গোদাৱৰী নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গোদাৱৰী
নদী
খাম্মাম জিলাত গোদাৱৰী নদীত থকা নদীবান্ধ
দেশ ভাৰত
প্ৰদেশসমূহ মহাৰাষ্ট্ৰ, টেলেংগানা, চত্তিছগড়, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী (য়ানাম)
অঞ্চল দক্ষিণ ভাৰত, পশ্চিম ভাৰত
উপনৈ
 - বাঁওদিশত বানগংগা, কাৰ্ৱা, শিৱানা, পূৰ্ণ, কদম, প্ৰাণাহিতা, ইন্দ্ৰাৱতী, তালিপেৰু, ছাবাৰি
 - সোঁদিশত নাছাৰ্ডি, দৰ্ণা, প্ৰভাৰা, সিন্দফনা, মঞ্জিৰা, মানাইৰ, কিন্নেৰাশানী
চহৰসমূহ নাছিক, নান্দেদ, ৰামাগোন্দম, ৰাজামুণ্ড্ৰী, ভদ্ৰাচলম
উৎস
 - অৱস্থান ব্ৰহ্মগিৰি পৰ্বত, ত্ৰাম্বাকেশ্বৰ, নাছিক, মহাৰাষ্ট্ৰ, ভাৰত
 - উচ্চতা ৯২০ মি (৩,০১৮ ফুট)
 - স্থানাঙ্ক 19°55′48″N 73°31′39″E / 19.93°N 73.5275°E / 19.93; 73.5275
মোহনা
 - অৱস্থান অন্তৰদেৱীৰ পৰা বংগোপসাগৰ, পূৱ গোদাৱৰী, অন্ধ্ৰ প্ৰদেশ, ভাৰত
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 17°0′N 81°48′E / 17°N 81.8°E / 17; 81.8 [1]
দৈৰ্ঘ্য ১,৪৬৫ কিমি (৯১০ মাইল)
অৱবাহিকা ৩,১২,৮১২ বৰ্গকিমি (১,২০,৭৭৭ বৰ্গমাইল)
প্ৰবাহ
 - গড় ৩,৫০৫ ঘনমিটাৰ/ছেকেণ্ড (১,২৩,৭৭৮ ঘনফুট/ছেকেণ্ড) [2]
Discharge elsewhere (average)
 - পলাৱৰম (১৯০১-১৯৭৯) ৩,০৬১.১৮ ঘনমিটাৰ/ছেকেণ্ড (১,০৮,১০৫ ঘনফুট/ছেকেণ্ড) [3]
দক্ষিণ ভাৰত উপদ্বীপৰ মাজেৰে গোদাৱৰীৰ গতিপথ


গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা। এই নদীখন মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশেৰে বৈ গৈ ৰাজহমুন্দী চহৰৰ সমীপ বংগোপসাগৰত মিলিত হয়। [4]

মুখ্য ধাৰাসমূহ[সম্পাদনা কৰক]

গোদাৱৰীক সাতটা শাখাত বিবেচনা কৰা হয়-

  • গৌতমী
  • বসিষ্ঠা
  • কৌষিকী
  • আত্ৰেয়ী
  • বৃদ্ধগৌতমী
  • তুল্যা
  • ভাৰদ্বাজী

নামকৰণ[সম্পাদনা কৰক]

কিছু বিদ্বানৰ মতে ইয়াৰ নামকৰণ তেলেগু শব্দ "গোদ"ৰ পৰা হৈছিল যাৰ অৰ্থ মৰ্যাদা

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]

ৰাজহমুন্দী চহৰৰ সমীপ গোদাৱৰী নদী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Godāvari River GEOnet নাম চাৰ্ভাৰত তথ্য
  2. Kumar, Rakesh; Singh, R.D.; Sharma, K.D (2005-09-10). "Water Resources of India". Current Science (Bengaluru: Current Science Association) খণ্ড 89 (5): 794–811. http://www.currentscience.ac.in/Downloads/article_id_089_05_0794_0811_0.pdf। আহৰণ কৰা হৈছে: 2013-10-13. 
  3. "Sage River Database". Archived from the original on June 21, 2010. https://web.archive.org/web/20100621153903/http://www.sage.wisc.edu/riverdata/scripts/station_table.php?qual=32&filenum=865। আহৰণ কৰা হৈছে: 2011-06-16. 
  4. "River Godavari". rainwaterharvesting.org. Archived from the original on 2016-05-14. https://web.archive.org/web/20160514051917/http://www.rainwaterharvesting.org/Crisis/river-godavari.htm। আহৰণ কৰা হৈছে: 2006-11-12. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]