টীয়ক
অৱয়ব
টীয়ক | |
|---|---|
নগৰ | |
| দেশ | |
| ৰাজ্য | অসম |
| জিলা | যোৰহাট জিলা |
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত।
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]ভৌগোলিকভাৱে টীয়ক 26°30′N 94°15′E / 26.50°N 94.25°E ত অৱস্থিত।[1][2]
যাতায়ত
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো হৈছে টীয়কৰ নিকটবৰ্ত্তী বিমানবন্দৰ।
শিক্ষা
[সম্পাদনা কৰক]টীয়কৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
বিদ্যালয়
[সম্পাদনা কৰক]- চন্দ্ৰকমল বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়, বলমা
- বনাই উচ্চ মাধ্যমিক বিদ্যালয়
- জ্যোতি বিদ্যাপীঠ, টীয়ক
- টীয়ক জাতীয় বিদ্যালয়
- টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়
- হলি ফ্লাৱাৰ হাই স্কুল
- টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়
- টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বেন গাৰ্ডেন হাই স্কুল
- টীয়ক ৰজাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
মহাবিদ্যালয়
[সম্পাদনা কৰক]- চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক[3]
- টীয়ক কনিষ্ঠ মহাবিদ্যালয়
- জ্ঞানপীঠ একাডেমী
- ৰেণু বড়া মেম'ৰিয়েল একাডেমী
ৰাজনীতি
[সম্পাদনা কৰক]টীয়ক ১০২ নং টীয়ক (বিধানসভা সমষ্টি) আৰু যোৰহাট (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.maplandia.com/india/assam/jorhat/teok/
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-08-01. https://web.archive.org/web/20190801023910/http://www.maphill.com/india/assam/jorhat/teok/। আহৰণ কৰা হৈছে: 2015-09-06.
- ↑ http://www.ckbcollegeteok.com/