এণ্টনিও গুটেৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিছ এক্সেলেন্সী

এণ্টনিও গুটেৰেছ

অৰ্ডাৰ অফ খ্ৰীষ্ট
অৰ্ডাৰ অফ লিবাৰ্টী
António Guterres in London - 2018 (41099390345) (cropped).jpg
9th ৰাষ্ট্ৰসংঘৰ নৱম সচিবপ্ৰধান
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ জানুৱাৰী ২০১৭
সহকাৰী আমিনা মহম্মদ
পূৰ্বসূৰী বান কি মুন
শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত
কাৰ্যকাল
১৫ জুন ২০০৫ – ৩১ ডিচেম্বৰ ২০১৫
Secretary-General কফি আন্নান
বান কি মুন
পূৰ্বসূৰী ৰুড লুব্বেৰছ
উত্তৰসূৰী ফিলিপ্পো গ্ৰান্দী
পৰ্টুগালৰ ১১৪তম প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২৮ অক্টোবৰ ১৯৯৫ – ৬ এপ্ৰিল ২০০২
ৰাষ্ট্ৰপতি মাৰিঅ' চৱাৰেছ
জৰ্জ চম্পাইও
পূৰ্বসূৰী অনিবাল চাভাক' ছিলভা
উত্তৰসূৰী জছ মেনুৱেল বাৰৰছ'
ছচিয়েলিষ্ট ইণ্টাৰনেছনেলৰ অধ্যক্ষ
কাৰ্যকাল
১০ নৱেম্বৰ ১৯৯৯ – ১৫ জুন ২০০৫
পূৰ্বসূৰী পিয়েৰ মাওৰয়
উত্তৰসূৰী জৰ্জ পাপানড্ৰেয়ো
ছচিয়েলিষ্ট পাৰ্টিৰ সচিব প্ৰধান
কাৰ্যকাল
২৩ ফেব্ৰুৱাৰী ১৯৯২ – ২১ জানুৱাৰী ২০০২
ৰাষ্ট্ৰপতি এণ্টনিও ডে আলমেইদা চান্তছ
পূৰ্বসূৰী জৰ্জ চম্পাইও
উত্তৰসূৰী ইকোৱাৰ্ড' ফেৰ' ৰড্ৰীগুছ
বিৰোধী দলপতি
কাৰ্যকাল
২৩ ফেব্ৰুৱাৰী ১৯৯২ – ২৮ অক্টোবৰ ১৯৯৫
প্ৰধানমন্ত্ৰী অনিবাল চাভাক' ছিলভা
পূৰ্বসূৰী জৰ্জ চম্পাইও
উত্তৰসূৰী ফাৰ্ণাণ্ড নগুইৰা
ব্যক্তিগত তথ্য
জন্ম
এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ

৩০ এপ্ৰিল, ১৯৪৯ (৭৩ বছৰ)
লিছবন, পৰ্টুগাল
ৰাষ্ট্ৰীয়তা পৰ্তুগীজ
ৰাজনৈতিক দল ছচিয়েলিষ্ট পাৰ্টি
দাম্পত্যসঙ্গী লুইছা গুইমাৰেছ এ মেল' (বি. ১৯৭২; মৃ. ১৯৯৮)
কাটাৰীনা ভাজ পিন্ত' (বি. ২০০১)
সন্তান
শিক্ষানুষ্ঠান ইনষ্টিটিউট' চুপেৰিয়ৰ টেকনিক'
স্বাক্ষৰ
ৱেবছাইট এণ্টনিও গুটেৰেছ

এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ(/ɡʊˈtɛrəs/; Portuguese: [ɐ̃ˈtɔnju ɡuˈtɛʁɨʃ]; জন্ম ৩০ এপ্ৰিল ১৯৪৯) এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল।[1]

তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টুগালৰ প্ৰধানমন্ত্ৰী আছিল। লগতে ১৯৯২ চনৰ পৰা ২০০২ চনলৈ তেওঁ পৰ্টুগালৰ ছচিয়েলিষ্ট পাৰ্টিৰ সচিব প্ৰধান আছিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ ছচিয়েলিষ্ট ইণ্টাৰনেছনেলৰ অধ্যক্ষ হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল।

২০১২ আৰু ২০১৪ চনৰ ৰাজহুৱা ভোটত তেওঁক পৰ্তুগীজ নাগৰিক সকলে পূৰ্বৱৰ্তী ৩০ বছৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে চয়ন কৰিছিল।[2][3]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

সন্মান[সম্পাদনা কৰক]

পৰ্তুগীজ[সম্পাদনা কৰক]

  •  পৰ্তুগাল: PRT Order of Christ - Grand Cross BAR.png অৰ্ডাৰ অফ খ্ৰীষ্টৰ গ্ৰেণ্ড ক্ৰচ (৯ জুন ২০০২)[4]
  •  পৰ্তুগাল: PRT Order of Liberty - Grand Cross BAR.png অৰ্ডাৰ অফ লিবাৰ্টীৰ গ্ৰেণ্ড ক্ৰচ (২ ফেব্ৰুৱাৰী ২০১৬)[4]

বিদেশী[সম্পাদনা কৰক]

  •  বেলজিয়াম: Grand Crest Ordre de Leopold.png অৰ্ডাৰ অফ লিওপল্ডৰ গ্ৰেণ্ড কৰ্দন (৯ অক্টোবৰ ২০০০)[5]
  •  ব্ৰাজিল: BRA Order of the Southern Cross - Grand Cross BAR.png অৰ্ডাৰ অফ ছাউথাৰ্ন ক্ৰচৰ গ্ৰেণ্ড ক্ৰচ (২৩ জুলাই ১৯৯৬)[5]
  •  চিলি: CHL Order of Merit of Chile - Grand Cross BAR.png গ্ৰেণ্ড ক্ৰচ অফ মেৰিটৰ গ্ৰেণ্ড ক্ৰচ (৩০ ছেপ্টেম্বৰ ২০০১)[5]
  •  কেপ ভাৰ্ডে: Amílcar Cabral Order - 1st Class (Cabo Verde).png অৰ্ডাৰ অফ এমিলকাৰ কাবৰালৰ প্ৰথম ডিগ্ৰী (২৭ এপ্ৰিল ২০০১)[5]
  •  ফ্ৰান্স: Ordre national du Merite GC ribbon.svg নেছনেল অৰ্ডাৰ অফ মেৰিটৰ গ্ৰেণ্ড ক্ৰচ (৪ ফেব্ৰুৱাৰী ২০০২)[5]
  •  গ্ৰীচ: GRE Order of Honour Grand Cross BAR.png অৰ্ডাৰ অফ অনাৰ ৰ গ্ৰেণ্ড ক্ৰচ (১৭ মাৰ্চ ২০০০)[5]
  •  ইটালী: ITA OMRI 2001 GC BAR.svg অৰ্ডাৰ অফ মেৰিট অফ ইটালীয়ান ৰিপাব্লিকৰ গ্ৰেণ্ড ক্ৰচ (৩ ডিচেম্বৰ ২০০১)[5][6]
  •  জাপান: JPN Kyokujitsu-sho 1Class BAR.svg অৰ্ডাৰ অফ ৰাইজিং চানৰ গ্ৰেণ্ড কৰ্দন (২০০২)[5]
  •  মেক্সিকো: GC Aguila Azteca Categoria Especial MEX.png অৰ্ডাৰ অফ দা এজটেক ঈগলৰ ছশ অফ স্পেচিয়েল কেটেগৰী (২ জুলাই ১৯৯৯)[5]
  •  পোলেণ্ড: POL Order Zaslugi RP kl1 BAR.png অৰ্ডাৰ অফ মেৰিট অফ দা ৰিপাব্লিক অফ পলেণ্ডৰ গ্ৰেণ্ড ক্ৰচ (২২ ছেপ্টেম্বৰ ১৯৯৭)[5]
  •  স্পেইন: ESP Charles III Order GC.svg অৰ্ডাৰ অফ চাৰ্লছ তৃতীয়ৰ গ্ৰেণ্ড ক্ৰচ (৮ ছেপ্টেম্বৰ ২০০০)[7]
  •  স্পেইন: Order of Isabella the Catholic - Sash of Collar.svgকলাৰ অফ দা অৰ্ডাৰ অফ ইজাবেলা দা কেথলিক (১৪ জুন ২০০২)[8]
  •  তুনিছিয়া: অৰ্ডাৰ অফ দা ৰিপাব্লিকৰ গ্ৰেণ্ড কৰ্দন (২০০২)[5]
  •  উৰুগুৱে: Order of the Oriental Republic of Uruguay (1992) - ribbon bar.png অৰ্ডাৰ অফ দা অৰিয়েণ্টেল ৰিপাব্লিক অফ উৰুগুৱেৰ গ্ৰেণ্ড অফিচাৰ (১০ ডিচেম্বৰ ১৯৯৮)[5]

সন্মানীয় ডিগ্ৰী[সম্পাদনা কৰক]

  • ২০১০ – সন্মানীয় ডক্টৰেট, বেইৰা ইণ্টাৰিয়ৰ বিশ্ববিদ্যালয়[9]
  • ২০১৪ –সন্মানীয় ডক্টৰেট, মেজি বিশ্ববিদ্যালয়[10]
  • ২০১৬ –সন্মানীয় ডক্টৰেট অফ ল', কাৰ্লিটন বিশ্ববিদ্যালয়[11]
  • ২০১৬ – সন্মানীয় ডক্টৰেট, কইমব্ৰা বিশ্ববিদ্যালয়[12]
  • ২০১৬ – সন্মানীয় ডক্টৰেট, ইউৰোপীয়ান উনিভাৰ্চিটি অফ মাদ্ৰিদ[13]
  • ২০১৭ – সন্মানীয় ডক্টৰেট, ছাউথ কেৰলীনা বিশ্ববিদ্যালয়[14]

অন্যান্য বঁটা[সম্পাদনা কৰক]

  • ২০০৫ – বছৰশ্ৰেষ্ঠ ব্যক্তিত্ব এছচিয়াছাও দে ইম্পাৰেন্সাসা ইষ্ট্ৰাগেইৰা ইম পৰ্টুগাল
  • ২০০৭ – ফ্ৰিদম বঁটা
  • ২০০৯ – কালষ্ট গুলবেনকীয়ান আন্তৰ্জাতিক বঁটা (মধ্যপ্ৰাচ্যৰ শান্তি গৱেষণা প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাবে)
  • ২০০৯ – ফৰ্বছ তালিকাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ষমতাশালী ব্যক্তি[15]
  • ২০১৫ – ডব্লিউ. এভাৰেল হাৰৰিমান ডেম'ক্ৰেচী বঁটা
  • ২০১৫ – দা নেচনেল জাৰ্মান চাষ্টেনিবিলিটি বঁটা

তথ্য উৎস[সম্পাদনা কৰক]

  1. "New UN chief Guterres pledges to make 2017 'a year for peace'". UN News Centre. United Nations. 1 January 2017. https://www.un.org/apps/news/story.asp?NewsID=55899#.WGmhkLYrKRs। আহৰণ কৰা হৈছে: 2 January 2017. 
  2. "E o prémio de melhor primeiro-ministro português vai para..." (Portuguese ভাষাত). Notícias ao Minuto. 28 November 2012. https://www.noticiasaominuto.com/politica/24185/e-o-pr%C3%A9mio-de-melhor-primeiro-ministro-portugu%C3%AAs-vai-para। আহৰণ কৰা হৈছে: 26 August 2018. 
  3. "António Guterres o melhor primeiro-ministro da democracia e Durão Barroso o pior" (Portuguese ভাষাত). i. 10 April 2014. https://ionline.sapo.pt/315743। আহৰণ কৰা হৈছে: 26 August 2018. 
  4. 4.0 4.1 "Cidadãos Nacionais Agraciados com Ordens Portuguesas" (pt ভাষাত). Página Oficial das Ordens Honoríficas Portuguesas. http://www.ordens.presidencia.pt/?idc=153। আহৰণ কৰা হৈছে: 13 July 2016. 
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 5.10 5.11 "Cidadãos Nacionais Agraciados com Ordens Estrangeiras" (pt ভাষাত). Página Oficial das Ordens Honoríficas Portuguesas. http://www.ordens.presidencia.pt/?idc=155। আহৰণ কৰা হৈছে: 13 July 2016. 
  6. web, Segretariato generale della Presidenza della Repubblica-Servizio sistemi informatici- reparto. "Le onorificenze della Repubblica Italiana" (it ভাষাত). Archived from the original on 18 August 2016. https://web.archive.org/web/20160818084119/http://www.quirinale.it/elementi/DettaglioOnorificenze.aspx?decorato=48656। আহৰণ কৰা হৈছে: 5 October 2016. 
  7. Boletin Oficial del Estado
  8. "III. Otras disposiciones" (es ভাষাত). Boletín Oficial del Estado (143). 15 June 2002. http://www.boe.es/boe/dias/2002/06/15/pdfs/A21949-21949.pdf। আহৰণ কৰা হৈছে: 20 August 2018. 
  9. [1][সংযোগবিহীন উৎস], Mundo Portuguese, press release of 4 May 2010.
  10. Ceremony for conferral of an honorary doctorate, and lecture Mr. Antonio Guterres, United Nations High Commissioner for Refugees Meiji University, press release of 13 November 2014.
  11. Carleton to Award Honorary Doctorate to Diplomat and Global Leader Antonio Guterres Carleton University, press release of 27 January 2016.
  12. Marujo, Miguel (3 May 2016). "Guterres será doutor 'honoris causa' por Coimbra" (pt ভাষাত). Diário de Notícias. https://www.dn.pt/portugal/interior/guterres-sera-doutor-honoris-causa-por-coimbra-5155399.html। আহৰণ কৰা হৈছে: 20 August 2018. 
  13. "Honoris Causa". European University of Madrid. http://universidadeuropea.es/conoce-ue/quienes-somos/honoris-causa। আহৰণ কৰা হৈছে: 20 August 2018. 
  14. Jeff Stensland (24 April 2017), U.N. secretary-general to address UofSC graduates University of South Carolina, press release of 24 April 2017.
  15. "Forbes List of The World's Most Powerful People in 2009". Forbes, USA. 30 December 2009. https://www.forbes.com/lists/2009/20/power-09_Antonio-Guterres_O81A.html। আহৰণ কৰা হৈছে: 14 December 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]