অৰ্ধেন্দু কুমাৰ দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্ধেন্দু কুমাৰ দে
জলসিঞ্চন আৰু ভূমি সংৰক্ষণ মন্ত্ৰী অসম চৰকাৰ
কাৰ্যকাল
৩০ মে’ ২০১১ – ১৯ জানুৱাৰী ২০১৫
মন্ত্ৰীত্ব জলসিঞ্চন, মাটি সংৰক্ষণ
পূৰ্বসূৰী নুৰজামাল সৰকাৰ
উত্তৰসূৰী ভবেশ কলিতা
অসম বিধানসভাৰ সদস্য
কাৰ্যকাল
১৯৯১ চন – ২০০৬
পূৰ্বসূৰী শান্তি ৰঞ্জন দাস গুপ্তা
উত্তৰসূৰী আদিত্য লাংথাছা
সমষ্টি হোজাই
কাৰ্যকাল
২০১১ – ২০১৬
পূৰ্বসূৰী আদিত্য লাংথাছা
উত্তৰসূৰী শিলাদিত্য দেৱ
সমষ্টি হোজাই
ব্যক্তিগত তথ্য
জন্ম ২৪ মাৰ্চ, ১৯৩৮
বদৰপুৰ, অসম
মৃত্যু ২৭ জুলাই, ২০২২ (৮৪ বছৰ)
গুৱাহাটী, অসম, ভাৰত
ৰাজনৈতিক দল
দাম্পত্যসঙ্গী মায়া দে (বি. ১৯৬৬)
সন্তান
মাতৃ হেমলতা দে
পিতৃ অশ্বিনী কুমাৰ দে
শিক্ষানুষ্ঠান
জীৱিকা ৰাজনীতিবিদ, চিকিৎসক

অৰ্ধেন্দু কুমাৰ দে (ইংৰাজী: Ardhendu Kumar Dey ; ২৪ মাৰ্চ ১৯৩৮ – ২৭ জুলাই ২০২২) এজন ভাৰতীয় ৰাজনীতিবিদ তথা অসম চৰকাৰৰ জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী ।[1] ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাই সমষ্টিৰ পৰা আইএনচিৰ সদস্য হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ২০১১ চনৰ পৰা ২০১৬ চনলৈ হোজাইৰ পৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়।২০২১ চনৰ এপ্ৰিল মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।[2][3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অৰ্ধেন্দু কুমাৰ দেই ১৯৩৮ চনৰ ২৪ মাৰ্চত অশ্বিনী কুমাৰ দে আৰু হেমলতা দেৱৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ হোজাইৰ বাসিন্দা আছিল। ১৯৬৬ চনত তেওঁ মায়া দেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ এজন পুত্ৰ সন্তান জন্ম হয়।[4]

মৃত্যু[সম্পাদনা কৰক]

তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়(GMCH)ত ভৰ্তি কৰা হৈছিল আৰু তাতে চিকিৎসাধীন হৈ আছিল। ২০২২ চনৰ ২৭ জুলাইত একেখন চিকিৎসালয়তে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Desk, Sentinel Digital (27 July 2022). "Guwahati: Former Minister Ardhendu Kumar Dey Passes Away". www.sentinelassam.com. https://www.sentinelassam.com/guwahati-city/guwahati-former-minister-ardhendu-kumar-dey-passes-away-604547. 
  2. "Assam Assembly elections: After being denied party ticket, Dr Ardhendu Kumar Dey quits Congress". https://nenow.in/north-east-news/assam/assam-assembly-elections-after-being-denied-party-ticket-dr-ardhendu-kumar-dey-quits-congress.html. 
  3. "Senior Congress Leader Ardhendu Dey Quits Party". Pratidin Time. Archived from the original on 2021-06-27. https://web.archive.org/web/20210627222635/https://www.pratidintime.com/senior-congress-leader-ardhendu-dey-quits-party/amp/। আহৰণ কৰা হৈছে: 2022-07-28. 
  4. "প্রাক্তন মন্ত্ৰী ডা: অর্ধেন্দু দে পত্মী মায়া দে প্রয়াত". Naya Thahor. https://www.nayathahor.com/2021/06/blog-post_83.html। আহৰণ কৰা হৈছে: 2022-07-28. 
  5. Time, Pratidin. "Former Assam Minister Ardhendu Kumar Dey No More". Pratidin Time. https://www.pratidintime.com/guwahati-news-breaking-latest/former-assam-minister-ardhendu-kumar-dey-no-more.