আৰ্থাৰ অস্কিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ্থাৰ অস্কিন

জন্ম ২ ছেপ্টেম্বৰ, ১৯২২
ব্ৰুকলিন, নিউৱৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২১ ছেপ্টেম্বৰ, ২০২০ (৯৮ বছৰ)
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান বেল পৰীক্ষাগাৰ
লুচেণ্ট টেকন'লজিছ
শিক্ষানুষ্ঠান কলম্বিয়া বিশ্ববিদ্যালয় (বিএ)
কৰ্ণেল বিশ্ববিদ্যালয় (পিএইছডি)
জনা যায় অপ্টিকেল টুৱিজাৰ্ছ
উল্লেখনীয় বঁটা পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০১৮)

আৰ্থাৰ অস্কিন (ইংৰাজী: Arthur Ashkin; জন্ম: ২ ছেপ্টেম্বৰ ১৯২২) এজন আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬০ ৰ দশকত তেওঁ সূক্ষ্মকণা সমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত ১৯৮৬ চনত অপ্টিকেল টুৱিজাৰ্ছ আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁ ২০১৮ চনত তেওঁ আৰু জেৰাৰ্ড মৌৰো আৰু ডনা ষ্ট্ৰিকলেণ্ড সৈতে যুটীয়ভাৱে তেওঁলোকৰ লেজাৰ বিষয়ক গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তেওঁক অপ্টিকেল টুৱিজাৰ্ছৰ পিতৃ বুলি কোৱা হয়।[1][2][3] তেওঁ ন'বেল বঁটা লাভ কৰা আটাইতকৈ বয়সীয়া ব্যক্তি।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Arthur Ashkin (biography)". American Physical Society, Optical Society, SPIE, and the IEEE Photonics SocietyLaserFest. http://www.laserfest.org/lasers/pioneers/ashkin.cfm। আহৰণ কৰা হৈছে: 2013-08-13.  "LaserFest – the 50th anniversary of the first laser"
  2. McGloin, David; Reid, J.P. (February 1, 2010). "Forty Years of Optical Manipulation". Optics and Photonics News (The Optical Society) খণ্ড 21 (3): 20. doi:10.1364/opn.21.3.000020. ISSN 1047-6938. http://www.osa-opn.org/Content/ViewFile.aspx?Id=11465. 
  3. Bjorkholm, John E. (2010). "Talk for the Arthur Ashkin Honorary Symposium: The Man and His Science". প্ৰকাশক Washington, D.C.: OSA. doi:10.1364/fio.2010.stud1. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]