ইচবগুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/ইচবগুল|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
ইচবগুল শিঙাবন
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): ইচবগুল
প্ৰজাতি: ই. শিঙাবন
দ্বৈৰাশিক নামকৰণ
ইচবগুল শিঙাবন
Forssk.
সমাৰ্থক

সাঁচ:Specieslist

Plantago ovata in Ab Pakhsh

ইচবগুল বা শিঙাবন (বৈজ্ঞানিক নাম: Plantago Ovata) ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয়, মধ্য, পূব আৰু দক্ষিণ এছিয়া আৰু উত্তৰ আমেৰিকাৰ এবিধ গুল্ম জাতীয় উদ্ভিদ।[1] ইয়াৰ বিভিন্ন ইংৰাজী নাম আছে  যেনে - ব্লণ্ড কেলেণ্টেইন,[2] ডেজাৰ্ট ইণ্ডিয়ানৱেইট,[3] ব্লণ্ড চাইলিয়াম,[4] ইছপাগোল[4]কে ধৰি বহুতো সাধাৰণ নামেৰে জনাজাত।

ই এক প্ৰকাৰৰ খাদ্য আঁহৰ চাইলিয়ামৰ সাধাৰণ উৎস।[5] চাইলিয়াম বীজৰ খোলা হজম নহয় আৰু ই দ্ৰৱণীয় আঁহৰ উৎস যিটো বিউটাইৰেট উৎপাদনকাৰী বেক্টেৰিয়াই বুটাইৰিক এচিড – এটা চুটি শৃংখলাযুক্ত ফেটি এচিড –লৈ কিম্বন কৰিব পাৰে।[6] ইচবগুল হৈছে চাইলিয়ামযুক্ত বাণিজ্যিক সামগ্ৰীৰ বাবে আটাইতকৈ জনপ্ৰিয় উৎস।[7]

বিৱৰণ[সম্পাদনা কৰক]

ইচবগুল হৈছে গুল্ম জাতীয় উদ্ভিদ। ইয়াৰ ফুলৰ আকাৰ বৰ সৰু। গছৰ উচ্চতা গড় ২ ফুট মান হয়। ইয়াৰ ফলটো ৭-৮ মিলিমিটাৰ দীঘল হয় আৰু ফলটোৰ ভিতৰত ৩ মিলিমিটাৰ দীঘল বীজ থাকে। বীজটো দেখেবলৈ নাওৰ নিচিনা আৰু ইয়াৰ তুঁহ পিচল জাতীয় হয়। ই একপ্ৰকাৰৰ ৰবি শস্য বুলিব পাৰি কাৰণ ইয়াক হেমন্ত কালত সিচাঁ হয়। ইচবগুল বা শিঙাবনক ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ প্ৰায় সকলো মানুহেই চিনি পায়। ইয়াৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে।

ইয়াৰ আদি বাসস্থল ভূমধ্যসাগৰীয় অঞ্চলৰ দেশসমূহত। ইয়াৰোপৰি স্পেইন, উত্তৰ আফ্ৰিকা, পাকিস্তানৰ সিন্ধ অঞ্চল, পশ্চিম এছিয়া, চীন, ৰাছিয়া আদি দেশসমূহত পোৱা যায়। ইচবগুল বা শিঙাবন (Plantago)ৰ প্ৰায় ২০০ প্ৰজাতি আছে, যত প্ৰায় ১০ প্ৰজাতি ভাৰতত পোৱা যায়। পৃথিৱীত বাণিজ্যিকভাৱে যিসমূহ প্ৰজাতিৰ খেতি কৰা হয় তাৰ ভিতৰত ফ্ৰান্সৰ ক’লা বীজৰ প্লাণ্টাগো ইণ্ডিকা (Plantogo indica) স্পেনীয় প্লাণ্টাগো চিলিয়াম (Plantago psyllium) আৰু ভাৰতীয় বগা ৰঙৰ বীজ থকা ইচবগুল (Plantago Ovata)।

ঔষধি গুণাগুণ[সম্পাদনা কৰক]

ইচবগুল মানুহৰ শৰীৰৰ বাবে বৰ উপকাৰি। ইয়াৰ তুঁহ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰোঁতে সহায় কৰে।

ৰাসায়নিক উপাদান[সম্পাদনা কৰক]

তথ্যসমূহ[সম্পাদনা কৰক]

  1. "Plantago ovata in Flora of China @ efloras.org". www.efloras.org. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=250095355। আহৰণ কৰা হৈছে: 2020-12-07. 
  2. সাঁচ:BSBI 2007
  3. USDA PLANTS, http://plants.usda.gov/core/profile?symbol=PLOV, আহৰণ কৰা হৈছে: 10 June 2016 
  4. 4.0 4.1 USDA GRIN Taxonomy, https://npgsweb.ars-grin.gov/gringlobal/taxonomydetail.aspx?id=28790, আহৰণ কৰা হৈছে: 10 June 2016 
  5. Medlineplus. Blond psyllium (Plantago ovata)
  6. Jovanovski, Elena; Yashpal, Shahen; Komishon, Allison et al. (15 September 2018). "Effect of psyllium (Plantago ovata) fiber on LDL cholesterol and alternative lipid targets, non-HDL cholesterol and apolipoprotein B: a systematic review and meta-analysis of randomized controlled trials". The American Journal of Clinical Nutrition খণ্ড 108 (5): 922–932. doi:10.1093/ajcn/nqy115. ISSN 0002-9165. PMID 30239559. 
  7. Melton, Laurence, ed (2019) (en ভাষাত). Encyclopedia of Food Chemistry. প্ৰকাশক Netherlands: Elsevier. পৃষ্ঠা. 62. ISBN 978-0-12-814045-1. 

ব্যাহ্যিক সংযোগ[সম্পাদনা কৰক]


সাঁচ:Plantaginaceae-stub