গীতালি বৰা
গীতালি বৰা | |
---|---|
জন্ম | ১৯৭৫ কলাবাৰী, বিশ্বনাথ, অসম |
পেচা | ঔপন্যাসিক, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ |
সময় | ২০০০-বৰ্তমানলৈ |
উল্লেখনীয় কৰ্মৰাজি | বু্দ্ধজায়া সম্ভৱতঃ |
উল্লেখযোগ্য বঁটা | মুনীন বৰকটকী বঁটা (২০০৪) |
দাম্পত্যসংগী | কুকিল বৰা |
পিতৃ-মাতৃ | গোলাপ চন্দ্ৰ বৰা (পিতৃ) মালতী ভূঞা (মাতৃ) |
গীতালি বৰা (ইংৰাজী: Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।[1]
কৰ্ম জীৱন[সম্পাদনা কৰক]
সাহিত্য সম্পাদনাৰ সৈতে জড়িত গীতালি বৰা বৰ্তমান প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত। [2]
সাহিত্যকৃতি[সম্পাদনা কৰক]
উপন্যাস[সম্পাদনা কৰক]
- বুদ্ধজায়া[2]
- অন্তৰতম
গল্প সংকলন[সম্পাদনা কৰক]
- সম্ভৱতঃ[2]
- অৰ্গল খোলা প্ৰিয়ম্বদা
- এপল’ এপল’
- নিৰৱধি নৈৰাঞ্জনা
- সত্য-সূৰ্য
- গ'ডো আৰু গন্তব্যৰ গল্প
সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]
আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা[সম্পাদনা কৰক]
আলোচনীত প্ৰকাশিত ধাৰাবাহিক[সম্পাদনা কৰক]
বঁটা/সন্মান[সম্পাদনা কৰক]
- ২০০৮ চনত গল্প সংকলন ‘সম্ভৱতঃ’ ৰ বাবে মুনীন বৰকটকী বঁটা[2]
- গল্প সংকলন নিৰৱধি নৈৰাঞ্জনাৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা
- উপন্যাস বুদ্ধজায়াৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "AUTHOR: GEETALI BORAH". http://www.raiot.in/author/geetaliborah/.
- ↑ 2.0 2.1 2.2 2.3 "জনপ্ৰিয় লেখিকা গীতালি বৰাৰ সৈতে অন্তৰংগ সাক্ষাৎকাৰ". January 26 , 2020. http://asomaditya.com/epaper/edition/474/asom-aditya-epaper-%E0%A6%A6%E0%A7%87%E0%A6%B6-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%85%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%B0%E0%A7%80/page/5/। আহৰণ কৰা হৈছে: January 29 , 2020.