অভিজিৎ শাৱন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অভিজিৎ শাৱন্ত
জন্ম ০৭ অক্টোবৰ, ১৯৮১ (৪২ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা গায়ক, অভিনেতা, উপস্থাপক
সক্ৰিয় হৈ থকা সময় ২০০৫ - বৰ্তমানলৈ
দাম্পত্যসঙ্গী শিল্পা শাৱন্ত (২০০৭ বৰ্তমান)


অভিজিৎ শাৱন্ত (মাৰাঠী: अभिजीत सावंत; জন্ম অক্টোবৰ ৭, ১৯৮১) মূলতঃ এজন ভাৰতীয় নেপথ্য গায়ক, অভিনেতা আৰু উপস্থাপক।