টেনজিং গিয়াত্‍ ছো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টেনজিং গিয়াত্‍ ছো
བསྟན་འཛིན་རྒྱ་མཚོ་
তিব্বতৰ চতুৰ্দশ দালাই লামা
শাসন কাল ১৭ নৱেম্বৰ ১৯৫০ – বৰ্তমান
পূৰ্বসুৰী থুবতেন গিয়াত্‍ ছো
পিতৃ Choekyong Tsering
মাতৃ Diki Tsering

টেনজিং গিয়াত্‍ ছো হৈছে চতুৰ্দশ দালাই লামা। তেখেত ১৯৫৯ চনত তিব্বতৰ পৰা প্ৰস্থান কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰে। তিব্বতৰ শান্তিৰক্ষাৰ ক্ষেত্ৰত অবদানৰ বাবে তেখেতক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]