গীতালি বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
গীতালি বৰা
জন্ম ১৯৭৫
কলাবাৰী, বিশ্বনাথ, অসম
পেছা ঔপন্যাসিক, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
সময় ২০০০-বৰ্তমানলৈ
উল্লেখনীয় কৰ্মৰাজি বু্দ্ধজায়া
সম্ভৱতঃ
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০০৪)
দাম্পত্যসংগী কুকিল বৰা
পিতৃ-মাতৃ গোলাপ চন্দ্ৰ বৰা (পিতৃ)
মালতী ভূঞা (মাতৃ)

গীতালি বৰা (ইংৰাজী: Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

সাহিত্য সম্পাদনাৰ সৈতে জড়িত গীতালি বৰা বৰ্তমান প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত। [2]

সাহিত্যকৃতি[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  1. বুদ্ধজায়া[2]
  2. অন্তৰতম

গল্প সংকলন[সম্পাদনা কৰক]

  1. সম্ভৱতঃ[2]
  2. অৰ্গল খোলা প্ৰিয়ম্বদা
  3. এপল’ এপল’
  4. নিৰৱধি নৈৰাঞ্জনা
  5. সত্য-সূৰ্য
  6. গ'ডো আৰু গন্তব্যৰ গল্প

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা[সম্পাদনা কৰক]

আলোচনীত প্ৰকাশিত ধাৰাবাহিক[সম্পাদনা কৰক]

বঁটা/সন্মান[সম্পাদনা কৰক]

  1. ২০০৮ চনত গল্প সংকলন ‘সম্ভৱতঃ’ ৰ বাবে মুনীন বৰকটকী বঁটা[2]
  2. গল্প সংকলন নিৰৱধি নৈৰাঞ্জনাৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা
  3. উপন্যাস বুদ্ধজায়াৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]