জিজিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিজিয়া (আৰবী: جزيةǧizyah IPA: [dʒizja]; হ'ল ইছলামিক ৰাষ্ট্ৰত ইছলামিক আইনেৰে অনুকূলভাৱে স্থায়ীভাবে বসবাস কৰা অমুছলিমসকলৰ জন প্ৰতি বজ বছৰেকীয়া ধাৰ্যকৃত কৰ।[1][2][3] মুছলিম ফকীহসকলৰ অভিমত এই যে অমুছলিম সকলৰ মাজত সেইসকল প্রাপ্তবয়স্ক, স্বাধীন, বিবেকী পুৰুষ হ'ব লাগিব।[4] কিন্তু মহিলা, শিশু, [[বয়স্ক, বিকলাঙ্গ বা প্রতিবন্ধী, অসুস্থ, উন্মাদ, সন্ন্যাসী, দাস সকলক নিস্কৃতি দিয়া হৈছে।[5][6][7][8][9] ওচৰা-ওচৰি মুছতামিনছ —অমুছলিম বিদেশী, যিজন অস্থায়ীভাৱে মুছলিম দেশত আশ্ৰয় লয়[5][10]আৰু যিজন অমুছলিমে সামৰিক বাহিনীত যোগদান কৰিব বিছাৰে [11] [12] [13] আৰু যদি সিহঁত দিবলৈ অসমৰ্থ তেতিয়াহ'লে সিহঁতক এই কৰৰ পৰা নিস্কৃতি দিয়া হৈছে[6][14][15]

হাদিছো জিজিয়া কৰ সম্পৰ্কে উল্লেখ আছে, কিন্তু পৰিমাণ উল্লেখ নাই।[16]যিয়েই নহওঁক ফকীহষকল এই বিষয়ে একমত যে পূৰ্বে মুছলিম শাসকসকলে যেনেকৈ বাইজেন্টাইন আৰু ছাছানীয় সাম্ৰাজ্যত এইটো আদায় কৰিছিল।[10][17][18][19][20]

ইছলামিক ইতিহাসত ইয়াৰ প্রয়োগ বিভিন্ন ৰকম দেখা যায়। বহুত সময়ত জিজিয়াক খাৰাজ ৰ সৈতে সাধাৰণ কৰ হিচাপেও আদায় কৰা হৈছ।[21][22][23]আৰু ইছলামিক ৰাজনীতিত ৰাজস্ব আদায়ৰ প্ৰধান উৎস আছিল।[24]জিজিয়া কৰ কৰ দাতাৰ সামৰ্থ অনুসৰি বছৰেকীয়াভাবে নিৰ্ধাৰিত হৈছিল।[25]বিভিন্ন সময় স্থান,কাল ইত্যাদিৰ উপৰত ভিত্তি কৰি ভিন্ন সময়ত ধাৰ্যকৃত কৰৰ পৰিমাণ ভিন্ন হৈছে[26][1][27][28][29]


এই প্ৰসংগত কোৰআনৰ ছুৰা তওবা’ৰ ২৯ নং আয়াতত কোৱা হৈছে, “যিসকলৰ ওপৰত কিতাপ (কোৰআন) অবতীৰ্ণ হৈছে সিহঁতৰ মাজত যিসকলে আল্লাহক বিশ্বাস নকৰে আৰু পৰকালতো নহয়, আৰু আল্লাহ ও তেওঁৰ ৰাছুলে যিবোৰ হাৰাম কৰিছে সেয়া হাৰাম নাভাবে আৰু সত্যধৰ্ম অনুসৰণ নকৰে, সিহঁতৰ সৈতে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁতে বশ্যতা স্বীকাৰ কৰে: আনুগত্যৰ নিদৰ্শন স্বৰূপ স্বেচ্ছায় জিজিয়া দিয়ে”।[30] [31]

উছমানীয় তুৰস্কত 19 শতকৰ মধ্যভাগ লৈকে জিজিয়া বলবৎ আছিল। মুছলিম সকলক বাধ্যতামূলকভাবে সামৰিক বিভাগত যোগদান হ'ব লগা হৈছিল আৰু তাৰ পৰিৱৰ্তে অমুছলিম সকলৰ ওপৰত এটা কৰ ধাৰ্য কৰা হয় । কিন্তু সকলো ধৰ্মৰ নাগৰিক সকলৰ বাবে বাধ্যতামূলক সামৰিক কৰ্ম প্ৰবৰ্তিত হোৱাৰ পাছত এই কৰৰো বিলোপ হয়। মধ্য যুগত পৃথিৱীৰ অন্যান্য মুছলিম শাসিত দেশতো অমুছলিম সকলৰ ওপৰত জিজিয়া কৰ ধাৰ্য কৰা হয়। ভাৰতত আকবৰে এইটো ৰহিত কৰিছিল, কিন্তু সম্ৰাট উৰঙ্গজেৱৰ আমলত এইটো পুনঃপ্রবৰ্তিত হয়।[32][33]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Abdel-Haleem, Muhammad (2010). Understanding the Qur'ān: Themes and Style. I. B. Tauris & Co Ltd. পৃষ্ঠা. 70, 79. ISBN 978-1845117894. 
  2. Abou Al-Fadl 2002, পৃষ্ঠা. 21.
  3. Jizyah The Oxford Dictionary of Islam (2010), Oxford University Press
  4. M. Zawati, Hilmi (2002). Is Jihād a Just War?: War, Peace, and Human Rights Under Islamic and Public International Law (Studies in religion & society). Edwin Mellen Press. পৃষ্ঠা. 63–4. ISBN 978-0773473041. 
  5. 5.0 5.1 Wael, B. Hallaq (2009). Sharī'a: Theory, Practice and Transformations. Cambridge University Press. পৃষ্ঠা. 332–3. ISBN 978-0-521-86147-2. 
  6. 6.0 6.1 Ellethy 2014, পৃষ্ঠা. 181.
  7. Alshech, Eli (2003). "Islamic Law, Practice, and Legal Doctrine: Exempting the Poor from the Jizya under the Ayyubids (1171-1250)". Islamic Law and Society খণ্ড 10 (3). 
  8. Rispler-Chaim, Vardit (2007). Disability in Islamic law. প্ৰকাশক Dordrecht, the Netherlands: Springer. পৃষ্ঠা. 44. ISBN 1402050526. 
  9. Majid Khadduri, War and Peace in the Law of Islam, pp. 192-3.
  10. 10.0 10.1 Mirza, editor, Gerhard Bowering ; associate editors, Patricia Crone ... [et al.] ; assistant editor, Mahan (2013). The Princeton encyclopedia of Islamic political thought. প্ৰকাশক Princeton, N.J.: Princeton University Press. পৃষ্ঠা. 283.. ISBN 0691134847. 
  11. Abdel Haleem 2010, (Ellethy/2014/p=181)
  12. "Mapel,Nardin"; Mapel, D.R. and Nardin, T., eds. (1999), International Society: Diverse Ethical Perspectives, p. 231. Princeton University Press. ISBN 9780691049724
  13. "ArnoldPoI", Shah/2008/pp=19–20)
  14. Ghazi, Kalin & Kamali 2013, পৃষ্ঠা. 240–1.
  15. Abdel-Haleem 2012, পৃষ্ঠা. 75–6, 77.
  16. Sabet, Amr (2006), The American Journal of Islamic Social Sciences 24:4, Oxford; pp. 99–100.
  17. Bravmann 2009, পৃষ্ঠা. 199–201, 204–5, 207–12.
  18. Mohammad, Gharipour (2014). Sacred Precincts: The Religious Architecture of Non-Muslim Communities Across the Islamic World. BRILL. পৃষ্ঠা. XV. ISBN 9004280227. 
  19. Shah 2008, পৃষ্ঠা. 20.
  20. Walker Arnold, Thomas (1913). Preaching of Islam: A History of the Propagation of the Muslim Faith. Constable & Robinson Ltd. পৃষ্ঠা. 59 ff. https://archive.org/details/preachingofislam00arno.  (online)
  21. Morony, Michael (2005). Iraq after the Muslim conquest. প্ৰকাশক NJ, USA: Gorgias Press. পৃষ্ঠা. 109, 99–134. ISBN 978-1-59333-315-7. 
  22. Levy, Reuben (2002). The social structure of Islam. প্ৰকাশক London New York: Routledge. পৃষ্ঠা. 310–1. ISBN 978-0-415-20910-6. 
  23. Satish Chandra (1969), Jizyah and the State in India during the 17th Century, Journal of the Economic and Social History of the Orient, Vol. 12, No. 3, pp. 322–40, quote="Although kharaj and jizyah were sometimes treated as synonyms, a number of fourteenth century theological tracts treat them as separate"
  24. Oded Peri; Gilbar (Ed), Gad (1990). Ottoman Palestine, 1800-1914 : Studies in economic and social history. প্ৰকাশক Leiden: E.J. Brill. পৃষ্ঠা. 287. ISBN 978-90-04-07785-0. "the jizya was one of the main sources of revenue accruing to the Ottoman state treasury as a whole." 
  25. Abu Khalil, Shawkiy (2006) (ar ভাষাত). al-Islām fī Qafaṣ al-ʾIttihām. Dār al-Fikr. পৃষ্ঠা. 149. ISBN 1575470047. https://archive.org/stream/b38982/93872#page/n0/mode/2up.  (online)
  26. Charles Hamilton (1957), Hedaya, Lahore
  27. Ghazi, Kalin & Kamali 2013, পৃষ্ঠা. 82–3.
  28. The French scholar Gustave Le Bon writes "that despite the fact that the incidence of taxation fell more heavily on a Muslim than a non-Muslim, the non-Muslim was free to enjoy equally well with every Muslim all the privileges afforded to the citizens of the state." Mun'im Sirry (2014), Scriptural Polemics: The Qur'an and Other Religions, p. 179. Oxford University Press. ISBN 978-0199359363.
  29. Abu Zahra, Muhammad (ar ভাষাত). Zahrat al-Tafāsīr. প্ৰকাশক Cairo: Dār al-Fikr al-ʿArabī. পৃষ্ঠা. 3277–8. https://archive.org/stream/abouzohra/tafsir. 
  30. তাফছিৰ
  31. quran-usc-9/29, Nasr, Seyyed Hossein; Dagli, Caner K.; Dakake, Maria Massi; Lumbard, Joseph E.B.; Rustom, Mohammed (2015). The Study Quran: A New Translation and Commentary. HarperCollins. 
  32. ইহুদি-খ্ৰীষ্টানৰ বাবেও আৰৱ ভূমিৰ অধিকাৰ সঙ্কুচিত কৰাৰ নিৰ্দেশ
  33. হজৰত উমৰ ইবনে আব্দুল আজিজ ৰহঃ