এছিয়াৰ ক 'লা ভালুক
অৱয়ব
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
এছিয়াৰ ক'লা ভালুক (উৰ্চাছ থিবেটেনাছ)ইংৰাজী: Asian black bear যাক ভাৰতীয় ক'লা ভালুক, এছিয়াৰ ক'লা ভালুক, চন্দ্ৰ ভালুক আৰু বগা বুকুৰ ভালুক বুলিও জনা যায়। ক'লা ভালুক হৈছে এছিয়াৰ স্থানীয় এক মজলীয়া আকাৰৰ ভালুকৰ প্ৰজাতি । ক'লা ভালুক হিমালয়ৰ অংশবিশেষ, দক্ষিণ-পূব ইৰাণ, ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশ, দক্ষিণ-পূব এছিয়াৰ মূলভুমি, কোৰিয়াৰ উপদ্বীপ, চীন, ৰাছিয়াৰ অংশবিশেষ, জাপানৰ হনশ্বু আৰু শিকোকু দ্বীপ আৰু টাইৱানত বাস কৰা দেখা যায়। ইয়াক আই.ইউ.চি.এন.(IUCN)ৰ ৰঙা তালিকাত ভাবুকিপ্ৰায় প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে । কিয়নো অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ক'লা ভালুকৰ শৰীৰৰ অংশবোৰ পৰম্পৰাগত ঔষধত ব্যৱহাৰ কৰা হয়। লগতে বনধ্বংস আৰু চোৰাং চিকাৰৰ দ্বাৰা কবলত পৰা বাবেও এই প্ৰাণী বিধ লাহেকৈ কমি আহিছে।
Subspecies name | Common name | Distribution | Description |
---|---|---|---|
Ursus thibetanus formosanus R. Swinhoe, 1864 |
Formosan black bear | Taiwan | This subspecies lacks the thick neck fur of other subspecies.[1] |
Ursus thibetanus gedrosianus Blanford, 1877 |
Balochistan black bear | southern Balochistan[2] | A small subspecies with relatively short, coarse hair, often reddish-brown rather than black.[2] |
Ursus thibetanus japonicus Schlegel, 1857 |
Japanese black bear | Honshū and Shikoku. Extinct on Kyushu. | A small subspecies weighing 60–120 kg (130–260 lb) for the adult male and 40–100 kg (88–220 lb) for the adult female. The average body length is 1.1–1.4 m (3 ft 7 in – 4 ft 7 in). It lacks the thick neck fur of other subspecies, and has a darker snout.[1] |
Ursus thibetanus laniger Pocock, 1932 |
Himalayan black bear | the Himalayas[2] | Distinguished from U. t. thibetanus by its longer, thicker fur and smaller, whiter chest mark. During the summer, Himalayan black bears occur in warmer areas in Nepal, China, Siberia, and Tibet at elevations of 3,000–3,600 m (9,800–11,800 ft). For winter, they descend as low as 1,500 m (4,900 ft). On average, they measure 1.4–1.6 m (4 ft 7 in – 5 ft 3 in) from nose to tail and weigh from 90–120 kg (200–260 lb), though they may weigh as much as 181 kg (399 lb) in the fall when they are fattening up for hibernation.[3] |
Ursus thibetanus mupinensis Heude, 1901 |
Indochinese black bear | Indochina | light-colored, similar to U. t. laniger |
Ursus thibetanus thibetanus Cuvier, 1823 |
Tibetan black bear | Assam, Nepal, Myanmar, Mergui, Thailand and Annam[2] | Distinguished from U. t. laniger by its short, thin coat with little to no underwool.[2] |
Ursus thibetanus ussuricus Heude, 1901 | Ussuri black bear | southern Siberia, northeastern China and the Korean peninsula | the largest subspecies[4][1] |
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;cites
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ 2.0 2.1 2.2 2.3 2.4 উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>
টেগ;pocock
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ Bears Of The World. "Himalayan Black Bear". Bears Of The World. Archived from the original on 20 March 2015. https://web.archive.org/web/20150320190723/http://www.bearsoftheworld.net/himalayan_black_bears.asp। আহৰণ কৰা হৈছে: 20 March 2015.
- ↑ Heptner, V. G.; Naumov, N. P. (1992). "White-chested, black bear". Mlekopitajuščie Sovetskogo Soiuza. Moskva: Vysšaia Škola [Mammals of the Soviet Union. Vol. II Part 1a, Sirenia and Carnivora (Sea cows; Wolves and Bears)]. প্ৰকাশক Washington DC: Smithsonian Institution and the National Science Foundation. পৃষ্ঠা. 713–733. https://archive.org/stream/mammalsofsov211998gept#page/712/mode/2up.