অসমৰ জনগণ
| Assamese couple in traditional attire | |||
| মুঠ জনসংখ্যা | |||
|---|---|---|---|
| 31,169,272 (2011)[উদ্ধৃতিৰ প্ৰয়োজন] | |||
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||
| |||
| ভাষাসমূহ | |||
| ধৰ্ম | |||
|
• | |||
| সম্পৰ্কীয় জাতি-জনগোষ্ঠী | |||
|
• তাই-আহোম • অসমীয়া ব্ৰাহ্মণ (গণক সহ) • চুতীয়া • কলিতা • কোচ ৰাজবংশী • বড়োসকল • ডিমাছা • কাৰ্বি • মাৰ• মিচিং • কুকি • দেউৰী • কৈৱৰ্ত • কেওঁট • মটক • মৰাণ • যোগী • কুমাৰ • কায়স্থ • তিৱা • ৰাভা • হাজং • নদীয়াল • সোণোৱাল কছাৰী • ঠেঙাল কছাৰী • শৰণীয়া কছাৰী,• চাঁওতাল • টাই ফাকে Surname Families: • বৰ্মন • বৰুৱা • ভৰালী • বৰা • চক্ৰৱৰ্তী • চৌধুৰী • দাস • ডেকা • দত্ত • গগৈ • কোচ/ৰাজবংশী • বুঢ়াগোহাঁই • ৰাজকোঁৱৰ • ৰাজকুমাৰী • কোঁৱৰ • গোস্বামী • হাজৰিকা • কলিতা • খনিকৰ • ফুকন • ৰাজখোৱা • শইকীয়া • শৰ্মা • চুতীয়া • নায়ক • কেওঁট • নাৰ্জাৰী • বড়ো • পেগু • দলে • বসুমতাৰী • স্বৰ্গীয়াৰী • ৰামচিয়াৰী • মোচাহাৰী • ব্ৰহ্ম • ইংতি • হোজাই • লাংথাচা • ৰাভা • বৰগোহাঁই • সোণোৱাল • বাগলাৰী • নুনিচা • লাহন, • নাথ আদি। |
অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।