অসমত দেখা পোৱা বান্দৰৰ তালিকা
অৱয়ব
| অসমীয়া নাম | ছবি | ইংৰাজী নাম | বৈজ্ঞানিক নাম |
|---|---|---|---|
| হলৌ বান্দৰ |
|
Hoolock Gibbon | Hoolock hoolock, Hoolock leuconedys |
| সোণালী বান্দৰ |
|
Golden langur | Trachypithecus geei |
| টুপীমূৰীয়া বান্দৰ |
|
Capped Langur | Trachypithecus pileatus |
| মলুৱা বান্দৰ |
|
Rhesus Macaque | Macaca mulatta |
| গাহৰি-নেজীয়া বান্দৰ |
|
Pig-tailed macaque | Macaca leonina |
| সেন্দুৰীয়া বান্দৰ | Stump-tailed Macaque | Macaca arctoides | |
| অসমীয়া বান্দৰ |
|
Assamese macaque | Macaca assamensis |
| লাজুকী বান্দৰ | Bengal slow loris | Nycticebus bengalensis |




