সমললৈ যাওক

অৰুণাচল পশ্চিম (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰুণাচল পশ্চিম লোকসভা সমষ্টি (ইংৰাজী: Arunachal West Lok Sabha constituency) হৈছে অৰুণাচল প্ৰদেশৰ দুটা লোকসভা সমষ্টিৰ মাজৰ এটা। এই সমষ্টিটোৰ ভিতৰত টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, নামনি সোৱণশিৰি, কুৰুং কুমেই, উজনি সোৱণশিৰি আৰু পশ্চিম ছিয়াং জিলাক সামৰি লোৱা হৈছে।[1]

বিধানসভা সমষ্টিসমূহ

[সম্পাদনা কৰক]

বৰ্তমানৰ অৰুণাচল পশ্চিম লোকসভা সমষ্টিটো ৩৩টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত হৈছে। সেই বিধানসভা সমষ্টিসমূহৰ নাম হৈছে:

  • লুমলা বিধানসভা সমষ্টি (Lumla)
  • টাৱাঙ বিধানসভা সমষ্টি (Tawang)
  • মুক্ত বিধানসভা সমষ্টি (Tawang)
  • ডিৰাং বিধানসভা সমষ্টি (Dirang)
  • কলকটাং বিধানসভা সমষ্টি (Kalaktang)
  • থ্ৰিজিন’বুঢ়াগাঁও- বিধানসভা সমষ্টি (Thrizino-Buragaon)
  • ব’মডিলা বিধানসভা সমষ্টি (ইংৰাজী: Bomdila)
  • বামেং বিধানসভা সমষ্টি (Bameng)
  • চায়াংটাজু বিধানসভা সমষ্টি (Chayangtajo)
  • চেপ্পা পূব বিধানসভা সমষ্টি (Seppa East)
  • চেপ্পা পশ্চিম বিধানসভা সমষ্টি (Seppa West)
  • পক্বে-কাচং বিধানসভা সমষ্টি (Pakke-Kasang)
  • ইটানগৰ বিধানসভা সমষ্টি (ইংৰাজী: Itanagar)
  • দৈমুখ বিধানসভা সমষ্টি (Doimukh)
  • ছাগালী বিধানসভা সমষ্টি (Sagalee)
  • য়াছুলি বিধানসভা সমষ্টি (Yachuli)
  • জিৰ’-হাপ’লি বিধানসভা সমষ্টি (Ziro-Hapoli)
  • পালিন বিধানসভা সমষ্টি (ইংৰাজী: Palin)
  • ন্যাপিন বিধানসভা সমষ্টি (Nyapin)
  • তালি বিধানসভা সমষ্টি (Tali)
  • ক’ল’ৰিয়াঙ বিধানসভা সমষ্টি (Koloriang)
  • নাছ’ বিধানসভা সমষ্টি (Nacho)
  • তালিহা বিধানসভা সমষ্টি (Taliha)
  • দাপ’ৰিজ’ বিধানসভা সমষ্টি (Daporijo)
  • ৰাগা বিধানসভা সমষ্টি (Raga)
  • দাম্প’ৰিজ’ বিধানসভা সমষ্টি (Damporijo)
  • লিৰ’ম’বা বিধানসভা সমষ্টি (Liromoba)
  • লিকাবালি বিধানসভা সমষ্টি (Likabali)
  • বাছাৰ বিধানসভা সমষ্টি (Basar)
  • আলং পশ্চিম বিধানসভা সমষ্টি (Along West)
  • আলং পূব বিধানসভা সমষ্টি (Along East)
  • ৰুমগং বিধানসভা সমষ্টি (Rumgong)
  • মেছুকা বিধানসভা সমষ্টি (Mechuka)[1]

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
লোকসভা কাৰ্যকাল সাংসদ ৰাজনৈতিক দল
ষষ্ঠ১৯৭৭-৮০Rinching Khandu Khrimeভাৰতীয় জাতীয় কংগ্ৰেছ (পাছত জনতা পাৰ্টী)
সপ্তম১৯৮০-৮৪Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ (ই)
অষ্টম১৯৮৪-৮৯Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
নৱম১৯৮৯-৯১Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
দশম১৯৯১-৯৬Prem Khandu Thunganভাৰতীয় জাতীয় কংগ্ৰেছ
একাদশ১৯৯৬-৯৮Tomo Ribaনিৰ্দলীয়
দ্বাদশ১৯৯৮-৯৯Omak Apangঅৰুণাচল কংগ্ৰেছ
ত্ৰয়োদশ১৯৯৯-২০০৪Jarbom Gamlinভাৰতীয় জাতীয় কংগ্ৰেছ
চতুৰ্দশ২০০৪-০৯কিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী
পঞ্চদশ২০০৯-১৪Takam Sanjoyভাৰতীয় জাতীয় কংগ্ৰেছ
ষোড়শ২০১৪-১৯কিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী
সপ্তদশ২০১৯-বৰ্তমানকিৰেণ ৰিজিজুভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.