অণুগল্প
Jump to navigation
Jump to search
![]() | অনুকাহিনী নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
অণুগল্প (ইংৰাজী: Flash fiction) হৈছে অতি সংক্ষিপ্তভাৱে বৰ্ণনা কৰা সাহিত্য কৰ্ম।[1] এনে কেইটামান উল্লেখযোগ্য অণুগল্প হৈছে: ছিক্স-ৱৰ্ড ষ্ট'ৰি,[2] ১৪০-কেৰেক্টাৰছ্ ষ্ট'ৰিজ, যিবোৰক টুইটাৰেচাৰ বুলিও জনা যায়,[3] দ্যা ড্ৰিব্বল (৫০ টা শব্দ),[2] দ্যা ড্ৰাব্বল (১০০ শব্দ),[2] আৰু ছাডেন ফিক্সন (৭৫০ শব্দ)।[4] কিছুমানৰ মতে অণুগল্পৰ এক অনন্য সাহিত্যিক বৈশিষ্ট আছে, যেনে- কোনো ইংগিত অথবা বিস্তৃত কাহিনীৰ কম শব্দেৰে প্ৰকাশ কৰাৰ সক্ষমতা।[5][6]
অণু সাহিত্যত নিদৰ্শন প্ৰাচীন কালৰ সাহিত্যত পোৱা যায়, যেনে পশ্চিমৰ ঈছপৰ সাধু আৰু ভাৰতৰ পঞ্চতন্ত্ৰৰ সাধু আৰু জাতকৰ সাধু। আধুনিক যুগত চাদি, এণ্টন চেকভ, অ' হেনৰী, ফ্ৰান্জ কাফ্কা, আৰ্নেষ্ট হেমিংৱে, আৰ্থাৰ চি ক্লাৰ্ক, জুলিঅ' কৰ্টাজাৰ, জন কেজ আদিয়ে এনে সাহিত্য ৰচনা কৰিছে।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Catherine Sustana. "What Is Flash Fiction?". About Entertainment. http://shortstories.about.com/od/Flash/a/What-Is-Flash-Fiction.htm.
- ↑ 2.0 2.1 2.2 Graham (March 8, 2013). "Flash fiction - all you ever wanted to know, but were afraid to ask...". The Bridport Prize. https://www.bridportprize.org.uk/blog/flash-fiction-all-you-ever-wanted-know-were-afraid-ask.
- ↑ Maddie Crum (May 7, 2015). "Twitter Fiction Reveals The Power Of Very, Very Short Stories". The Huffington Post. http://www.huffingtonpost.com.au/entry/twitter-fiction_n_7205686.
- ↑ Becky Tuch. "Flash Fiction: What's It All About?". The Review Review. http://www.thereviewreview.net/publishing-tips/flash-fiction-whats-it-all-about.
- ↑ Ashley Chantler. "Why Flash Fiction? Because of a Parrot and a Porn Star, Of Course". Smokelong Quarterly. http://www.smokelong.com/why-flash-fiction-because-of-a-parrot-and-a-porn-star-of-course/#_edn3.
- ↑ Swartwood, Robert, "Hint Fiction", (New York: W.W. Norton, 2011)