৷ আয়োগে আন্তঃৰাজ্যিক বিদ্যুৎ সংবহনৰ প্ৰক্ৰিয়াটোকো গতিপ্ৰদান কৰে৷ প্ৰয়োজনীয় বিদ্যুৎ বিভৱ বা ভল্টেজত গ্ৰাহকসকলে যাতে অবিৰতভাৱে বিদ্যুৎ সেৱা লাভ কৰে, তাৰ বাবে আয়োগে এক নিশ্চিতি প্ৰদান কৰে৷ [2][3] সুভাষ চন্দ্ৰ দাস বৰ্তমান আয়োগৰ অধ্যক্ষ৷ [1] [4]

কৰ্তব্য

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসংগ্ৰহ

স্থানাংক: 26°07′52″N 91°48′23″E / 26.131244°N 91.806266°E / 26.131244; 91.806266

  1. 1.0 1.1 "Key Officials of AERC". AERC. http://www.aerc.nic.in/Keyofficials.htm। আহৰণ কৰা হৈছে: 12 December 2020. 
  2. "Functions of the Commission". AERC. http://www.aerc.nic.in/Functions.htm। আহৰণ কৰা হৈছে: 12 December 2020. 
  3. "Mission and Vission". AERC. http://www.aerc.nic.in/Mission.htm। আহৰণ কৰা হৈছে: 12 December 2020. 
  4. "Chairperson". AERC. http://www.aerc.nic.in/Profile.htm। আহৰণ কৰা হৈছে: 12 December 2020.