এডমাণ্ড হেলি
এডমাণ্ড হেলি | |
---|---|
![]() ৰিচাৰ্ড ফিলিপছৰ দ্বাৰা অংকিত হেলিৰ চিত্ৰ | |
জন্ম | ৮ নৱেম্বৰ, ১৬৫৬ হেগাৰষ্টন, মিডিলচেক্স, ইংলেণ্ড |
মৃত্যু | ২৫ জানুৱাৰী, ১৭৪২ গ্ৰীণউইচ, কেণ্ট, ইংলেণ্ড |
জাতীয়তা | ইংৰাজী |
ক্ষেত্ৰ | জ্যোতিৰ্বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান, গণিত, বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মানচিত্ৰ অংকন বিদ্যা |
কৰ্মস্থান | অক্সফ'ৰ্ড বিশ্ববিদ্যালয় ৰাজকীয় মানমন্দিৰ, গ্ৰীণউইচ |
শিক্ষানুষ্ঠান | দ্য কুইনচ্ কলেজ, অক্সফ'ৰ্ড |
দাম্পত্যসঙ্গী | মেৰী টূকী |
সতি-সন্ততি | এডমণ্ড হেলি (d. ১৭৪১) মাৰ্গাৰেট (d. ১৭১৩) ৰিছেল (d. ১৭৪৮) |
এডমাণ্ড হেলি (বা এডমণ্ড হেলি; ইংৰাজী: Edmond Halley[1] বা Edmund Halley[2]; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত। জন ফ্লেমষ্টীডৰ উত্তৰাধিকাৰ লাভ কৰি এডমাণ্ড হেলি ব্ৰিটেইনৰ দ্বিতীয়জন ৰাজকীয় জ্যোতিৰ্বিদ হৈছিল।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
১৬৫৬ চনৰ ৮ নৱেম্বৰত পূৱ লণ্ডনৰ হেগাৰষ্টন নামে ঠাইত এডমাণ্ড হেলিৰ জন্ম হৈছিল। হেলিৰ পিতৃৰ নাম আছিল এডমণ্ড আৰু মাতৃৰ নাম আছিল এনি। শিশু অৱস্থাত হেলি গণিতৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। ছেইণ্ট পলচ স্কুল আৰু কুইনচ্ কলেজ, অক্সফ'ৰ্ডৰ পৰা হেলিয়ে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। স্নাতক ছাত্ৰাৱস্থাতেই হেলিয়ে সৌৰজগত আৰু সৌৰ কলংকৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।[3]
জীৱিকা[সম্পাদনা কৰক]
প্ৰকাশন আৰু উদ্ভাৱন[সম্পাদনা কৰক]
অক্সফৰ্ড বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত ৰাজকীয় জ্যোতিৰ্বিদ জন ফ্লেমষ্টীডৰ সৈতে হেলিৰ পৰিচয় ঘটে। ফ্লেমষ্টীডৰ উত্তৰ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰা প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱান্বিত হৈ হেলিয়ে দক্ষিণ গোলাৰ্ধৰ বাবেও তেনে কৰিবলৈ প্ৰস্তাব ৰাখিছিল।[4] ১৬৭৬ চনত হেলিয়ে ছেইণ্ট হেলেনাৰ দক্ষিণ আটলাণ্টিক দ্বীপত উপস্থিত হৈছিল আৰু দক্ষিণ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰাৰ উদ্দেশ্যে তাত এটা ডাঙৰ ছে'ক্সটেণ্ট তথা টেলিস্কপ যন্ত্ৰসহ পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপন কৰে।[5]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ The Times (London) Notes and Queries No. 254, 8 November 1902 p.36
- ↑ Hughes, David W.; Green, Daniel W. E. (January 2007). "Halley's First Name: Edmond or Edmund". International Comet Quarterly (Harvard University): 14. http://www.icq.eps.harvard.edu/hughes_icq29_7t14.pdf. "Might we suggest... simply recogniz[ing] both forms, noting that—in the days when Halley lived—there was no rigid 'correct' spelling, and that this particular astronomer seemed to prefer the 'u' over the 'o' in his published works.".
- ↑ "Edmond Halley". Westminster Abbey. 2004. http://www.westminster-abbey.org/our-history/people/edmond-halley। আহৰণ কৰা হৈছে: 3 May 2015.
- ↑ BBC. "Edmond Halley (1656-1742)". http://www.bbc.co.uk/history/historic_figures/halley_edmond.shtml। আহৰণ কৰা হৈছে: 28 March 2017.
- ↑ Ian Ridpath. "Edmond Halley's southern star catalogue". http://www.ianridpath.com/startales/halley.htm। আহৰণ কৰা হৈছে: 29 June 2012.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত এডমাণ্ড হেলি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এডমাণ্ড হেলি জীৱনী (SEDS)
- A Halley Odyssey
- The National Portrait Gallery (London) has several portraits of Halley: Search the collection
- Halley, Edmond, An Estimate of the Degrees of the Mortality of Mankind (1693)
- Halley, Edmond, Some Considerations about the Cause of the Universal Deluge (1694)
- Material on Halley's life table for Breslau on the Life & Work of Statisticians site: Halley, Edmond
- Halley, Edmund, Considerations on the Changes of the Latitudes of Some of the Principal Fixed Stars (1718) – Reprinted in R. G. Aitken, Edmund Halley and Stellar Proper Motions (1942)
- Halley, Edmund, A Synopsis of the Astronomy of Comets (1715) annexed on pages 881 to 905 of volume 2 of The Elements of Astronomy by David Gregory
- অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "এডমাণ্ড হেলি", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Halley.html.
- Online catalogue of Halley's working papers (part of the Royal Greenwich Observatory Archives held at Cambridge University Library)
- Halley, Edmond (1724) "Some considerations about the cause of the universal deluge, laid before the Royal Society, on the 12th of December 1694" and "Some farther thoughts upon the same subject, delivered on the 19th of the same month" Philosophical Transactions, Giving Some Account of the Present Undertakings, Studies, and Labours of the Ingenious, in Many Considerable Parts of the World. Vol. 33 p. 118-125. - digital facsimile from Linda Hall Library