জয়মতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
Jump to navigation
Jump to search
জয়মতী কুঁৱৰী (১৭শ শতিকা) আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী ।
জয়মতীয়ে তলৰ প্ৰবন্ধসমূহো বুজাব পাৰে:
চলচ্চিত্ৰ[সম্পাদনা কৰক]
- জয়মতী (১৯৩৫ চলচ্চিত্ৰ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া কথাছবি।
- জয়মতী (২০০৬ চলচ্চিত্ৰ), মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত কথাছবি।
নাটক[সম্পাদনা কৰক]
- সতী জয়মতী (নাটক), লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাটক।
- জয়মতী (নাটক), পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক।
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰৱন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰৱন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |