কৰমা কে ৰাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কৰমা কে ৰাতি
Karma Ke Rati.jpg
পৰিচালক জয়ন্ত নাথ
প্ৰযোজক ধ্ৰৱজ্য়োতি ভূঞা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
আইমী বৰুৱা
ৰিম্পী দাস
সংগীত পৰিচালক জয়ন্ত নাথ
মুক্তি ১২ জুলাই ২০১৩
দৈৰ্ঘ্য ১৩০ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া, ছাদ্ৰী


কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Bihu attraction: social message on celluloid Karma ke rati a film on tea community is packed with action and romance". Telegraphindia. https://www.telegraphindia.com/states/north-east/bihu-attraction-social-message-on-celluloid-karma-ke-rati-a-film-on-tea-community-is-packed-with-action-and-romance/cid/326096। আহৰণ কৰা হৈছে: ২২ মে' ২০১৯. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

কৰমা কে ৰাতি