ডেনিয়েল ৰেডক্লিফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেনিয়েল ৰেডক্লিফ
A male in his early twenties with brown hair and blue eyes is smiling at the camera.
ডেনিয়েল জেকব ৰেডক্লিফ
জন্ম ডেনিয়েল জেকব ৰেডক্লিফ
২৩ জুলাই, ১৯৮৯ (৩৪ বছৰ)
লণ্ডন, ইংলেণ্ড
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমানলৈকে


ডেনিয়েল জেকব ৰেডক্লিফ [1][2] '(ইংৰাজী: Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯)[3] এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েছে আইটিভি ফিল্ম মাই বয় জেক আৰু ইকুয়াছ নাটকখন। নাটকখনত ৰেডক্লিফৰ অভিনয় বিশেষভাবে প্ৰশংসিত হয়। ডেনিয়েল ৰেডক্লিফে ১০ বছৰ বয়সত বিবিচি ৱানৰ ১৯৯৯ চনৰ টেলিভিছন চলচ্চিত্ৰ ডেভিড কপাৰফিল্ডত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ২০০১ চনত দা টেলৰ অফ পানামা নামৰ চলচ্চিত্ৰখনত অভিলয় কৰে। ১১ বছৰ বয়সত ৰেডক্লিফে হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ৰ প্ৰথমখন চলচ্চিত্ৰ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ মূল চৰিত্ৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে। ৰেডক্লিফে এই শৃংখলাৰ আটাইকেইখন চলচ্চিত্ৰৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে।

প্ৰাথমিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮৯ চনৰ ২৩ জুলাইত ইংলেণ্ডৰ পশ্চিম লণ্ডনত ডেনিয়েল ৰেডক্লিফে জন্মগ্ৰহণ কৰে[4]। ১৯৯৯ চনৰ ডিচেম্বৰ মাহত, পাঁচ বছৰ বয়সতে[5] ৰেডক্লিফে ডেভিড কপাৰফিল্ড নামৰ চলচ্চিত্ৰখনত শিশু ডেভিড কপাৰফিল্ডৰ চৰিত্ৰত[6] অভিনয় কৰে। ৰেডক্লিফে লণ্ডনৰ ছেলছীৰ ছাছেক্স হাউচ স্কুল[7] আৰু তাৰ পিছত চিটি অফ লণ্ডন স্কুল,[8]ত শিক্ষাগ্ৰহণ কৰিছিল। হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’ন মুক্তি পোৱাৰ পিছত স্কুলত যোৱা ৰেডক্লিফৰ বাবে কঠিন হৈ পৰে। ৰেডক্লিফে কৈছে যে, হেৰী পটাৰৰ চৰিত্ৰক লৈ সকলোৱে হিংসাতে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল[9]। যেতিয়া ডেনিয়েল অভিনয় কেৰিয়াৰত ব্যস্ত হ’ল, তেতিয়া ঘৰুৱা শিক্ষকৰ সহায়ত শিক্ষাগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০০৬ চনত ডেনিয়েলে শিক্ষাৰ পৰা বিৰতি ল’বলৈ সিদ্ধান্ত লয়[10]। ইয়াৰ কাৰণ হৈছে যে, সাধাৰণ কলেজীয়া জীৱনতকৈ ডেনিয়েলে অভিনয় আৰু লিখাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল।

কেৰিয়াৰ[সম্পাদনা কৰক]

হেৰী পটাৰ[সম্পাদনা কৰক]

A young male is signing his signature with a fan. His hair is slicked over to the side.
২০০৯ চনৰ জুলাইত হেৰী পটাৰ এণ্ড দা হাফ ব্লাড প্ৰিন্সৰ প্ৰিমিয়াৰত ডেনিয়েল ৰেডক্লিফ

২০০০ চনত প্ৰযোজক ডেভিড হেইমেনে জে কে ৰাউলিঙৰ গ্ৰন্থ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ ওপৰত আধাৰিত চলচ্চিত্ৰত ৰেডক্লিফক হেৰী পটাৰৰ চৰিত্ৰটোৰ বাবে পৰীক্ষা দিবলৈ আমন্ত্ৰণ কৰে[11][12]। ৰাউলিঙে এই চৰিত্ৰটোৰ বাবে এজন অচিনাকি ব্ৰিটিছ অভিনেতা বিচাৰি আছিল। কিন্তু ৰেডক্লিফৰ মাক-দেউতাকে এই চৰিত্ৰটোৰ বাবে ডেনিয়েল পৰীক্ষাত অৱতীৰ্ণ হোৱাতো বিচৰা নাছিল। কাৰণ, চুক্তি মতে, হেৰী পটাৰৰ আটাইকেইখন চলচ্চিত্ৰ লছ এঞ্জেলছ, কেলিফৰ্নিয়াত শ্বুটিং হোৱাৰ কথা[13]। আঠ মাহৰ পাছত আৰু কেইবাটাও পৰীক্ষাৰ অন্তত ডেনিয়েলক হেৰী পটাৰ চৰিত্ৰটোৰ বাবে নিৰ্বাচিত হয়.[14]। ৰাউলিঙে পাছত কৈছিল, "I don't think Chris Columbus could have found a better Harry."[15]। ডেনিয়েলৰ পিতৃ-মাতৃয়ে প্ৰথমতে এই চুক্তিটো প্ৰত্যাখান কৰিছিল, কাৰণ হেৰী পটাৰ শৃংখলাৰ ছখন চলচ্চিত্ৰৰ শ্বুটিং লছ এঞ্জেলছত কৰা হ’ব[16]। পাছত ৱাৰ্ণাৰ ব্ৰ’ছয়ে হেৰী পটাৰ শৃংখলাৰ দুখন চলচ্চিত্ৰৰ বাবে ডেনিয়েলক চুক্তি কৰে[13]। তথাপি চুক্তি কৰাৰ সময়ত ৰেডক্লিফে পাছৰ চলচ্চিত্ৰ কেইখনত অভিনয় কৰিব নে নকৰে তাক লৈ অনিশ্চিয়তা আছিল[17]

২০০১-২০০৯[সম্পাদনা কৰক]

An eighteen-year-old is with short brown hair and blue eyes is smiling.
২০০৭ চনৰ ডিচেম্বৰ বয়জৰ প্ৰিমিয়াৰত ৰেডক্লিফ

২০০১ চনত ৰেডক্লিফৰ প্ৰথম ছবি দা টেলৰ অফ পানামাই মুক্তি পায়[18]। ইয়াৰ পিছত ২০০২ চনত দা প্লে হোৱাট আই ৰ’ট (The Play What I Wrote)ৰ জৰিয়তে ৰেডক্লিফে প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে[6][19]। ইয়াৰ পিছত ৰেডক্লিফে ডিচেম্বৰ বয়জত অভিনয় কৰে। ২০০৭ চনত এই ছবিখনে মুক্তি লাভ কৰে[20]। ইয়াৰ উপৰিও ৰেডক্লিফে টেলিভিছন ড্ৰামা ফিল্ম মাই বয় জেকত অভিনয় কৰে।

Radcliffe in Theatre District, New York, 13 December 2008


ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ৰেডক্লিফ এজন নাস্তিক আৰু কৈছে যে তেওঁ এজন ইহুদী হিচাপে গৰ্ব অনুভৱ কৰে[21][22][23]। ২০০৮ চনত ৰেডক্লিফে কয় যে তেওঁ dyspraxia (ইংৰাজী: dyspraxia) নামৰ স্নায়ুৰোগত আক্ৰান্ত। ইয়াৰ ফলত ৰেডক্লিফে কেতিয়াবা লিখিবলৈ, নিজৰ জোতাৰ ফিতা আদিৰ নিচিনা সৰু সৰু কাম কৰাত অসুবিধা পায়। ৰেডক্লিফে কৈছে যে, তেওঁ স্কুলত এই ৰোগৰ বাবে বহুতো অসুবিধা হৈছিল[24]

ৰেডক্লিফ আণ্ডাৰগ্ৰাউণ্ড[25] আৰু পাংক ৰক মিউজিক[26][27] আৰু ভাৰতীয় ক্ৰিকেট খেলুৱৈ শচীন টেণ্ডুলকাৰ[28][29]ৰ বিশেষ অনুৰাগী। ডেনিয়েলে চুটি গল্প আৰু কবিতাও লিখে[30]। ২০০৭ চনৰ নৱেম্বৰত ৰাবিশ্ব (Rubbish) নামৰ ফেশ্বন আলোচনীখনত "জেকব গেৰশ্বন ছদ্মনামত কেইবাটাও কবিতা প্ৰকাশ কৰে[23][30]। হেৰী পটাৰৰ সহ-অভিনেতা টম ফেলটন[25] আৰু ইমা ৱাটছন[31] ৰ লগত গভীৰ বন্ধুত্ব আছে।

কিছুমান উৎসৰ মতে প্ৰথমখন হেৰী পটাৰ চলচ্চিত্ৰৰ[32] পৰা ৰেডক্লিফে প্ৰায় ১মিলিয়ন পাউণ্ড আৰু ষষ্ঠখনৰ[33] পৰা প্ৰায় ১৫ মিলিয়ন উপাৰ্জন কৰে। ২০০৬ চনৰ ছানডে টাইমছ ৰিছ লিষ্টত প্ৰায় ১৫ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া ধনী লোকসকলৰ মাজত ৰেডক্লিফৰ নাম প্ৰকাশ পায়[34]। ২০০৯ চনৰ মাৰ্চত ফৰ্বছ আলোচনীৰ "Most Valuable Young Stars" তালিকাত শীৰ্ষস্থান,[35] আৰু এপ্ৰিলত দা ডেইলি টেলিগ্ৰাফত ৩০ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া লোকৰ ভিতৰত দ্বাদশ স্থান পায়[36]। সেই বছৰতে ৰেডক্লিফ ইংলেণ্ডৰ আটাইতকৈ ধনী কিশোৰৰ ভিতৰত শীৰ্ষস্থান পায়[33]। ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰেডক্লিফৰ নাম হলিউডৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী ষষ্ঠজন অভিনেতা হিচাপে স্থান পায়[37]। ২০১০ চনৰ অন্তত ৰেডক্লিফৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল প্ৰায় ২৮.৫ মিলিয়ন পাউণ্ড[38]। ৰেডক্লিফে কৈছে যে তেওঁ বিলাসী জীৱনতকৈ সাধাৰণভাৱে থাকিবলৈহে বেছি ভাল পায়। তেওঁ কিতাপ কিনাত বহুতো খৰচ কৰে আৰু কৈছে "I read a lot"[39]। ৰেডক্লিফে কৈছে যে, অৰ্থ আৰু সম্পত্তিৰ ওপৰত কেতিয়াও জীৱনটো কেন্দ্ৰীভূত কৰিব নালাগে[33]

অভিনয়[সম্পাদনা কৰক]

চলচ্চিত্ৰ[সম্পাদনা কৰক]

বৰ্ষ নাম ক্ষৰিত্ৰ তথ্য
২০০১ Tailor of Panama, TheThe Tailor of Panama মাৰ্ক পেণ্ডেল
২০০১ হেৰী পটাৰ এণ্ড দা ফিল'চ'ফাৰ্ছ ষ্ট'ন হেৰী পটাৰ Released as Harry Potter and the Sorcerer's Stone in the United States and India
২০০২ হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছ হেৰী পটাৰ
২০০৪ হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অৱ আজকাবান (চলচ্চিত্ৰ) হেৰী পটাৰ
২০০৫ হেৰী পটাৰ এণ্ড দা গ'বলেট অফ ফায়াৰ (চলচ্চিত্ৰ) হেৰী পটাৰ
২০০৭ হেৰী পটাৰ এণ্ড দা অৰ্ডাৰ অফ দা ফিনিক্স হেৰী পটাৰ
2007 ডিচেম্বৰ বয়জ মেপছ
2009 হেৰী পটাৰ এণ্ড দা হাফ ব্লাড প্ৰিন্স হেৰী পটাৰ
২০১০ হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড হেৰী পটাৰ
২০১১ হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড হেৰী পটাৰ
২০১২ Woman in Black, TheThe Woman in Black আৰ্থাৰ কিপছ
২০১৩ কিল য়'ৰ ডাৰ্লিঙছ এলেন গিন্সবাৰ্গ

টেলিভিছন[সম্পাদনা কৰক]

বৰ্ষ নাম চৰিত্ৰ তথ্য
১৯৯৯ ডেভিড কপাৰফিল্ড শিশু ডেভিড কপাৰফিল্ড
২০০৫ ফ'লি এণ্ড মেকক'ল:দিছ ৱে আপ ট্ৰেফিক ৱাৰ্ডেন / নিজে
২০০৬ এক্সট্ৰাছ লিজে
২০০৭ মাই বয় জেক জেক কিপলিঙ
২০১০ The Simpsons এডমাণ্ড "Treehouse of Horror XXI", কণ্ঠ
২০১০ QI নিজে
২০১২ চেটাৰডে নাইট লাইভ নিজে Host on 14 January episode
২০১৩ Young Doctor's Notebook, AA Young Doctor's Notebook Filming; Four episode mini-series

নাটক[সম্পাদনা কৰক]

বৰ্ষ নাম চৰিত্ৰ তথ্য
2002 Play What I Wrote, TheThe Play What I Wrote অতিথি Wyndham's Theatre
2007 Equus Alan Strang Gielgud Theatre
2008-09 Equus Alan Strang Broadhurst Theatre
2011-12 How to Succeed in Business Without Really Trying J. Pierrepont Finch Al Hirschfeld Theatre

পুৰস্কাৰ[সম্পাদনা কৰক]

বৰ্ষ সংস্থান পুৰস্কাৰ কাম ফলাফল
2001 Broadcast Film Critics Association Awards[40] Best Young Performer Harry Potter and the Philosopher's Stone মনোনীত
Hollywood Women's Press Club[41] Male Youth Discovery of the Year বিজয়ী
MTV Movie Awards[42] Best Breakthrough Male Performance মনোনীত
Young Artist Awards[43] Best Ensemble in a Feature Film (shared with the movie's cast) মনোনীত
2005 Broadcast Film Critics Association Awards[44][44] Best Young Actor Harry Potter and the Prisoner of Azkaban মনোনীত
2006 Harry Potter and the Goblet of Fire মনোনীত
MTV Movie Awards[45] Best On-Screen Team (shared with Rupert Grint and Emma Watson) মনোনীত
Best Hero মনোনীত
2007 National Movie Awards[46] Best Male Performance Harry Potter and the Order of the Phoenix বিজয়ী
2008 Empire Award[47] Best Actor মনোনীত
MTV Movie Awards[48] Best Kiss (shared with Katie Leung) মনোনীত
Saturn Awards[49] Best Performance by a Young Actor মনোনীত
2009 Broadway.com Audience Award[50] Favorite Leading Actor in a Broadway Play Equus বিজয়ী
Favorite Breakthrough Performance বিজয়ী
Drama Desk Award[51] Outstanding Actor in a Play মনোনীত
Drama League Award[52] Distinguished Performance Award মনোনীত
2010 J-14's Teen Icon Awards[53] Iconic Movie Star প্ৰযোজ্য নহয় মনোনীত
MTV Movie Awards[54] Best Male Performance Harry Potter and the Half-Blood Prince মনোনীত
Global Superstar প্ৰযোজ্য নহয় মনোনীত
2011 Broadway.com Audience Award[55] Favorite Actor in a Broadway Play How to Succeed in Business Without Really Trying বিজয়ী
Favorite Onstage Pair (shared with John Larroquette) বিজয়ী
Outer Critics Circle Award[56] Outstanding Actor in a Musical মনোনীত
Drama League Award[57] Distinguished Performance Award মনোনীত
Drama Desk Award[58] Outstanding Actor in a Musical মনোনীত
Do Something Awards[59] Movie Star প্ৰযোজ্য নহয় মনোনীত
MTV Movie Awards[60] Best Kiss (shared with Emma Watson) হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড মনোনীত
Best Fight (shared with Rupert Grint and Emma Watson) মনোনীত
Best Male Performance মনোনীত
Scream Awards[61][62] Best Fantasy Actor হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড বিজয়ী
Best Ensemble (shared with rest of cast) মনোনীত
Teen Choice Awards[63] Choice Movie Actor: Sci-Fi/Fantasy হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড মনোনীত
Choice Movie: Liplock (shared with Emma Watson) বিজয়ী
Choice Summer Movie Star: Male হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড বিজয়ী
2012 People's Choice Awards[64] Favorite Movie Ensemble (shared with rest of cast) বিজয়ী
Favorite Movie Actor মনোনীত
Favorite Movie Star (under 25) মনোনীত
Nickelodeon Kids' Choice Awards Favorite Movie Actor মনোনীত
MTV Movie Awards[65][66] Best Male Performance হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড মনোনীত
Best Cast (shared with Rupert Grint, Emma Watson, and Tom Felton) বিজয়ী
Best Hero বিজয়ী

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Daniel Jacob Radcliffe (actor bio)". HarryPotter.Warnerbros. http://harrypotter.warnerbros.co.uk/gobletoffire/master/index.html। আহৰণ কৰা হৈছে: 2007-06-05. 
  2. Daniel Radcliffe, or Daniel Jacob Radcliffe (British actor) - Britannica Online Encyclopedia
  3. DanRadcliffe.com: Daniel Radcliffe Biography
  4. "Daniel Radcliffe". Heat World. Bauer Media Group. http://www.heatworld.com/Celeb-AZ/Daniel-Radcliffe/। আহৰণ কৰা হৈছে: 27 May 2011. 
  5. "Faces of the week: DANIEL RADCLIFFE". BBC News. 2 March 2007. http://news.bbc.co.uk/2/hi/uk_news/magazine/6413257.stm। আহৰণ কৰা হৈছে: 27 May 2011. 
  6. 6.0 6.1 Roberts, Sheila (10 September 2007). "Daniel Radcliffe Interview, December Boys". Movies Online. http://www.moviesonline.ca/movienews_12913.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  7. "Sussex House School, London". Independent Special Boarding International. 
  8. "From Potter to Poet: Daniel Radcliffe Unmasked as a Budding Creative Writer". Daily Mail. 13 July 2009. Retrieved 1 November 2011.
  9. Garfield, Simon (June 2007). "DANIEL RADCLIFFE". Details. পৃষ্ঠা: 2. Archived from the original on 6 October 2014. https://web.archive.org/web/20141006153820/http://www.details.com/culture-trends/cover-stars/200706/meet-the-new-grown-up-harry-potter-star-daniel-radcliffe/?currentPage=2। আহৰণ কৰা হৈছে: 27 May 2011. 
  10. Vineyard, Jennifer (10 July 2007). "'Harry Potter' Star Daniel Radcliffe Gets Leather-y In Racy Photo Spread". MTV. http://www.mtv.com/news/articles/1564452/daniel-radcliffe-gets-leathery-photo-spread.jhtml। আহৰণ কৰা হৈছে: 27 May 2011. 
  11. McLean, Craig (15 July 2007). "Hobnobs & broomsticks". Sunday Herald (Herald & Times Group). Archived from the original on 18 July 2007. http://www.sundayherald.com/life/people/display.var.1546220.0.0.php। আহৰণ কৰা হৈছে: 15 July 2007. 
  12. Koltnow, Barry (8 July 2007). "One Enchanted Night at Theater, Radcliffe Became Harry Potter". East Valley Tribune. Archived from the original on 11 October 2007. https://web.archive.org/web/20071011092955/http://eastvalleytribune.com/story/92834?source=rss&dest=STY-92834। আহৰণ কৰা হৈছে: 15 July 2007. 
  13. 13.0 13.1 "Who owns Daniel Radcliffe? The curse of child fame". The Independent (London: Independent Print Limited). 4 March 2007. Archived from the original on 21 April 2008. http://www.independent.co.uk/news/uk/this-britain/who-owns-daniel-radcliffe-the-curse-of-child-fame-438724.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  14. "Young Daniel gets Potter part". BBC News (BBC). 21 August 2000. http://news.bbc.co.uk/2/hi/entertainment/890287.stm। আহৰণ কৰা হৈছে: 12 April 2011. 
  15. Sussman, Paul (22 August 2000). "British child actor 'a splendid Harry Potter'". CNN. http://premium.edition.cnn.com/2000/WORLD/europe/08/22/potter.casting.02/। আহৰণ কৰা হৈছে: 20 October 2007. 
  16. "Daniel Radcliffe turned down Harry Potter film offer at first". The Daily Telegraph (London). 22 November 2011. http://www.telegraph.co.uk/culture/harry-potter/8907268/Daniel-Radcliffe-turned-down-Harry-Potter-film-offer-at-first.html। আহৰণ কৰা হৈছে: 27 November 2011. 
  17. Daly, Steve (11 July 2007). "Mr. Wizard". Entertainment Weekly (Time Warner Inc): পৃষ্ঠা 2. Archived from the original on 21 May 2012. https://web.archive.org/web/20120521112626/http://www.ew.com/ew/article/0,,20431232_20045416_2,00.html। আহৰণ কৰা হৈছে: 28 May 2011. 
  18. "Daniel Radcliffe". The-Numbers.com. Nash Information Services, LLC. http://www.the-numbers.com/people/DRADC.php। আহৰণ কৰা হৈছে: 28 May 2011. 
  19. Nathan, John (2 November 2006). "Equus Revival – with "Harry Potter" Star Radcliffe – Sets West End Dates". Playbill. Playbill, Inc. http://www.playbill.com/news/article/103200-Equus-Revival-with-Harry-Potter-Star-Radcliffe-Sets-West-End-Dates। আহৰণ কৰা হৈছে: 27 May 2011. 
  20. Daly, Steve (27 July 2007). "Daniel Radcliffe Talks 'Deathly Hallows'". Entertainment Weekly. Archived from the original on 6 October 2014. https://web.archive.org/web/20141006131728/http://www.ew.com/ew/article/0,,20048635,00.html। আহৰণ কৰা হৈছে: 28 May 2011. 
  21. Sessums, Kevin (26 January 2009). "Dirty Harry". The Daily Beast. The Newsweek Daily Beast Company. http://www.thedailybeast.com/blogs-and-stories/2009-01-26/dirty-harry/full/। আহৰণ কৰা হৈছে: 26 May 2011. 
  22. Singh, Anita (4 June 2009). "Daniel Radcliffe: a cool nerd". The Daily Telegraph (London: Telegraph Media Group Limited). http://www.telegraph.co.uk/culture/harry-potter/5734000/Daniel-Radcliffe-a-cool-nerd.html। আহৰণ কৰা হৈছে: 6 June 2009. 
  23. 23.0 23.1 McLean, Craig (4 July 2009). "Dan the Man". The Guardian (London: Guardian News and Media Limited). http://www.guardian.co.uk/film/2009/jul/04/daniel-radcliffe-harry-potter-jk-rowling। আহৰণ কৰা হৈছে: 11 July 2009. 
  24. Friedman, Emily (19 August 2008). "Dyspraxia Explains Harry Potter's Klutziness". ABC News. American Broadcasting Company. http://abcnews.go.com/Health/story?id=5605093&page=1। আহৰণ কৰা হৈছে: 26 May 2011. 
  25. 25.0 25.1 "Harry Potter Y EL MISTERIO DEL PRINCIPE". Cinemanía. July 2009. 
  26. Norwich 2005, পৃষ্ঠা 120–121
  27. "Harry Potter reveals his favourite band". NME. 20 July 2007. 
  28. Pidd, Helen (7 September 2007). "'If the script says have sex, I have sex'". The Guardian (London: Guardian News and Media Limited). http://arts.guardian.co.uk/filmandmusic/story/0,,2163370,00.html। আহৰণ কৰা হৈছে: 7 September 2007. 
  29. Bansal, Robin (15 July 2011). "Daniel Radcliffe is a huge Sachin fan". Hindustan Times. Archived from the original on 4 September 2011. https://web.archive.org/web/20110904043651/http://www.hindustantimes.com/Daniel-Radcliffe-is-a-huge-Sachin-fan/Article1-721526.aspx। আহৰণ কৰা হৈছে: 24 September 2011. 
  30. 30.0 30.1 "Harry Potter actor Daniel Radcliffe's 'secret life as a published poet'". The Daily Telegraph (London: Telegraph Media Group Limited). 11 July 2009. http://www.telegraph.co.uk/culture/harry-potter/5799717/Harry-Potter-actor-Daniel-Radcliffes-secret-life-as-a-published-poet.html। আহৰণ কৰা হৈছে: 26 May 2011. 
  31. "Emma Watson". Friday Night with Jonathan Ross. Series 16. Episode 22. 5 July 2009. 7:40–19:40 minutes in. BBC One. 
  32. "When Danny Met Harry". The Times. 3 November 2001. 
  33. 33.0 33.1 33.2 Kaplan, James (28 June 2009). "Daniel Radcliffe Breaks Free". Parade. Parade Publications. http://www.parade.com/celebrity/2009/06/daniel-radcliffe-breaks-free.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  34. Coates, Sam; Asthana, Anushka (2006). "Daniel Radcliffe". The Times (London). http://www.timesonline.co.uk/richlist/person/0,,39471,00.html। আহৰণ কৰা হৈছে: 31 May 2011. 
  35. Burman, John (10 March 2009). "In Pictures: Hollywood's Most Valuable Young Stars". Forbes (Forbes.com LLC). http://www.forbes.com/2009/03/10/teen-star-currency-business-media-forbes-star-currency_slide_2.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  36. Knapton, Sarah (27 April 2009). "Harry Potter magic puts Daniel Radcliffe 12th on young Rich List". The Daily Telegraph (London: Telegraph Media Group Limited). http://www.telegraph.co.uk/finance/5224902/Harry-Potter-magic-puts-Daniel-Radcliffe-12th-on-young-Rich-List.html। আহৰণ কৰা হৈছে: 26 May 2011. 
  37. "Harry Potter star Emma Watson is top-earning actress". BBC News (BBC). 5 February 2010. http://news.bbc.co.uk/1/hi/entertainment/8500494.stm। আহৰণ কৰা হৈছে: 27 May 2011. 
  38. "Now that's magic: Harry Potter star doubles his wealth to £28.5m in just a year". Daily Mail (UK: Associated Newspapers Ltd). 16 October 2010. http://www.dailymail.co.uk/tvshowbiz/article-1321246/Now-thats-magic-Harry-Potter-star-doubles-wealth-28-5m-just-year.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  39. Maddocks, Fiona (2 February 2007). "From Harry to hunk". London Evening Standard. http://www.thisislondon.co.uk/film/article-23384050-from-harry-to-hunk.do। আহৰণ কৰা হৈছে: 5 October 2010. 
  40. "THE 7th CRITICS' CHOICE MOVIE AWARDS WINNERS AND NOMINEES". Broadcast Film Critics Association. Archived from the original on 19 February 2012. https://web.archive.org/web/20120219132005/http://www.bfca.org/ccawards/2001.php। আহৰণ কৰা হৈছে: 31 May 2011. 
  41. "Daniel Radcliffe Wins First Award". World Entertainment News Network. 6 December 2001. 
  42. Mancini, Robert (23 April 2002). "'Lord Of The Rings,' 'Fast And The Furious' Top MTV Movie Award Nominees". MTV. Viacom. http://www.mtv.com/news/articles/1453554/2002-mtv-movie-award-nominees.jhtml। আহৰণ কৰা হৈছে: 31 May 2011. 
  43. "Twenty-Third Annual Young Artist Awards 2002". Young Artist Awards. 
  44. 44.0 44.1 "Goblet of Fire awards". Broadcast Film Critics Association. Archived from the original on 29 December 2007. http://www.bfca.org/individual_movie.asp?id=1769। আহৰণ কৰা হৈছে: 30 May 2011. 
  45. Carroll, Larry (24 April 2006). "Alba, Carell, 'Crashers,' 'Virgin' Big Nominees For MTV Movie Awards". MTV (Viacom). http://www.mtv.com/movies/news/articles/1529112/story.jhtml। আহৰণ কৰা হৈছে: 30 May 2011. 
  46. "The 2011 NMAs". National Movie Awards. Archived from the original on 19 October 2013. https://web.archive.org/web/20131019224608/http://www.nationalmovieawards.com/winners। আহৰণ কৰা হৈছে: 28 May 2011. 
  47. "The Empire Award Nominations Are In". Empire. Bauer Media Group. 4 February 2008. http://www.empireonline.com/news/story.asp?NID=21920। আহৰণ কৰা হৈছে: 30 May 2011. 
  48. Adler, Shawn (6 May 2008). "MTV Movie Award Nominations Show Some McLovin To 'Superbad,' 'Juno,' 'Transformers' And More". MTV. Viacom. http://www.mtv.com/news/articles/1586901/mtv-movie-award-nominees-superbad-leads-pack.jhtml। আহৰণ কৰা হৈছে: 30 May 2011. 
  49. Weinberg, Scott (20 February 2008). "2007 Saturn Award Nominees Have Landed". Moviefone. AOL Inc. Archived from the original on 12 December 2012. https://web.archive.org/web/20121212233138/http://blog.moviefone.com/2008/02/20/2007-saturn-award-nominees-have-landed/। আহৰণ কৰা হৈছে: 30 May 2011. 
  50. Broadway.com Staff (22 May 2011). "The Fans Have Spoken! 2009 Broadway.com Audience Award Winners Announced". Broadway.com. Broadway.com Inc. http://www.broadway.com/shows/wicked/buzz/98556/the-fans-have-spoken-2009-broadwaycom-audience-award-winners-announced/। আহৰণ কৰা হৈছে: 30 May 2011. 
  51. "Press Release". Drama Desk. 27 April 2009. http://www.dramadesk.com/press084.html। আহৰণ কৰা হৈছে: 27 May 2011. 
  52. Broadway.com Staff (21 April 2011). "2009 Drama League Award Nominees Announced". Broadway.com. Broadway.com Inc. http://www.broadway.com/buzz/98420/2009-drama-league-award-nominees-announced/। আহৰণ কৰা হৈছে: 30 May 2011. 
  53. "Vote for J-14's Teen Icon Awards!". J-14 magazine. Bauer Teen Network. 14 September 2010. Archived from the original on 28 December 2012. https://web.archive.org/web/20121228003248/http://www.j-14.com/2010/09/introducing-j-14s-teen-icon-awards-official-nominations.html। আহৰণ কৰা হৈছে: 30 May 2011. 
  54. "MTV Movie Awards 2010: Full Nominees List!". MTV. 12 May 2010. http://hollywoodcrush.mtv.com/2010/05/12/mtv-movie-awards-2010-nominees-list/। আহৰণ কৰা হৈছে: 28 May 2011. 
  55. Broadway.com Staff (15 May 2011). "2011 Broadway.com Audience Choice Award Winners Announced". Broadway.com. Broadway.com Inc. http://www.broadway.com/buzz/156403/2011-broadwaycom-audience-choice-award-winners-announced/। আহৰণ কৰা হৈছে: 30 May 2011. 
  56. "2011 Outer Critics Circle Nominations Announced! SISTER ACT LEADS WITH 9!". BroadwayWorld.com. Broadway.com Inc. 26 April 2011. http://broadwayworld.com/article/2011-Outer-Critics-Circle-Nominations-Announced-SISTER-ACT-Leads-20110426। আহৰণ কৰা হৈছে: 21 September 2011. 
  57. Gans, Andrew (20 May 2011). "Mormon, War Horse, Normal Heart, Anything Goes, Mark Rylance Win Drama League Awards". Playbill. Playbill, Inc.. http://www.playbill.com/news/article/151069-Mormon-War-Horse-Normal-Heart-Anything-Goes-Mark-Rylance-Win-Drama-League-Awards। আহৰণ কৰা হৈছে: 21 September 2011. 
  58. "56th ANNUAL DRAMA DESK AWARDS ANNOUNCED AT NY FRIARS CLUB BY AUDRA McDONALD AND LIEV SCHREIBER". Drama Desk. http://www.dramadesk.com/press111.html। আহৰণ কৰা হৈছে: 31 May 2011. 
  59. "Movie Star Nominees". VH1. 2011. http://www.vh1.com/shows/events/do_something_awards/2011/movie-star/। আহৰণ কৰা হৈছে: 12 September 2011. 
  60. MTV Movie Award Staff (3 May 2011). "'Eclipse,' 'Inception' Lead 2011 MTV Movie Awards Nominations". MTV. Viacom. http://www.mtv.com/news/articles/1663149/2011-mtv-movie-awards-nominations-list.jhtml। আহৰণ কৰা হৈছে: 30 May 2011. 
  61. "Best Fantasy Actor". Spike TV. http://www.spike.com/events/scream-awards-2011/voting/best-fantasy-actor। আহৰণ কৰা হৈছে: 12 September 2011. 
  62. "Best Ensemble". Spike TV. http://www.spike.com/events/scream-awards-2011/voting/best-ensemble। আহৰণ কৰা হৈছে: 12 September 2011. 
  63. Votta, Rae (29 June 2011). "Teen Choice Awards 2011 Nominees Announced: Harry Potter vs Twilight". Huffington Post (HuffingtonPost.com Inc). http://www.huffingtonpost.com/2011/06/29/teen-choice-awards-2011-nominees_n_887197.html। আহৰণ কৰা হৈছে: 16 August 2011. 
  64. "Nominations Announced for the 'People's Choice Awards 2012'". TVbythenumbers. Zap2it.com. 8 November 2011. Archived from the original on 15 January 2012. https://web.archive.org/web/20120115072738/http://tvbythenumbers.zap2it.com/2011/11/08/nominations-announced-for-the-peoples-choice-awards-2012/109957/?utm_source=feedburner&utm_medium=feed&utm_campaign=Feed:+Tvbythenumbers+(TVbytheNumbers)। আহৰণ কৰা হৈছে: 1 January 2012. 
  65. "MTV Movie Awards: Check out the winners here". Entertainment Weekly. 3 June 2012. http://insidemovies.ew.com/2012/06/03/mtv-movie-awards-winners/। আহৰণ কৰা হৈছে: 3 June 2012. 
  66. 2012 MTV Movie Awards Nominees: The Full List

বাহ্যিক সংযোগ[সম্পাদনা কৰক]