সমললৈ যাওক

তাছি আৰু নুংচি মালিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
15 নং শাৰী: 15 নং শাৰী:
}}
}}
'''তাছি আৰু নুংচি মালিক''' (জন্ম ২১ জুন ১৯৯১)<ref name="timesofindia.indiatimes.com">{{cite web|url=http://timesofindia.indiatimes.com/city/dehradun/Up-Mt-Vinson-twin-girls-will-celebrate-as-if-boy-were-born/articleshow/45300921.cms|title=Up Mt Vinson, twin girls will celebrate as if boy were born - Times of India|work=indiatimes.com}}</ref> হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।
'''তাছি আৰু নুংচি মালিক''' (জন্ম ২১ জুন ১৯৯১)<ref name="timesofindia.indiatimes.com">{{cite web|url=http://timesofindia.indiatimes.com/city/dehradun/Up-Mt-Vinson-twin-girls-will-celebrate-as-if-boy-were-born/articleshow/45300921.cms|title=Up Mt Vinson, twin girls will celebrate as if boy were born - Times of India|work=indiatimes.com}}</ref> হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।

==প্ৰাৰম্ভিক জীৱন==
মালিক যমজ কন্যা তাছি আৰু নুংচি ভাৰতৰ [[হাৰিয়ানা]] ৰাজ্যৰ বাসিন্দা।<ref>{{cite news | url=http://www.thehindu.com/news/international/south-asia/indian-sisters-become-first-twins-to-climb-everest/article4733688.ece | title=Indian sisters become first twins to climb Everest | work=[[The Hindu]] | date=21 May 2013 | access-date=24 May 2013}}</ref> তেওঁলোকৰ জন্ম হাৰিয়ানাৰ চোনিপত জিলাৰ এজন ভাৰতীয় সেনা বিষয়া কৰ্ণেল বীৰেন্দ্ৰ সিং মালিক আৰু তেওঁৰ পত্নী অঞ্জু থাপাৰ ঘৰত হৈছিল। কৰ্ণেল মালিকৰ ভাৰতীয় সেনাৰ পৰা অৱসৰৰ পিছত তেওঁলোকৰ পৰিয়ালে ডেৰাডুনত বসতি স্থাপন কৰে।<ref name=fpj>{{cite news | url=http://freepressjournal.in/first-twins-ever-to-climb-everest/ | title=FIRST TWINS EVER TO CLIMB EVEREST | work=Free Press Journal | date=21 May 2013 | access-date=24 May 2013 | url-status=dead | archive-url=https://web.archive.org/web/20140610012052/http://freepressjournal.in/first-twins-ever-to-climb-everest/ | archive-date=10 June 2014 | df=dmy-all }}</ref>

দুয়ো কন্যাই [[মধ্য প্ৰদেশ]], [[উত্তৰ প্ৰদেশ]], [[উত্তৰাখণ্ড]], [[তামিলনাডু]], [[কেৰালা]] আৰু [[মণিপুৰ]] ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত অধ্যয়ন কৰিব লগা হৈছিল, ইয়াৰাৰ ভিতৰত ওটাকামুণ্ডৰ ওচৰৰ লৰেন্স স্কুল অন্যতম। ২০১৩ চনত তেওঁলোকে ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণ সংযোগ বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁলোকে [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ভাৰমণ্টৰ স্কুল অফ ইণ্টাৰনেচনেল ট্ৰেইনিংৰ পৰা শান্তি আৰু সংঘাত সমাধানৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। ২০১৫ চনত যমজ ভগ্নীদ্বয়ে নিউজিলেণ্ডৰ ইনভাৰকাৰগিলৰ চাউদাৰ্ণ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা স্প'ৰ্ট এণ্ড এক্সাৰচাইজত স্নাতক ডিগ্ৰী লাভ কৰে।<ref>{{cite web|url=http://www.allindoon.com/newsarticle/shownewsarticle/news/doon-bite-/4762-tashi-nungshi-malik-mt-everest | archive-url=https://web.archive.org/web/20130623011648/http://www.allindoon.com/newsarticle/shownewsarticle/news/doon-bite-/4762-tashi-nungshi-malik-mt-everest | url-status=dead | archive-date=23 June 2013 | title=TWINS ON MT EVEREST - TASHI & NUNGSHI MALIK FIRST TWINS TO SCALE EVEREST | access-date=7 June 2013 | df=dmy-all }}</ref><ref>{{cite web | url=http://dehradunweekly.blogspot.in/2013/03/dehradun-girls-tashi-and-nungshi-twin.html | title=Dehradun girls, Tashi and Nungshi 'Twin Sisters', to scale Mount Everest | date=7 March 2013 | access-date=7 June 2013}}</ref>



==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

16:31, 30 March 2022ৰ সংস্কৰণ

মালিক টুইনছ

তাছি আৰু নুংচি মালিক হিমালয়ৰ পাদদেশত ট্ৰেকিং কৰি থকা অৱস্থাত
জন্ম তাছি মালিক আৰু নুংচি মালিক
২১ জুন ১৯৯১
চোনিপত, হাৰিয়ানা, ভাৰত
জনা যায় সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।
ৱেবছাইট
nungshitashi.com

তাছি আৰু নুংচি মালিক (জন্ম ২১ জুন ১৯৯১)[1] হৈছে সপ্তশৃঙ্গ আৰোহণ কৰা আৰু উত্তৰ আৰু দক্ষিণ মেৰুত উপস্থিত হৈ দুঃসাহসী গ্ৰেণ্ড শ্লেম আৰু থ্ৰী পোলচ চেলেঞ্জ সম্পূৰ্ণ কৰা প্ৰথম যমজ ভগ্নীৰ এটি যুটি।

প্ৰাৰম্ভিক জীৱন

মালিক যমজ কন্যা তাছি আৰু নুংচি ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ বাসিন্দা।[2] তেওঁলোকৰ জন্ম হাৰিয়ানাৰ চোনিপত জিলাৰ এজন ভাৰতীয় সেনা বিষয়া কৰ্ণেল বীৰেন্দ্ৰ সিং মালিক আৰু তেওঁৰ পত্নী অঞ্জু থাপাৰ ঘৰত হৈছিল। কৰ্ণেল মালিকৰ ভাৰতীয় সেনাৰ পৰা অৱসৰৰ পিছত তেওঁলোকৰ পৰিয়ালে ডেৰাডুনত বসতি স্থাপন কৰে।[3]

দুয়ো কন্যাই মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, তামিলনাডু, কেৰালা আৰু মণিপুৰ ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত অধ্যয়ন কৰিব লগা হৈছিল, ইয়াৰাৰ ভিতৰত ওটাকামুণ্ডৰ ওচৰৰ লৰেন্স স্কুল অন্যতম। ২০১৩ চনত তেওঁলোকে ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণ সংযোগ বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টৰ স্কুল অফ ইণ্টাৰনেচনেল ট্ৰেইনিংৰ পৰা শান্তি আৰু সংঘাত সমাধানৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। ২০১৫ চনত যমজ ভগ্নীদ্বয়ে নিউজিলেণ্ডৰ ইনভাৰকাৰগিলৰ চাউদাৰ্ণ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা স্প'ৰ্ট এণ্ড এক্সাৰচাইজত স্নাতক ডিগ্ৰী লাভ কৰে।[4][5]


তথ্যসূত্ৰ

  1. "Up Mt Vinson, twin girls will celebrate as if boy were born - Times of India". indiatimes.com. http://timesofindia.indiatimes.com/city/dehradun/Up-Mt-Vinson-twin-girls-will-celebrate-as-if-boy-were-born/articleshow/45300921.cms. 
  2. "Indian sisters become first twins to climb Everest". The Hindu. 21 May 2013. http://www.thehindu.com/news/international/south-asia/indian-sisters-become-first-twins-to-climb-everest/article4733688.ece. 
  3. "FIRST TWINS EVER TO CLIMB EVEREST". Free Press Journal. 21 May 2013. http://freepressjournal.in/first-twins-ever-to-climb-everest/. 
  4. "TWINS ON MT EVEREST - TASHI & NUNGSHI MALIK FIRST TWINS TO SCALE EVEREST". http://www.allindoon.com/newsarticle/shownewsarticle/news/doon-bite-/4762-tashi-nungshi-malik-mt-everest। আহৰণ কৰা হৈছে: 7 June 2013. 
  5. "Dehradun girls, Tashi and Nungshi 'Twin Sisters', to scale Mount Everest". 7 March 2013. http://dehradunweekly.blogspot.in/2013/03/dehradun-girls-tashi-and-nungshi-twin.html। আহৰণ কৰা হৈছে: 7 June 2013.