ডঁৰিকনা
অৱয়ব
ডঁৰিকণা মাছ | |
---|---|
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Esomus |
প্ৰজাতি: | E. danrica |
দ্বৈৰাশিক নামকৰণ | |
Esomus danrica (F. Hamilton, 1822) | |
সমাৰ্থক[2] | |
|
ডঁৰিকনা (ইংৰাজী: Indian flying barb, বৈজ্ঞানিক নাম: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।
বিৱৰণ
[সম্পাদনা কৰক]ডঁৰিকনা মাছৰ দৈৰ্ঘ্য ৬ ইঞ্চি (১৫ ছেঃমিঃ) পৰ্যন্ত হয়। ইয়াৰ ৰং ৰুপোৱালি আৰু দেহত দীঘল ৰঙা ৰেখা আৰু সোণালী ৰঙৰ ফিছা থাকে।
আচৰণ
[সম্পাদনা কৰক]এই মাছবিধৰ জঁপিওৱাৰ এক ব্যতিক্ৰমী ক্ষমতা আছে। সেয়েহে ইয়াক indian flying barb নামেৰে জনা যায়। ইয়াৰ জীৱনকাল সাধাৰণতে তিনিৰ পৰা পাঁচ বছৰ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Devi, R.; Boguskaya, N. (2009). "Esomus danrica". The IUCN Red List of Threatened Species (IUCN) খণ্ড 2009: e.T188105A8641542. doi:10.2305/IUCN.UK.2009-2.RLTS.T188105A8641542.en. http://www.iucnredlist.org/details/188105/0। আহৰণ কৰা হৈছে: 14 January 2018.
- ↑ "Synonyms of Esomus danrica (Hamilton, 1822)". Fishbase. http://www.fishbase.org/Nomenclature/SynonymsList.php?ID=5150&SynCode=48711&GenusName=Esomus&SpeciesName=danrica। আহৰণ কৰা হৈছে: 7 October 2017.