সমললৈ যাওক

জাদুগৰ (২০২২ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাদুগৰ

ছবিগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক সমীৰ চাক্সেনা
ৰচনা বিশ্বপতি সৰকাৰ
প্ৰযোজক
  • সৌৰভ খান্না
  • অমিত গোলানী
  • সমীৰ চাক্সেনা
অভিনয়ত জীতেন্দ্ৰ কুমাৰ
আৰুষী শৰ্মা
জাভেদ জাফ্ৰী
চিত্ৰগ্ৰহণকাৰী সৌমিক মুখাৰ্জী
সম্পাদনা দেৱ ৰাও জাধৱ
সংগীত পৰিচালক নিলোৎপল বৰা
প্ৰযোজনা
কোম্পানী
পোচাম পা পিকচাৰ্চ
পৰিবেশক নেটফ্লিক্স
মুক্তি
১৫ জুলাই ২০২২ (2022-07-15)
দৈৰ্ঘ্য
১৬৬ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

জাদুগৰ (ইংৰাজী: Jaadugar‌) হৈছে সমীৰ চাক্সেনাৰ দ্বাৰা পৰিচালিত, ২০২২ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। ছবিখন বিশ্বপতি চৰকাৰৰ দ্বাৰা ৰচিত আৰু নৱ প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থা পোষম পা পিকচাৰ্ছৰ বেনাৰৰ অধীনত নিৰ্মিত। চলচ্চিত্ৰখনত জাভেদ জাফৰী, জীতেন্দ্ৰ কুমাৰ আৰু আৰুষী শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ‌‍‍‍[1][2][3]

অভিনয়ত

[সম্পাদনা কৰক]
ক্ৰমিকঅভিনয়তচৰিত্ৰ
জীতেন্দ্ৰ কুমাৰযাদুকৰ মীনু[4]
আৰুষী শৰ্মা
জাভেদ জাফৰীফুটবল প্ৰশিক্ষক[5]

মধ্য প্ৰদেশৰ এখন সৰু ফুটবল প্ৰেমী চহৰত, এজন সৰু যাদুকৰ, মেজিক মীনু যাৰ কোনো এথলেটিক দক্ষতা নাই তেওঁ নিজৰ প্ৰেমৰ আগ্ৰহক বিয়া কৰাবলৈ ফুটবল ট্ৰফী জিকিব লাগিব কিন্তু সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া তেওঁ গম পায় যে তেওঁৰ দলটোৱে কেইবছৰমানৰ ভিতৰত এখন খেল জিকিব পৰা নাই।[3][4][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jitendra Kumar announces Netflix debut Jaadugar with Arushi Sharma & Jaaved Jaaferi" (en ভাষাত). Republic World. https://www.republicworld.com/entertainment-news/web-series/jitendra-kumar-announces-netflix-debut-jaadugar-with-arushi-sharma-and-jaaved-jaaferi.html আহৰণ কৰা হৈছে: 2021-05-22.
  2. "Jitendra Kumar and Arushi Sharma to star in a sports-based Netflix original film : Bollywood News". Bollywood Hungama. 2021-01-05. https://www.bollywoodhungama.com/news/bollywood/jitendra-kumar-arushi-sharma-star-sports-based-netflix-original-film/ আহৰণ কৰা হৈছে: 2021-05-22.
  3. 1 2 "Jaadugar | Netflix Official Site" (en ভাষাত). www.netflix.com. https://www.netflix.com/title/81318112 আহৰণ কৰা হৈছে: 2021-05-22.
  4. 1 2 "All the upcoming Netflix Original Indian movies revealed in 2021" (en-US ভাষাত). TechnoSports. 2021-03-05. Archived from the original on 2021-05-22. https://web.archive.org/web/20210522021657/https://technosports.co.in/2021/03/05/all-the-upcoming-netflix-original-indian-movies-revealed-in-2021/ আহৰণ কৰা হৈছে: 2021-05-22.
  5. "Javed Jaffery denies being a part of this project,- News" (en ভাষাত). IndiaGlitz. Archived from the original on 2021-05-22. https://web.archive.org/web/20210522022612/https://www.indiaglitz.com/javed-jaffery-denies-being-a-part-of-this-hindi-_amp-news-284797 আহৰণ কৰা হৈছে: 2021-05-22.
  6. Staff, Scroll. "Netflix 2021 slate: Films 'Haseen Dillruba' and 'Navarasa', Madhuri Dixit series and Ray tribute" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/988274/netflix-2021-slate-films-haseen-dillruba-and-navarasa-madhuri-dixit-series-and-ray-tribute আহৰণ কৰা হৈছে: 2021-05-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]