সমললৈ যাওক

ডিম্পল যাদৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিম্পল যাদৱ
সংসদ সদস্য, লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৮ ডিচেম্বৰ ২০২২
সমষ্টি মৈনপুৰি
কাৰ্যকাল
৮ আগষ্ট ২০১২ – ২৩ মে ২০১৯
পূৰ্বসূৰী অখিলেশ যাদৱ
সমষ্টি কনৌজ
ব্যক্তিগত তথ্য
জন্ম ১৫ জানুৱাৰী, ১৯৭৮ (৪৬ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰত
ৰাজনৈতিক দল সমাজবাদী পাৰ্টি
দাম্পত্যসঙ্গী অখিলেশ যাদৱ
সন্তান
বাসস্থান উত্তৰ প্ৰদেশ[2]
জীৱিকা ৰাজনৈতিক নেত্ৰী

ডিম্পল যাদৱ (জন্ম ১৫ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২২ চনৰ ডিচেম্বৰৰ পৰা মৈনপুৰিৰ পৰা বৰ্তমান সংসদ সদস্য আৰু তাৰ আগতে কনৌজৰ পৰা দুই বাৰ লোকসভাৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ সমাজবাদী পাৰ্টিৰ সভাপতি আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী। [3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Members Bioprofile - Yadav, Smt. Dimple". Lok Sabha. http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4580&lastls=16। আহৰণ কৰা হৈছে: 20 February 2022. 
  2. "Members Bioprofile - Yadav, Smt. Dimple". Lok Sabha. http://164.100.47.194/Loksabha/Members/MemberBioprofile.aspx?mpsno=4580&lastls=16। আহৰণ কৰা হৈছে: 8 July 2024. 
  3. "लोकसभा चुनाव में जीत के बाद मथुरा पहुंची डिंपल यादव, बेटी टीना संग लिया बांके बिहारी का आशीर्वाद". News18. https://hindi.news18.com/news/uttar-pradesh/mathura-dimple-yadav-reached-mathura-along-with-daughter-aditi-takes-blessings-of-banke-bihari-after-winning-loksabha-election-from-mainpuri-8387302.html। আহৰণ কৰা হৈছে: 08 july 2024.