চাৰছিপ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
   চাৰছিপ জিলা
 
—  মিজোৰামৰ জিলা  —
 
 চাৰছিপ, মিজোৰাম
মিজোৰামত চাৰছিপ জিলাৰ অৱস্থান
মিজোৰামত চাৰছিপ জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
   
Established  
চহৰ চাৰছিপ
তালুক  
চৰকাৰ
 -    
 - লোকসভা কেন্দ্ৰ মিজোৰাম লোকসভা কেন্দ্ৰ
মাটিকালি 
 - মুঠ ১,৪২১ কি.মি. 
(৫৪৮.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১) 
 - মুঠ ৬৪,৯৩৭ জন
 - জনঘনত্ব ৪৫.৭ প্ৰতি বৰ্গ কি.মি. 
(১১৮.৪ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল   জন
Demographics
 - সাক্ষৰতা 97.91%[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
যানবাহনৰ নম্বৰ  
   
   
ৱেবছাইট serchhip.nic.in

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত চাৰছিপ জিলা অন্যতম। জিলাখনৰ আয়তন হৈছে ১৪২১.৬০ কিলোমিটাৰ। চাৰছিপ চহৰখন জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। এই জিলাখন ১৯৯৮ চনৰ ১৫ ছেপ্টেম্বৰত বৃহত্তৰ আইজল জিলাৰ পৰা পৃথক কৰাত অস্তিত্ব লাভ কৰে। ইয়াৰ সৃষ্টিৰ ধৰণৰ বাবে ইয়াত পূব লুংদাৰ তহচিলৰ এটা অংশ আৰু থিংছল্টলিয়া তহচিলৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছে।[2][3]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

জিলাখনৰ উত্তৰ আৰু উত্তৰ-পশ্চিমে আইজল জিলা; পশ্চিম আৰু দক্ষিণে লুংলেই জিলা; দক্ষিণ-পূবে ম্যানমাৰ (বাৰ্মা), আৰু পূবে ছাম্ফাই জিলা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Serchhip District : Census 2011 data". census2011.co.in. https://www.census2011.co.in/census/district/390-serchhip.html. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  3. Bhatt, S. C., ed (2006). "Chapter 7. Government and Politics". Land and People of Indian States and Union Territories, volume 19 Mizoram. প্ৰকাশক Delhi, India: Kalpaz Publications. পৃষ্ঠা. 65– 70, page 69. ISBN 81-7835-375-X.