গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ | |
---|---|
![]() | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Gastrochilus |
Species: | G. acutifolius |
দ্বৈৰাশিক নামকৰণ | |
Gastrochilus acutifolius (Lindl.) Kuntze | |
সমাৰ্থক[1] | |
|
গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ (ইংৰাজী: Gastrochilus acutifolius) হৈছে অসম (ভাৰত), পূব হিমালয়, নেপাল, ম্যানমাৰ আৰু ভিয়েটনামত পোৱা এবিধ অৰ্কিড প্ৰজাতি।[1][2] বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত নিৰ্দিষ্ট উপনাম acutifolius-ৰ অৰ্থ "কাঁইটীয়া পাত।" ই উদ্ভিদজোপাৰ পাতৰ বৈশিষ্ট্যপূৰ্ণ আকৃতিক বুজায়।[3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Kew World Checklist of Selected Plant Families
- ↑ . http://www.orchidspecies.com/gastacutifolium.htm.
- ↑ Eggli, Urs; Newton, Leonard E. (2004). Etymological Dictionary of Succulent Plant Names. প্ৰকাশক Berlin, Heidelberg: Springer. পৃষ্ঠা. 2. ISBN 978-3-540-00489-9. https://books.google.com/books?id=u2n5vusQ1DEC&pg=PA2। আহৰণ কৰা হৈছে: 19 November 2018.