সমললৈ যাওক

ফুৰালুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(খ্যেক ফুৰালুংৰ পৰা পুনঃনিৰ্দেশিত)
খ্যেক ফুৰালুং
পালন কৰে টাই-আহোম জনগোষ্ঠী
প্ৰকাৰ Asian
মহত্ব পৰম ঈশ্বৰ ফা তু চিংৰ পুত্ৰ ড্ৰেগন (ফুৰালুং বা ঙি ঙাও খাম)ৰ আৰাধনা
তাৰিখ ৩০ ডিচেম্বৰ সন্ধ্যা
সম্পৰ্কিত মে ডাম মে ফি, ফুৰালুং ধৰ্ম
অৱধি এটা সন্ধ্যা

ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (আহোম: 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান।[1] আহোম সৃষ্টিৰ পৌৰাণিক আখ্যান অনুসৰি পৰম ঈশ্বৰ ফা তু চিংৰ নিৰ্দেশত তেওঁৰ পুত্ৰ ড্ৰেগন বা ফুৰালুং বা ঙি ঙাও খামে পৃথিৱীৰ সৃষ্টি কৰিছিল।[2] সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়।[3] প্ৰাণী উৎসৰ্গা নকৰা বাবে কিছু লোকে ইয়াক বুদ্ধ অনুষ্ঠান বুলি কয় যদিও বহু ম'-লুঙে ইয়াক ভুল তুলনা বুলি বিবেচনা কৰে।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Me-Dam-Me-Phi Observed With Religious Fervour Across State". The Hills Times. February 1, 2024. https://thehillstimes.in/assam/me-dam-me-phi-observed-with-religious-fervour-across-state। আহৰণ কৰা হৈছে: February 11, 2025. 
  2. বৰুৱা (১৯৩০) পৃষ্ঠা ২ (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত), আহোম-বুৰঞ্জী, বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  3. "Me-Dam-Me-Phi Observed With Religious Fervour Across State". The Hills Times. February 1, 2024. https://thehillstimes.in/assam/me-dam-me-phi-observed-with-religious-fervour-across-state। আহৰণ কৰা হৈছে: February 11, 2025. 
  4. বৰগোহাঞি যতীন্দ্ৰ কুমাৰ. অসমৰ উৎসৱ আৰু. 

উৎস প্ৰসংগ

[সম্পাদনা কৰক]
  1. Gogoi, Shrutashwinee (2011). Tai ahom religion a philosophical study (PhD). http://shodhganga.inflibnet.ac.in/handle/10603/116167.