সমললৈ যাওক

অৰুণাচল পূব (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰুণাচল প্ৰদেশ পূব লোকসভা সমষ্টি ইংৰাজী: Arunachal East Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত উজনি ছিয়াং, পূব ছিয়াং, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, অঞ্জাও, চাংলাং আৰু তিৰাপ জিলাক সামৰি লোৱা হৈছে।[1]

বিধানসভা সমষ্টিসমূহ

[সম্পাদনা কৰক]

বৰ্তমানৰ অৰুণাচল পূব বিধানসভা সমষ্টিটো ২৭ টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম হৈছে:

  • টুটিং-য়িংকিয়ং বিধানসভা সমষ্টি (Tuting-Yingkiong)
  • পানগিন বিধানসভা সমষ্টি (ইংৰাজী: Pangin)
  • নাৰি-কয়ু বিধানসভা সমষ্টি (Nari-Koyu)
  • পাছিঘাট পশ্চিম বিধানসভা সমষ্টি (ইংৰাজী: Pasighat)
  • পাছিঘাট পূব বিধানসভা সমষ্টি
  • মিব’ বিধানসভা সমষ্টি (ইংৰাজী: Mebo)
  • মাৰিয়াং-গেকু বিধানসভা সমষ্টি (Mariyang-Geku)
  • আনিনি বিধানসভা সমষ্টি (ইংৰাজী: Anini)
  • ডামবুক বিধানসভা সমষ্টি (ইংৰাজী: Dambuk)
  • ৰ’য়িং বিধানসভা সমষ্টি (ইংৰাজী: Roing)
  • তেজু বিধানসভা সমষ্টি (ইংৰাজী: Tezu )
  • হায়ুলিয়াঙ বিধানসভা সমষ্টি (ইংৰাজী: Hayuliang)
  • চৌখাম বিধানসভা সমষ্টি (ইংৰাজী: Chowkham)
  • নামচাই বিধানসভা সমষ্টি (Namsai)
  • লেকাং বিধানসভা সমষ্টি (ইংৰাজী: Lekang)
  • বৰডুমছা-দিয়ুম বিধানসভা সমষ্টি (Bordumsa-Diyum)
  • মিয়াও বিধানসভা সমষ্টি (Miao)
  • নামপং বিধানসভা সমষ্টি (ইংৰাজী: Nampong)
  • চাংলাং দক্ষিণ বিধানসভা সমষ্টি
  • চাংলাং উত্তৰ বিধানসভা সমষ্টি
  • নামচাং বিধানসভা সমষ্টি (ইংৰাজী: Namsang)
  • খ’ন্সা পূব বিধানসভা সমষ্টি (ইংৰাজী: Khonsa)
  • খ’ন্সা পশ্চিম বিধানসভা সমষ্টি
  • বৰদুৰীয়া-বগাপানী বিধানসভা সমষ্টি (Borduria-Bagapani)
  • কানুবাৰী বিধানসভা সমষ্টি
  • লংডিং-পুমাও বিধানসভা সমষ্টি (Longding-Pumao)
  • পঙচাও-ৱাকা বিধানসভা সমষ্টি (Pongchou-Wakka)[1]

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
চনসাংসদদল
১৯৭৭Bakin Pertinনিৰ্দলীয়
১৯৮০Sobeng Tayengভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
১৯৮৪Wangpha Lowangভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৯Laeta Umbreyভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১Laeta Umbreyভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬Wangcha Rajkumarনিৰ্দলীয়
১৯৯৮Wangcha Rajkumarঅৰুণাচল কংগ্ৰেছ
১৯৯৯Wangcha Rajkumarভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪Tapir Gaoভাৰতীয় জনতা পাৰ্টী
২০০৯Ninong Eringভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm আহৰণ কৰা হৈছে: 21 March 2011.